Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Deshbhakyi Divas:তৰুণৰাম ফুকন আৰু গোপীনাথ বৰদলৈৰ দৰে নেতাই চৈয়দ ছাদুল্লাৰ ষড়যন্ত্ৰমূলক অভিসন্ধিৰ তীব্ৰ বিৰোধ নকৰাহ’লে অসম আজি পাকিস্তানৰ অংশ হৈ থাকিলেহেঁতেন: মন্ত্ৰী পীযুষ হাজৰীকা

publisher by publisher
July 28, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Deshbhakyi Divas:তৰুণৰাম ফুকন আৰু গোপীনাথ বৰদলৈৰ দৰে নেতাই চৈয়দ ছাদুল্লাৰ ষড়যন্ত্ৰমূলক অভিসন্ধিৰ তীব্ৰ বিৰোধ নকৰাহ’লে অসম আজি পাকিস্তানৰ অংশ হৈ থাকিলেহেঁতেন: মন্ত্ৰী পীযুষ হাজৰীকা
2
SHARES
16
VIEWS
ShareShareShareShare

Deshbhakyi Divas:

অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত আজি গুৱাহাটীৰ ভৰলুমুখৰ দেশভক্ত তৰুণৰাম ফুকন উদ্যানত ৰাজ্যিক ভিত্তিত তৃতীয়বাৰৰ বাবে আয়োজিত ‘দেশভক্তি দিৱস’ৰ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে | মন্ত্ৰীগৰাকীয়ে প্ৰথমতে দেশভক্ত তৰুণৰাম ফুকন দেৱৰ পৰিয়ালৰ প্ৰতিনিধিসকল আৰু জনসংযোগ বিভাগৰ সচিব আৰু সঞ্চালকৰ লগত উদ্যানখনত থকা দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে | দেশভক্তি দিৱসৰ মূল অনুষ্ঠানত বক্তব্য প্ৰদান কৰি মন্ত্ৰী পীযুষ হাজৰীকাই ভাৰতৰ স্বাধীনতা আন্দোলনত অসমক নেতৃত্ব প্ৰদান কৰা দেশভক্ত তৰুণৰাম ফুকনৰ সংগ্ৰাম, দেশপ্ৰেম আৰু ৰাজনৈতিক বিচক্ষণতাৰ ওপৰত আলোকপাত কৰে | জনসংযোগ মন্ত্ৰীগৰাকীয়ে কয় যে অসমক বৃটিছবিৰোধী ভাৰতৰ স্বাধীনতা আন্দোলনৰ মূল আওতাত চামিল কৰাৰ ক্ষেত্ৰত দেশভক্ত তৰুণৰাম ফুকন দেৱক নিসন্দেহে আমি মূল কৃতিত্ব প্ৰদান কৰিব পাৰো । নিজৰ ৰাজনৈতিক বিচক্ষণতা আৰু দেশপ্ৰেমৰ বাবে মহামানৱ মহাত্মা গান্ধীৰ প্ৰিয়ভাজন হৈ পৰা তৰুণৰাম ফুকন দেৱে ভাৰতৰ স্বাধীনতা সেনানীসকলৰ সৈতে সুসম্পৰ্ক বৰ্তাই ৰাখিছিল বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে ৩০ ৰ দশকত অসমৰ এচোৱা অতি সংবেদনশীল সময়ত তৰুণৰাম ফুকন ডাঙৰীয়াই ৰাজ্যখনৰ ভৱিষ্যতৰ বাবে দূৰদৰ্শী সিদ্ধান্তৰে গুৰুত্বপূৰ্ণ ৃভূমিকা গ্ৰহণ কৰিছিল | ১৯৩৭ চনত অসমত বিধানসভা গঠন কৰাৰ পাছত চৈয়দ ছাদুল্লাৰ নেতৃত্বত চৰকাৰ গঠন হয় | পাছলৈ মুছলীম লীগত যোগদান কৰা চৈয়দ ছাদুল্লাই প্ৰথমৰেপৰাই এক প্ৰকাৰে ষড়যন্ত্ৰ কৰি অসমত বংগৰ পৰা প্ৰব্ৰজিত মুছলমান মানুহক আনি সংস্থাপিত কৰিছিল | অসমক মুছলমান প্ৰধান ৰাজ্যত পৰিণত কৰি পাকিস্তানৰ অন্তৰ্ভুক্ত কৰাৰ বাবে চৈয়দ ছাদুল্লাই কৰা অভিসন্ধিৰ কথা তৰুণৰাম ফুকন আৰু গোপীনাথ বৰদলৈৰ দৰে নেতাই দূৰদৰ্শী চিন্তাৰে প্ৰথমৰে পৰাই বুজিছিল আৰু সজোৰে ইয়াৰ বিৰোধ কৰিছিল বুলি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে | মন্ত্ৰী হাজৰীকাই আৰু কয় যে প্ৰথমতে তৰুণৰাম ফুকন আৰু পাছলৈ গোপীনাথ বৰদলৈৰ দৰে নেতাৰ ৰাজনৈতিক দূৰদৰ্শিতা আৰু সবল নেতৃত্বৰ বাবেহে আমাৰ অসম ৰাজ্য বৰ্তমানৰ পাকিস্তানৰ অন্তৰ্ভুক্ত হোৱাৰ পৰা ৰক্ষা পৰিছিল | দেশভক্ত তৰুণৰাম ফুকন আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ দৰে নেতা অসমত নথকাহ’লে চৈয়দ ছাদুল্লাৰ অভিসন্ধি অনুসৰি অসম পাকিস্তানৰ অন্তৰ্ভুক্ত হোৱাৰ লগতে আজি সমগ্ৰ দক্ষিণ পূৱ এচিয়াৰ মানচিত্ৰই হয়তো সলনি হৈ পৰিলেহেঁতেন বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে |

