Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Usa Hawai Island Fire :আমেৰিকাৰ হাৱাই দ্বীপত বনজুইৰ সংহাৰী ৰূপ

অগ্নিদগ্ধ হৈ ৫৩ জন লোকৰ মৃত্যু, বনজুইৰ গ্ৰাসৰ পৰা ৰক্ষা পাবলৈ সাগৰত জপিয়াইছে বহুজনে

publisher by publisher
August 11, 2023
in News, International
Reading Time: 3 mins read
0
Usa Hawai Island Fire :আমেৰিকাৰ হাৱাই দ্বীপত বনজুইৰ সংহাৰী ৰূপ
0
SHARES
4
VIEWS
ShareShareShareShare

Usa Hawai Island Fire :

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ হাৱাই দ্বীপত ভয়ংকৰ ঘটনা ৷ বনজুইৰ সংহাৰী ৰূপ ৷ বনজুয়ে গ্ৰাস কৰিলে হাৱাই দ্বীপৰ লাহিনা চহৰৰ বহু অঞ্চল ৷ ইটোৰ পাছত সিটোকৈ অঞ্চল ইতিমধ্যে জুইয়ে গ্ৰাস কৰিছে ৷

ADVERTISEMENT

যুক্তৰাষ্ট্ৰৰ বায়ুসেনাই হেলিকপ্টাৰৰে আকাশমাৰ্গৰ পৰা জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে যদিও ফলৱতী হোৱা নাই ৷

RelatedPosts

Gerukamukh:বৃহৎ এলেকাৰ পাহাৰ ছানি ধৰিছে জুইয়ে: পৰিস্থিতি নিয়ন্ত্রণ অব্যাহত অগ্নিনির্বাপক বাহিনীৰ

Fire in West Tripura:পশ্চিম ত্ৰিপুৰাৰ আৰক্ষী শিবিৰত বিধ্বংসী অগ্নিকাণ্ড

Fire in Paltan Bazar:মহানগৰীৰ পল্টনবজাৰৰ অপ্সৰা চিনেমা হলৰ সমীপত ভয়াৱহ অগ্নিকাণ্ড

hawai 4যাৰবাবে হাৱাই দ্বীপ প্ৰসাসনে ৰেড এলাৰ্ট ঘোষণা কৰি আবাসী সকলক নিৰাপদ স্থানলৈ যাবলৈ নিৰ্দেশ দিছে যদিও চাৰিওফালে সাগৰৰ জলৰাশিৰে সৃষ্টি কৰিছে বাধা ৷

উল্লেখ্য যে,আমেৰিকাৰ হাৱাই দ্বীপ হৈছে আটাইতকৈ ধুনীয়া পৰ্যটন স্থলসমূহৰ অন্যতম পৰ্যটনস্থলী। শেহতীয়াকৈ, হাৱাইৰ মাউ কাউণ্টিৰ লাহিনাৰ অৰণ্যত সৃষ্টি হয় বনজুইৰ ইয়াৰ ফলত বৃহস্পতিবাৰে মৃত্যুৰ সংখ্যা বৃদ্ধি পায় ৫৩ লৈ ।

hawai island 3মাউ কাউণ্টিৰ বিষয়াসকলে সদৰি কৰা মতে, লাহিনাত বৰ্তমানেও অব্যাহত থকা ভয়ংকৰ বনজুইৰ ফলত বৃহস্পতিবাৰে কেৱল ১৭ জন লোকৰ মৃত্যু নিশ্চিত কৰা হৈছিল এএফপিয়ে প্ৰতিবেদনত।

লাহিনাৰ বনজুইৰ গ্ৰাসৰ পৰা উদ্ধাৰ পোৱা এজন ব্যক্তিয়ে কয় যে, এবাৰ লাহিনাৰ ফালে থকা উৰণীয়া সেঁতুখন ৰঙীন দৃশ্যৰে ভৰি আছিল, যিটো আজিৰ সময়ত সম্পূৰ্ণৰূপে ছাইত পৰিণত হৈছে। উৰণীয়া সেঁতু খনৰ প্ৰতিটো খণ্ডত জ্বলি ছাই হৈ যোৱা আৱৰ্জনা দেখা যায়। একেদৰে জুইত পোৰা নাওবোৰ সকলোতে দেখা যায়।

