Nagaon New Born Baby Deadbody Recovered:নগাঁৱত অমানৱীয় কাণ্ড !

জাবৰৰ দমৰ মাজত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

nagaon

Nagaon New Born Baby Deadbody Recovered:

নগাঁৱত পুনৰ অমানৱীয় কাণ্ড ৷ সভ্য সমাজক ভূলুন্ঠিত কৰি জাৱৰৰ দমত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

ADVERTISEMENT

চহৰ খনৰ হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত দুই নং মূলাপট্টীৰ ৰে’লগেটৰ সমীপৰ জাৱৰৰ দমৰ মাজত স্থানীয় লোকে প্ৰত্যক্ষ কৰে নৱজাতকতৰ মৃতদেহটো।

ইতিমধ্যে আৰক্ষী উপস্থিত হৈ মৃতদেহটো জিন্মাত লৈ মৰনোত্তৰ পৰীক্ষাৰ বাবে চিভিল হাস্পতাললৈ প্ৰেৰণ কৰে ৷

সন্দেহ কৰা মতে, অবৈধ মাতৃত্বৰ কলংকৰ পৰা হাত সাৰিবলৈ কোনো যুৱতীয়ে এনেদৰে নিক্ষেপ কৰে জাৱৰৰ দমলৈ ৷

এই অমানবীয় লজ্জাজনক ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় হয়বৰগাঁৱত ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত

Exit mobile version