ADVERTISEMENT

জনসংযোগ মন্ত্ৰীগৰাকীয়ে আজিৰ দেশভক্তি দিৱসৰ অনুষ্ঠানতে ঘোষণা কৰে যে অহা বৰ্ষৰ দেশভক্তি দিৱসৰ পূৰ্বে বিভাগৰ উদ্যোগত ৰাজ্যজুৰি ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হ’ব আৰু এই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠসকলক কেন্দ্ৰীয়ভাৱে আয়োজিত দেশভক্তি দিৱসৰ অনুষ্ঠানত সন্মানিত কৰা হ’ব | লগতে এই ৰচনা প্ৰতিযোগিতাৰ নিৰ্বাচিত ৰচনাসমূহ সংকলন কৰি বিভাগৰ উদ্যোগত গ্ৰন্থৰ আকাৰত প্ৰকাশ কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে আজিৰ অনুষ্ঠানতে ঘোষণা কৰে | বিভাগৰ এই প্ৰয়াসৰ জড়িয়তে উত্তৰ প্ৰজন্মই দেশভক্ত তৰুণৰাম ফুকনৰ নিভাঁজ দেশপ্ৰেম, ৰাজনৈতিক বিচক্ষণতা আৰু পাণ্ডিত্যৰ বিষয়ে বৌদ্ধিক চৰ্চা কৰাৰ সুযোগ লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে | উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ২০২১ বৰ্ষত চৰকাৰ গঠন হোৱাৰ পাচতে কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি ৰাজ্য চৰকাৰে দেশভক্ত তৰুণৰাম ফুকন দেৱৰ মৃত্যু তিথি, ২৮ জুলাইক দেশভক্তি দিৱস হিচাপে ঘোষণা কৰিছিল আৰু তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত সমগ্ৰ অসমতে এই দিৱস উদযাপন কৰি অহা হৈছে |
deshbhakti divas

RelatedPosts

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰশাসনিক বিষয়াৰ সালসলনি

Gaurav Gogoi Pressmeet:মহানগৰীৰ বেলতলাত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চৰ চাৰিদলৰ উমৈহতীয়া সংবাদমেল

Aaranyak:আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স লেবৰেটৰীৰ ৱেবছাইট আৰু গাইডবুক মুকলি

তথ্য আৰু জনসংযোগ অসমৰ সঞ্চালক মানবেন্দ্ৰ দেৱ ৰায়ে আদৰণি ভাষণ প্ৰদান কৰা আজিৰ দেশভক্তি দিৱসৰ অনুষ্ঠানত দেশভক্ত তৰুণৰাম ফুকন দেৱৰ পৰিয়ালৰ প্ৰতিনিধিসকল ক্ৰমে নাতি জিতেন্দ্ৰৰাম ফুকন, ডাঃ হেমেন্দ্ৰৰাম ফুকন, বিক্ৰম ফুকন, নাতিনী ৰাণী গোস্বামী, ইন্দ্ৰাণী বৰুৱা, নাতি বোৱাৰী অৰূপা ফুকন আৰু ডাঃ ৰুণজুন ফুকনক জনসংযোগ বিভাগৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় | আজিৰ অনুষ্ঠানত অন্যান্য অতিথিসকলৰ লগতে অসম ৰাজ্যিক পৰিবহণ নিগমৰ উপাধ্যক্ষ প্ৰণৱ জ্যোতি লহকৰ, তথ্য, জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগৰ সচিব অৰুন্ধতী চক্ৰৱৰ্তী আৰু বিভাগীয় বিষয়া-কৰ্মচাৰীসকলো উপস্থিত আছিল |

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CELEBRATIONDeshbhakti DivasGuwahatiMinister Pijush Hazarika
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d