Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Nalbari : সামন্য বৰষুণতে বোকাপানীৰে একাকাৰ পূৰ্নদৈচপৰাৰ চাপোন সংযোগী পথ

publisher by publisher
February 23, 2023
in Assam, News
Reading Time: 2 mins read
0
Nalbari : সামন্য বৰষুণতে বোকাপানীৰে একাকাৰ পূৰ্নদৈচপৰাৰ চাপোন সংযোগী পথ
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Nalbari:কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বীতাৰ উজ্জ্বল নিদৰ্শন নলবাৰী বৰভাগৰ ৰাতুল ডেকাৰ

বছৰ বছৰ ধৰি অবহেলিত ঘগ্ৰাপাৰৰ নিজ বড়িগোগ প্রাথমিক বিদ্যালয় সংলগ্ন পথ

1st May celebration:আজি বিশ্বজুৰি মে’ দিৱস পালন

Nalbari :

ফাগুন মাহৰ এজাক বৰষুণতে কদৰ্য্যময় হৈ পৰিছে হাজো আৰু নলবাৰী সমষ্টিৰ অন্তৰ্গত পূৰ্নদৈচপৰাৰ পৰা চাপোন সংযোগী পথচোৱা৷

ADVERTISEMENT

উল্লেখ্য যে বৰ্তমানৰ চৰকাৰৰ দিনত বিভিন্ন দিশত উন্নয়নৰ পৰশ পৰিছে৷দেশ স্বাধীন হোৱাৰ ৭০ বছৰ পাছত ৰাইজে নভবা বহুত কামে বৰ্তমানৰ চৰকাৰে কৰিবলৈ সক্ষম হৈছে৷

তাকে কৈছে এজন সত্তৰোৰ্ধৰ বয়সস্থ লোকে ৷ নাম ঠিকনা প্ৰকাশ কৰাত বাধা দি কামৰূপ জিলাৰ হাজো সমষ্টিৰ এইজন লোকে কয় যে বহুত ৰাস্তা ঘাট পকী হ’ল৷

কিন্তু নলবাৰী সমষ্টিৰ পূৰ্নদৈচপৰা(লহকৰপাৰা)ৰ পৰা হাজো সমষ্টিৰ দিপলাং গাৱঁৰ চাপোন চুবুৰী সংযোগী পথছোৱা আজি পৰ্যন্ত মেৰামতি নহল৷তেওঁ আক্ষেপ কৰি কয় যে জাৱৰৰ দমত সূৰ্য্যৰ পোহৰ নপৰাৰ দৰে উক্ত জৰাজীৰ্ণ পথ ছোৱা জনপ্ৰতিনিধি অথবা বিভাগীয় বিষয়া কৰ্মচাৰীৰ চকুত নপৰে৷

যাৰবাবে পথচাৰীয়ে যথেষ্ট কষ্ট ভোগ কৰিব লাগে৷বৰ্তমান নেৰানেপেৰা বৰষুণৰ বাবে পথচোৱা বোকাপানীৰে কদৰ্যময় হৈ পৰিছে৷উক্ত কদৰ্যময় পথৰে ছাত্ৰছাত্ৰীকে ধৰি অসংখ্য লোকে দৈনিক অহাযোৱা কৰি আছে৷

আনহাতে বিগত প্ৰলয়ংকৰী বানে পথটোৰ ঠায়ে ঠায়ে গাতৰ সৃষ্টি কৰি একোটা মৰণফাণ্ডৰ সৃষ্টি কৰিছে৷তেওঁ কয় যে এসময়ৰ কঞাঁ বাহাৰঘাট গড়কাপ্তানি পথটোৰ উক্ত অংশ বৰ্তমানৰ জনপ্ৰতিনিধিৰ অদূৰদৰ্শিতাৰ হেতুত মেৰামতি কৰা হোৱা নাই৷

মনকৰিবলগীয়া যে হাজো আৰু নলবাৰী সমষ্টি সংযোগী পথটোৰ হাজো সমষ্টিৰ কঞাঁ নামঘৰৰ পৰা দিপলাংৰ চাপোনলৈ পথছোৱা প্লেভাৰ ব্লকৰে যাতায়তৰ উপযোগী কৰাৰ বিপৰীতে নলবাৰী সমষ্টিৰ লহকৰপাৰা কেন্দুতললৈ একে ধৰনে নিৰ্মাণ কৰি যাতায়তৰ উপযোগী কৰিছে৷

কিন্তু লক্ষ্য কৰিবলগীয়া কথা যে দুয়ো সমষ্টিৰ দুটা মুৰৰ পৰা পথটো পকী কৰাৰ মাজতে পথটোৰ এটা অংশ প্ৰায় তিনি চাৰিশ মিটাৰ পথ দুৰ্ভাগ্যজনক ভাবে ৰৈ গ’ল৷উক্ত অংশটোৱে হ’ল পূৰ্নদৈচপৰাৰ পৰা চাপোন সংযোগ কৰা প্ৰধান পথ৷

উক্ত পথ ছোৱাৰ কাষতে হাজো আৰু নলবাৰী সমষ্টিৰ ভোটদান কৰা কেইবাঘৰো লোক আছে৷এইসকল লোকে বাৰিষা বোকাপানী গছকি যাতায়ত কৰিব লাগে৷সেয়েহে ৰাইজৰ এটা অংশই আজি দৈনিক অগ্ৰদূতৰ আগত সাত ভগীয়া ঠাইত শগুনেও শ নাখাই বুলি আক্ষেপ কৰি কয় যে আমি দুয়ো সমষ্টিৰ সীমামূৰীয়া বাবে পথ উন্নয়ন নকৰে বিভাগ তথা জনপ্ৰতিনিধিয়ে৷উল্লেখযোগ্য যে এসময়ৰ গড়কাপ্তানি বিভাগৰ উত্তৰ কামৰূপ সংমণ্ডলৰ অধীনস্থ কঞাঁ বাহাৰঘাট পথটো বছৰি মেৰামতি কৰি যাতায়তৰ উপযোগী কৰি ৰাখিছিল৷।

আনহাতে উক্ত পথটো বগল’চ ৰো’ড আৰু মৰোৱা কমলপুৰ পথৰ প্ৰধান বিকল্প পথ আছিল৷বৰ্তমান উক্ত পথ ছোৱাচিতা কৰাৰ বাবে কোনো বিভাগীয় কৰ্মচাৰী নাই৷যাৰ ফলত পথটো নিয়াৰিকৈ পৰিচালনা কৰিব পৰা নাই লোক নিৰ্মাণ বিভাগে৷

মাত্ৰ কষ্ট ভোগ কৰাই আছে জনসাধাৰণক৷ভুক্তভোগী ৰাইজে পথছোৱা শিঘ্ৰে মেৰামতি কৰাৰ বাবে চৰকাৰক দাবী জনাইছে৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: HajoNALBARI
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d