Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bihpuria College Incident:বিহপুৰীয়া মহাবিদ্যালয়ত তীব্ৰ উত্তেজনা !

ছাত্ৰ একতা সভাৰ আন্দোলনৰ মাজতে অধ্যক্ষক দুই সহযোগী অধ্যাপকে প্ৰহাৰ কৰাৰ অভিযোগ

publisher by publisher
June 7, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Bihpuria College Incident:বিহপুৰীয়া মহাবিদ্যালয়ত তীব্ৰ উত্তেজনা !
3
SHARES
32
VIEWS
ShareShareShareShare

Bihpuria College Incident:

বিহপুৰীয়া মহাবিদ্যালয়ত তীব্ৰ উত্তেজনা। উত্তৰ অসমৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান খনত ছাত্ৰ একতা সভাৰ আন্দোলনৰ মাজতে সংঘটিত হয় এক ঘটনা ৷ কলেজৰ দুই সহযোগী অধ্যাপকে অধ্যক্ষক প্ৰহাৰ কৰে ৷ যাক লৈ এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷

ADVERTISEMENT

collegeঅধ্যাপক অৰুপ শৰ্মা, কৃষ্ণকমল শইকীয়াই প্ৰহাৰ কৰাৰ অভিযোগ ৷ অধ্যক্ষক প্ৰহাৰ কৰি থকা অৱস্থাতে বিহপুৰীয়া আৰক্ষী উপস্থিত হৈ দুই অধ্যাপকৰ কবলৰ পৰা উদ্ধাৰ কৰে অধ্যক্ষ ড:অমূল্য হাজৰিকাক ।

RelatedPosts

Student Leader arrested:আৰক্ষীক প্ৰহাৰৰ অভিযোগত আটক কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতিক

Student Protest in AEC :অসম অভিযান্ত্রিক মহাবিদ্যালয়ত হোষ্টেল আৱাসীৰ অভিনৱ প্ৰতিবাদ

Madrassa Student Protest:দিল্লী আৰু জম্মু-কাশ্মীৰৰ বোমা বিস্ফোৰণ ঘটনাৰ বিৰুদ্ধে ডবকাত বিশাল প্রতিবাদী সমদল

উল্লেখ্য যে,ছাত্ৰ একতা সভাৰ সম্পাদকক এজন অধ্যাপকে দুৰ্ব্যৱহাৰৰ কৰাৰ অভিযোগ কৰি সভাই এক আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰে ৷

bihpuria 2আনহাতে ছাত্ৰ একতা সভাৰ এই আন্দোলনত অধ্যক্ষই উৎসাহ যোগোৱাৰ অভিযোগ কৰি আজি একাংশ অধ্যাপক ক্ষুব্ধ হৈ পৰে ৷ ইয়াৰ মাজতে দুই অধ্যাপকে অধ্যক্ষক জবাবদিহি কৰাত দুয়ো পক্ষৰ মাজত কথাৰ কটাকটিৰ মাজতে অধ্যাপকদ্বয়ে অধ্যক্ষ গৰাকীক প্ৰহাৰ কৰে ৷

আনহাতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অধ্যাপকৰ কবলৰ পৰা অধ্যক্ষ ড:অমূল্য হাজৰিকাক উদ্ধাৰ কৰি থানালৈ লৈ যায় ৷

উল্লেখ্য যে, অবাঞ্চিত ঘটনা সংঘটিতৰ সময়ত কলেজ খনত চলি আছিল পৰীক্ষা ৷ শিক্ষকৰ দৰে মহান বৃত্তিত জড়িত হৈ কলেজ চৌহদতে অধ্যাপকৰ মাৰপিটৰ ঘটনাই কালিমা সানিলে দুই সহযোগী অধ্যাপকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BIhouria PoliceBihpuria CollegeStudent ProtestTeacher"s Beating
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d