Food Safety Department’s Drive In Guwahati :মহানগৰীৰ কুমাৰপাৰাত খাদ্য সুৰক্ষা বিভাগৰ অভিযান

অস্বাস্থ্যকৰ পৰিৱেশত মিঠাই প্ৰস্তুতৰ অভিযোগত ছীল কে'ইবাটাও কাৰখানা

foodsaftydept raid

Food Safety Department’s Drive In Guwahati :

আপুনি খাই থকা ভিন্ন ৰুচি সম্পন্ন মিঠাইবোৰ আচলতে কেনে পৰিবেশত প্ৰস্তুত কৰা হয় ৷ এই সন্দৰ্ভত বিভিন্ন সময়ত উদ্থাপিত অভিযোগ অনুসৰি আমি দৈনন্দিন খাই থকা অধিকাংশ মিঠায়ে প্ৰস্তুত কৰা হয় অস্বাস্থ্যকৰ পৰিৱেশত ৷

বৃহস্পতিবাৰে মহানগৰীৰ কেতবোৰ অঞ্চলত থকা মিঠাই প্ৰস্তুতকৰণ ফেক্টৰীত গুৱাহাটীৰ খাদ্য সুৰক্ষা বিভাগে অৰ্তকিতে অভিযান চলাই ধৰা পেলাই মিঠাই প্ৰস্তুত কৰণ কাৰখানাৰ ভিতৰ চ’ৰাৰ অস্বাস্থ্যকৰ পৰিবেশ ভয়ংকৰ তথ্য ৷

কুমাৰপাৰাত খাদ্য সুৰক্ষা বিভাগৰ দলে কে’বাটাও মিঠাই প্ৰস্তুত কৰণ কাৰখানাত চলোৱা অভিযানত অস্বাস্থ্যকৰ পৰিৱেশ প্ৰত্যক্ষ কৰি লগে লগে ছীল কৰে কাৰখানা কেইটা ৷

Exit mobile version