Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শিলচৰৰ এম্বুলেঞ্চ কাণ্ডৰ পাছত মুখ্যমন্ত্ৰীৰ কনভয় হ্ৰাসৰ নিৰ্দেশ

    সমগ্র শিক্ষাই লাভ কৰা ৮১,৭৭২টা কামৰ মাত্র ২৮,৮৭৫টাহে সম্পূর্ণ

    মুখ্যমন্ত্ৰীৰ আশ্বাসতে ৰ’ল যোৰহাটবাসীৰ বহু আকাংক্ষিত জুবিন উদ্যান

    চোৰাং চুপাৰিৰ বেহা-পৰিবহণৰ নামত বৃহৎ অবৈধ লেনদেন, অসম-পশ্চিমবংগৰ ১৬ স্থানত ইডি

    Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    শ্বেয়াৰ বজাৰত ভয়াৱহ স্খলন অব্যাহত, একেদিনাই ন লাখ কোটি টকা উধাও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Diabetes : মিঠাই খালে ডায়েবেটিছ বৃদ্ধি হয় নে?

publisher by publisher
February 25, 2023
in Lifestyle
Reading Time: 2 mins read
0
Diabetes : মিঠাই খালে ডায়েবেটিছ বৃদ্ধি হয় নে?
4
SHARES
41
VIEWS
ShareShareShareShare

RelatedPosts

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

ফেটি লিভাৰৰ ঘৰুৱা প্ৰতিকাৰ

Diabetes :

আজিকালি প্ৰায়ভাগ লোকেই মিঠাই খাব নোখোজে। কিছুমান লোকে মিঠাই শব্দটো শুনাৰ লগে লগে সাত জাঁপ মাৰে। চাহ দোকানতো বিনা চেনিৰ চাহ বিচৰা লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে।

ADVERTISEMENT

কম বয়সীয়া ল’ৰা-ছোৱালীয়ে মিঠাইৰ পৰা সাত হাত আঁতৰত থাকিব বিচাৰে। এনে কিছু লোক আছে যিয়ে চাহৰ লগত মিঠাই নাখায় যদিও ৰসগোল্লা আদি খোৱাৰ লোভ সামৰিব নোৱাৰে। বিনা চেনিৰ চাহৰ লগত মিঠাই খোৱা লোকৰ সংখ্যাই এতিয়া অধিক; কিন্তু এনে কৰিলে তেজত শৰ্কৰাৰ পৰিমাণ হ্রাস অথবা নিয়ন্ত্রণত থাকে জানো?

দুই দশকমান আগলৈকে যিয়ে যিমান পাৰে সিমান মিঠাই খাইছিল। চাহৰ কথাতো বাদেই দৈ, চিৰা আদিৰ লগত বেছিকৈ মিঠাই খোৱাৰ প্ৰতিযোগিতাহে চলিছিল। এনেদৰে মিঠাই বেছিকৈ গ্ৰহণ কৰিলেও বিশেষ সমস্যাৰ সৃষ্টি হোৱা নাছিল।

সকলোৱে স্বাভাৱিকভাৱেই কার্য সম্পাদন কৰিছিল। অথচ এতিয়া ‘মিঠা’ বুলি ক’লেই প্ৰায়ভাগ লোকেই সাত জাঁপ মাৰে। সম্প্ৰতি কমৰো কম মিঠাই খোৱা লোকৰ সংখ্যাই বেছি। কাৰণ মিঠাইৰ স’তে জড়িত হৈ থকা ‘ডায়েবেটিছ’ শব্দটোৱে এতিয়া সকলোৰে বাবে হৈ পৰিছে ত্ৰাসৰ কাৰণ।

ডায়েবেটিছত আক্ৰান্ত হোৱাৰ লগে লগে জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ বিষয় হৈ পৰে। খোৱা-বোৱাৰ পৰা আৰম্ভ কৰি জিৰণি লোৱা, কর্মক্ষেত্র সকলোতে নির্দিষ্ট নিয়মৰ মাজেদি আগবাঢ়িবলগীয়া হয়। মিঠাই খালেই ডায়েবেটিছ হয় নে? নিশ্চয় নহয়।

