Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Home Minister Amit Shah:খানাপাৰাত ৰাজ্য চৰকাৰৰ উদ্যোগত বিশাল নিযুক্তি সমাৰোহ

নিযুক্তি পত্ৰ বিতৰণ কৰি নিৰ্বাচনী ৰণশিঙা গৃহমন্ত্ৰী অমিত শ্বাহৰ, ১৫ জনৰ হাতত তুলি দিলে নিযুক্তি পত্ৰ

publisher by publisher
May 25, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Home Minister Amit Shah:খানাপাৰাত ৰাজ্য চৰকাৰৰ উদ্যোগত বিশাল নিযুক্তি সমাৰোহ
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

10 people from Assam are also missing in Nepal:নেপালত সন্ধানহীন অসমৰো ১০ জন

Home Minister Amit Shah:

মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৰাজ্য চৰকাৰৰ উদ্যোগত আয়োজিত বিশাল নিযুক্তি সমাৰোহত উপস্থিত থাকি নিযুক্তি পত্ৰ বিতৰণ কৰি নিৰ্বাচনী ৰণশিঙা বজালে গৃহমন্ত্ৰী অমিত শ্বাহে ।

ADVERTISEMENT

একে সময়তে একেখন পথাৰত অভিলেখ সংখ্যক ৪৪,৭০৩ টা বিভিন্ন চৰকাৰী বিভাগৰ পদত নিযুক্তিপত্ৰ বিতৰণৰ বাবে আজি বিয়লি মহানগৰীৰ খানাপাৰাত আয়োজিত সমাবেশত মুখ্য অতিথি ৰূপে অংশ লৈ গৃহমন্ত্ৰী গৰাকীয়ে উদাত্ত কন্ঠৰে কয়, ৰাজ্যৰ বিজেপি চৰকাৰে বিধান সভা নিৰ্বচনৰ পূৰ্বে একলাখ নিযুক্তি দিয়াৰ যি প্ৰতিশ্ৰুতি দিছিল আজি সেইয়া যেন পুৰণ কৰিলে ৷মাত্ৰ আৰু এখোজ দিলেই একলাখ নিযুক্তি সম্পূৰ্ণ হৈ উঠিব বুলি প্ৰকাশ কৰে ৷

মন্ত্ৰী গৰাকীয়ে আৰু কয়,পূৰ্বৰ চৰকাৰে নিজৰ মানুহক চাকৰি দিয়াৰ ব্যৱস্থা কৰিছিল। কিন্তু বিজেপি চৰকাৰে দুখীয়াক মেধাৰ ভিত্তিত নিযুক্তি দিছে।’ আনহাতে অশান্ত অসমক বিকশিত কৰাৰ কাম প্রথমে সর্বানন্দ সোণোৱাল আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মাই নিৰন্তৰভাৱে কৰি আছে ৷ ভাষণত অমিত শ্বাহে বিজেপিৰ ৰাজ্যিক চৰকাৰ খনৰ বিভিন্ন উন্নয়ণ আঁচনিৰ শলাগ লয় ৷

আনহাতে সভাত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই বিগত দুটা বছৰত অসমত পৰিৱৰ্তনৰ বতাহ বলিছে৷ ভাৰতৰ ৫ ৰাজ্যৰ ভিতৰত অসমক শ্ৰেষ্ঠ কৰাৰ দায়িত্ব ল’ব লাগিব বুলি প্ৰকাশ কৰে ৷

মুখ্যমন্ত্ৰীয়ে আৰু কয়,যিসকলে চাকৰি পালে অৰুণোদয় আঁচনি এৰিব লাগিব, যাতে দুখীয়াসকলে সুবিধা লাভ কৰে৷বিজেপি চৰকাৰ থাকে মানে চৰকাৰী চাকৰি দিয়ে থাকিম। আমি থমকি নৰওঁ বুলি উল্লেখ কৰে ৷

সভাত ১৫ গৰাকী নিযুক্তি  প্ৰাৰ্থীৰ হাতত নিযুক্তি পত্ৰ তুলি দিয়ে গৃহমন্ত্ৰী অমিত শ্বাহে ৷ সভাত কেন্দ্ৰীয় পেট্ৰলিয়াম ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যৰ কেবিনেট মন্ত্ৰী সকল, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, বিটিআৰৰ চি ই এম প্ৰমোদ বড়ো,কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ চি ই এম তুলিৰাম ৰংহাং সহ ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকে ৷

উল্লেখ্য যে, খানাপাৰাত ৰাজ্য চৰকাৰৰ বিশাল নিযুক্তি সমাৰোহ গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত নিযুক্তি পত্ৰ বিতৰণ সমাৰোহত সৰ্বমুঠ ৪৪,৭০৩ পদৰ প্ৰদান কৰা হয় নিযুক্তি পত্র। সেই অনুসৰি ৩য় বৰ্গৰ ১১,০৪৮ গৰাকী, ৪ৰ্থ বৰ্গত ১৩,৭৩৯ গৰাকী, অসম আৰক্ষীত ১২,০৭৯ গৰাকী, স্বাস্থ্য বিভাগত ৫,২৮১ গৰাকী, আৰক্ষীৰ শ্বহীদ পৰিয়ালৰ ২৩১ গৰাকী, এল পি এমইৰ ৪,৪৩৭ গৰাকী,পৰিবহণ বিভাগত এম ভি আই ২২২ গৰাকী, আৰু সামাজিক ন্যায় বিভাগত ৩৬৩ গৰাকীক নিযুক্তি পত্ৰ দিয়া হয়।

সভাত ১৫ জনৰ হাতত আনুষ্ঠানিকভাবে নিযুক্তি পত্ৰ গৃহমন্ত্ৰী গৰাকীয়ে দিয়াৰ বিপৰীতে আন সকলে আজি সন্ধিয়া বিশেষ এপৰ জৰিয়তে ডাউনলোড কৰি সংগ্ৰহ কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে সভাতে সদৰি কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam GovtCm Himanta Biswa SarmaKhanapara FieldRecruitment CeremonyUnion Home Minister Amit Shah
publisher

publisher

Related Posts

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

September 10, 2026
Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ
Assam

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

September 10, 2026
Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d