Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ভৰলুত ফুলিব পদুম, ৰেল ক্ৰছিঙৰ বাবে হোৱা যান-জঁট ৰোধৰ বাবে ভৰলুত হ’ব এলিভেটেড ৰোড জাংচন

ৰাজ্য চৰকাৰৰ পৰা অনুমোদন লাভ, উৎফুল্লিত স্থানীয় ৰাইজ

publisher by publisher
January 20, 2022
in Assam, India, News
Reading Time: 1 min read
0
ভৰলুত ফুলিব পদুম, ৰেল ক্ৰছিঙৰ বাবে হোৱা যান-জঁট ৰোধৰ বাবে ভৰলুত হ’ব এলিভেটেড ৰোড জাংচন
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

Guwahati:গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাংবাদিক, ক্ৰীড়া সংগঠক প্ৰেমধৰ শৰ্মালৈ শ্ৰদ্ধাঞ্জলি

Puspadevi Jalan Award:পুষ্পাদেৱী জালান সাহিত্য বঁটা প্ৰদান অনুষ্ঠান

ৰেল ক্ৰছিঙৰ ফলত হোৱা তীব্ৰ যান-জঁটৰ সমস্যা সমাধানৰ বাবে গুৱাহাটীৰ ভৰলুমুখত নিৰ্মাণ হ’ব এলিভেটেড ৰোড জাংচন । পদুম ফুলৰ প্ৰতীকেৰে জিলিকিব দুই লেনযুক্ত ৰোড জাংচন । ইতিমধ্যে এই জাংচনটোৰ বাবে ৰাজ্য চৰকাৰৰ পৰা অনুমোদন লাভ কৰিছে । ৰোড জাংচনটোৰ পৰিকল্পনা তথা নক্সা প্ৰস্তুত কৰা জি এম ডি এৰ জ্যেষ্ঠ কাৰিকৰী উপদেষ্টা বিশিষ্ট অভিযন্তা জে এন খাটনিয়াৰে আজি এই কথা সদৰী কৰে ।

ADVERTISEMENT

এই সন্দৰ্ভত আজি পশ্চিম গুৱাহাটী নাগৰিক সজাগতা মঞ্চই গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা এক সংবাদমেলত তেওঁ এই কথা জানিবলৈ দিয়ে । তেওঁ কয়, ‘ভৰলুমুখৰ ৰেল ক্রছিংটোৰে ২৪ ঘণ্টাত প্ৰায় ১০০ খন ৰেল পাৰ হয় । তাৰ বাবে প্ৰতিখন ৰেলৰ বাবদ অতি কমেও ১০ মিনিট সময় ৰেলগেট বন্ধ ৰখা হয় । যাৰ পৰিপ্ৰেক্ষিতত ভৰলুমুখ পুলিচ পইণ্টৰ স’তে আটাইকেইটা পথৰ যাতায়ত ব্যৱস্থা অচল হৈ পৰে । এই যান-জঁটৰ সমস্যাৰ পৰা মুক্তি বিচাৰি স্থানীয় ৰাইজে এখন উৰণীয়া সেঁতু স্থাপন কৰাৰ বাবে বিগত ২০ বছৰতকৈয়ো অধিক সময় চৰকাৰক দাবী জনায় আহিছে যদিও সেই সমস্যাৰ সমাধান হোৱা নাই ।’

