Delimitaion of Constituency: ডিমৰীয়া (অনুসূচিত জাতি) সমষ্টিৰ সীমা

WhatsApp Image 2023 06 22 at 19.31.36

Delimitaion of Constituency: ডিমৰীয়া (অনুসূচিত জাতি) সমষ্টিৰ সীমা

ভাৰতৰ নিৰ্বাচন আয়োগে কৰা ঘোষণা অনুসৰি ডিমৰীয়া (অনুসূচিত জাতি) অন্তর্ভুক্ত অঞ্চলসমূহ হ’ল ক্রমে চন্দ্ৰপুৰ উন্নয়ন গণ্ড, ডিমৰীয়া উন্নয়ন খণ্ড, নাৰেংগী, গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ড ক্ৰমে ৫২, ৪৬ আৰু ৪৯ৰ কিছু অংশ।

সেই অনুসৰি, নতুন সমষ্টিটোৰ অন্তৰ্ভুক্ত হ’বলগীয়া গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ অঞ্চলসমূহ হ’ল ক্ৰমে ৫২ নম্বৰ ৱাৰ্ডৰ মঠঘৰীয়া, কুশল নগৰ অঞ্চল আৰু হেডেৰাবাৰী অঞ্চল।

৪৬ নম্বৰ ৱাৰ্ডৰ অন্তৰ্গত অঞ্চলসমূহ হ’ল খানাপাৰা (কিছু অংশ), মৈদাম অঞ্চল (কিছু অংশ), বেলতলা অঞ্চল আৰু খানাপাৰা (কিছু অংশ)।

৪৯ নম্বৰ বাৰ্ডৰ অন্তৰ্ভুক্ত অঞ্চলসমূহ হ’ল সৰুমটৰীয়া, হেঙেৰাবাৰী, ভিআইপি রোড, দ্বাৰকানগৰ আৰু মধুৰানগৰ অঞ্চল।

Exit mobile version