মিঠাই খোৱাটো শৰীৰৰ বাবে প্ৰয়োজন। কাৰণ মিঠাইৰ উপাদানে শাৰীৰিক ভাৰসাম্য ৰক্ষাত সহায় কৰে। শৰীৰৰ বাবে প্ৰয়োজনীয় উপাদানসমূহৰ ভিতৰত অন্যতম হ’ল শৰ্কৰা। আমি গ্ৰহণ কৰা প্রায়ভাগ খাদ্যতেই কম-বেছি পৰিমাণে শৰ্কৰা থাকে।

সেইবাবে খাদ্য তালিকাত সুষম আহাৰ অন্তৰ্ভুক্ত হোৱাটো গুৰুত্বপূৰ্ণ বিষয়। এতিয়া বহুতৰে মনত শৰ্কৰা হৈ পৰিছে খলনায়ক সদৃশ। দৰাচলতে এইবিধ উপাদান তেতিয়াহে শৰীৰৰ বাবে অপকাৰী হয় যেতিয়া তেজত ইয়াৰ উপস্থিতি অস্বাভাৱিক ৰূপত ধৰা পৰে।

নিৰ্দিষ্ট পৰিমাণতকৈ বেছি থাকিলে ডায়েবেটিছে লাহে লাহে জটিল ৰূপ ধাৰণ কৰে। অৱশ্যে ইয়াক নিয়ন্ত্ৰণ কৰি ৰাখিলে কোনো সমস্যাই জটিল ৰূপ ধাৰণ কৰিব নোৱাৰে। এই উপাদানবিধ নিয়ন্ত্রণ বিষয়টো খাদ্য গ্রহণ, কায়িক শ্ৰমৰ স’তে ওতঃপ্রোতভাৱে জড়িত।

শৰ্কৰা নিয়ন্ত্ৰণ কৰে ইনছুলিন নামক অগ্নাশয়ৰ পৰা নিঃসৃত হৰম’ন বিধে। ইনছুলিন স্বাভাৱিক পৰিমাণে নিঃসৃত হৈ থাকিলে তেজত শৰ্কৰাও নির্দিষ্ট পৰিমাণেই থাকে। যেতিয়া কোনো কাৰণত ইনছুলিন নিঃসৰণত ব্যাঘাত জন্মে তেতিয়াই আৰম্ভ হয় বিপদ।

ইনচুলিন নিঃসৰণত উনৈশ-বিশ হোৱাৰ আঁৰত থাকে বিভিন্ন কাৰণ। যিসকলৰ একেবাৰে নিঃসৰণ নহয় তেওঁলোকে ইনচুলিন দিবলগীয়া হয়। দৰাচলতে ইনছুলিনৰ নিঃসৰণত ব্যাঘাত জন্মিলেহে শৰ্কৰা নিয়ন্ত্রণ হয় নে নহয় সেয়া জড়িত হৈ পৰে।

ৰোগীৰ বাবে চেনি নে গুড় মিঠাই ভাল

চেনি আৰু গুড় মিঠাইত থকা শৰ্কৰাৰ মাজত কিবা পার্থক্য আছে জানো? প্ৰায়ভাগ লোকেই চেনিতকৈ মিঠাই শৰীৰৰ বাবে উপকাৰী বুলি ভাবে।

সেইবাবে বহুতেই বিশেষকৈ ডায়েবেটিছত আক্রান্ত লোকসকলে চেনিৰ পৰিৱৰ্তে গুড় মিঠাই খায়। গুড় মিঠাইত শৰ্কৰা কম থাকে বুলি ভাবে। চেনি মানেই শৰ্কৰা।

অথচ গুড় মিঠাইত চেনিতকৈ কোনো গুণেই কম শৰ্কৰা নাথাকে। ডায়েবেটিছত আক্রান্ত লোকৰ বাবে শৰ্কৰা নিয়ন্ত্ৰণ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। এয়া চেনিতেই অথবা গুড় মিঠাইতে হওক কোনো কথা নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DiabetesHealthsweets
publisher

publisher

Related Posts

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
চিনেমা চালেই বৃদ্ধি পাব আয়ুস!
Lifestyle

চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

September 20, 2026
মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়
Lifestyle

মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

September 18, 2026
বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!
Lifestyle

বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

September 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d