তেওঁ পুনৰ কয়, ‘ভৰলুমুখৰ লগতে পশ্চিম গুৱাহাটীৰ ৰাইজে এই সমস্যাৰ কিবা সমাধান সূত্ৰ বিচাৰি মোৰ ওচৰলৈ আহিছিল । মই ইয়াৰ সমাধান হিচাপে উৰণীয়া সেঁতুৰ পৰিৱৰ্তে এলিভেটেড ৰোড জাংচন এটা ডিজাইন কৰো । মই সকলো দিশ পৰ্যবেক্ষণ কৰি দেখিলো যে আটাইকেইটা পথ এলিভেট অৰ্থাৎ ওখ কৰি দিলেই যান-জঁটৰ সমস্যা বহু পৰিমাণে হ্ৰাস পাব । এম জি ৰোডটো তৰুণৰাম ফুকন উদ্যানৰ সমীপৰ পৰা ১০ ফুট উচ্চতাৰে আনি ভৰলু পুলিচ পইণ্টৰ ওপৰেৰে গৈ আঠ ডিগ্ৰী শ্ল’পেৰে দুই লেনযুক্ত পথটো ৰেল লাইনৰ ওপৰেৰে নি প্ৰাগজ্যোতিষ কলেজৰ ওচৰত শেষ কৰা হ’ব । তেনেকৈ এ টি ৰোডটো আহি সোনাৰাম খেলপথাৰৰ সমীপত শেষ হ’ব । পথসমূহৰ মাজৰ ৩৫ ব্যসাৰ্ধৰ ৰ’টাৰীৰ ওপৰত সৌন্দৰ্য বৃদ্ধি কৰিব এপাহ পদুম ফুলে । কিয়নো তাত কোনো মহান লোকৰ মূৰ্তি স্থাপন কৰিব যাওঁতে কাৰ মূৰ্তি স্থাপন কৰা হ’ব সেই লৈ বিভিন্নজনে বিভিন্ন মত দিব । কোনো সন্তুষ্ট নহ’ব । তাত ফুলনি কৰিবলৈয়ো অসুবিধা হ’ব কিয়নো তাৰ দেখ-ৰেখৰ বাবে সমস্যা হ’ব । সেয়ে পদুম ফুল এপাহ নিৰ্মান কৰাৰ কথা ভাবিছো । পদুম হৈছে ৰাষ্ট্ৰীয় ফুল ।’

খাটনিয়াৰে আৰু কয়, ‘তদুপৰি পদুম হৈছে পবিত্ৰতা, জ্যোতি, আত্ম পুনৰুদ্ধাৰ আৰু পূর্ণজন্মৰ প্ৰতীক । পদুম ফুলে গন্তব্যস্থানৰ মহত্ত্ব বুজায় । আমি ক’ৰ পৰা জন্ম হৈছো সেইটো গুৰুত্বপূৰ্ণ নহয়, আমি কিমান ওপৰলৈ যাব পাৰিছো সেইটোহে গুৰুত্বপূৰ্ণ সেই কথা পদুম ফুলে উপলব্ধি কৰায় । পদুম ফুলপাহৰ চাৰিওকাষে হিডেন লাইট থাকিব । নিশা সেই লাইটৰ পোহৰত উজ্বলিব ফুলপাহ । দূৰ-দূৰণিৰ পৰা ফুলপাহ দেখা পোৱা যাব । এটা পানীৰ ফুঁৱাৰাও থাকিব । যি ফুলপাহ পৰিষ্কাৰ কৰি ৰাখিব । এলিভেটেড ৰোড জাংচনটোৰ নক্সাই ৰাজ্য চৰকাৰৰ অনুমোদন লাভ কৰিছে । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰজেক্টৰ প্ৰতি সঁহাৰি জনাইছে । তাৰ বাবে ৰাইজ তেওঁৰ ওচৰত কৃতজ্ঞ ।’

প্ৰকল্পটোৰ বাজেট সন্দৰ্ভত তেওঁ কয়, ‘প্ৰকল্পটোৰ বাবে ইতিমধ্যে চৰকাৰে ২৪ ডিচেম্বৰত কনচালটেন্সীৰ বাবে নিবিদা আহ্বান কৰিছে । ইয়াৰ মাচুল ১.২০ কোটি টকা ধাৰ্য কৰিছে । এই মাচুললৈ চাই সমগ্ৰ প্ৰকল্পটোৰ বাজেট আনুমানিক তিনিশ কোটি হ’ব । অহা বছৰ ৰোড জাংচনৰ কাম আৰম্ভ হ’ব বুলি আশা কৰিব পাৰো ।’

সংবাদমেলত সজাগতা মঞ্চৰ সভাপতি খনীন্দ্ৰ লাল শৰ্মা, সাধাৰণ সম্পাদক কৰ্ণেল ৰমেন্দ্ৰ কুমাৰ চৌধুৰী সহিতে অন্য সদস্যসকল উপস্থিত থাকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Guwahati Press ClubJN Khataniar
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d