Earthquake In Guwahati:গুৱাহাটীত ভূমিকম্পৰ জোকাৰণি

মৃদু প্ৰাৱল্যৰ ভূমিকম্পৰ প্ৰাৱল্য ৰিখটাৰ স্কেলত আছিল  ৪.৭

earthquke

Earthquake In Guwahati:

পুৱাই ৪.৭ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গ’ল গুৱাহাটী ৷ একেদৰে ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ৰাজ্যত ৷
ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাৱল্য আছিল ৪.৭ । ৰাতিপুৱা ১০বাজি ছয় মিনিটত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি

উল্লেখ্য যে,ভূমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ পৰা কিলোমিটাৰ কিছু নিলগত। মৃদু প্ৰাৱল্যৰ ভূমিকম্পত কোনো ক্ষয় ক্ষতিৰ বাতৰি অহা নাই এই পৰ্যন্ত |

Exit mobile version