Miss World Competition In India:২৭ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব ‘মিছ ৱ’ৰ্ল্ড’ প্রতিযোগিতা

miss world

Miss World Competition In India:

সুদীৰ্ঘ ২৭ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব সৌন্দৰ্য জগতৰ এক সন্মানীয় প্রতিযোগিতা মিছ ৱৰ্ল্ড। যোৱা নিশা নতুন দিল্লীত মিছ ৱৰ্ল্ডৰ আয়োজকে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে।

মিছ ইণ্ডিয়াৰ আয়োজকে এক বিবৃতিত এইদৰে ঘোষণা কৰিলে, আমাৰ দেশৰ সংস্কৃতি যথেষ্ট সমৃদ্ধ। বিবিধাৰ মাজতো নাৰীৰ সবলীকৰণৰ আবেগ এই দেশৰ আছে।

এই কাৰণতে আমাৰ দেশক মিছ ৱৰ্ল্ডৰ আয়োজক দেশ হিচাপে নিৰ্বাচন কৰা হ’ল।’ প্ৰকাশিত বাতৰি অনুসৰি অহা ডিচেম্বৰত ভাৰতত মিছ ৱ’ৰ্ল্ড প্রতিযোগিতা অনুষ্ঠিত হ’ব।

Exit mobile version