মৃত্যুৰ সংখ্যা বৃদ্ধি হ’ব পাৰে:

লাহিনাৰ মাউ কাউণ্টিৰ মুল পথটো ইতিমধ্যে জুইত বিধ্বস্ত হৈ পৰিছে৷ একেদৰে লাহিনাৰ বন্দৰৰ কাষত থকা শাৰি শাৰি নাও বোৰ জ্বলি ছাইত পৰিণত হৈছে। জুইৰ অগ্নি পিণ্ডই আগুৰি ধৰিছে পৰ্যটন চহৰখনত । উল্লেখ্য যে, মাউ কাউণ্টিৰ ফ্ৰণ্ট ষ্ট্ৰীট প্ৰায় ১৭০০ দশকৰ।

hawai island2হাৱাই চৰকাৰৰ মুখপাত্ৰ জছ গ্ৰীনে সদৰি কৰা মতে, বনজুইৰ ফলত ১,০০০ তকৈও অধিক বাসগৃহ ধ্বংস হৈছে আৰু কিছুমান এতিয়াও জ্বলি আছে। ইতিমধ্যে উদ্ধাৰ অভিযানত নিয়োজিত থকা উদ্ধাৰকাৰী দলে পৰিস্থিতি পৰ্যবেক্ষণ কৰি নিশ্চিত হয় যে মৃত্যুৰ সংখ্যা বৃদ্ধি আৰু পাব পাৰে।

অৰ্ধ শতাধিক গাড়ীৰ ভিতৰত অগ্নিদগ্ধ মৃতদেহ:

১৯৬১ চনত হাৱাই দ্বীপত চুনামি হৈছিল, য’ত ৬১ জন লোকৰ মৃত্যু হৈছিল। সেই ঘটনাৰ পিছত এইটো এনেধৰণৰ প্ৰথম অগ্নিকাণ্ডৰ ঘটনা, য’ত এতিয়ালৈকে ৫৩ জন লোকে প্ৰাণ হেৰুৱাইছে । টিফানি কিডাৰ ৱিন নামৰ এজন ব্যক্তিয়ে কয়, মোৰ ইয়াত এখন অত্যাধুনিক ষ্টেটচনাৰী দোকান আছিল৷কিন্ত ইতিমধ্যে দোকান খন জুইত ভস্মীভূত হৈছে।

আনহাতে মই নিজৰ চকুৰে দেখিছিলো যে জ্বলা বাহনৰ দীঘলীয়া শাৰী আছিল। সেই গাড়ীবোৰত মৃত লোকৰ মৃতদেহ আছে। তেওঁলোক এনেকুৱা মানুহ আছিল যিসম্ভৱত ট্ৰেফিকত আবদ্ধ হৈ আছিল আৰু সন্মুখৰ ৰাস্তাৰ পৰা ওলাই আহিব পৰা নাছিল।

যুক্তৰাষ্ট্ৰৰ হাৱাই পৰ্যটন দ্বীপত সংঘটিত হোৱা এই শোকাৱহ ঘটনাই দেশত পেলাইছে শোকৰ ছাঁ ৷

মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে ইতিমধ্যে এই ঘটনাৰ শোক প্ৰকাশ কৰি উদ্ধাৰ অভিযান আৰু আশ্ৰয় শিৱিৰত থকা লোকসকলক খাদ্য যোগান ধৰিবৰ বাবে সংশ্লিষ্ট বিভাগ সমূহক নিৰ্দেশ দিছে ৷ একেদৰে দেশ খনৰ বায়ু আৰু নৌ সেনাৰ বিশেষ দলক উদ্ধাৰ অভিযানত তদাৰক কৰিবলৈ মাৰ্কিন প্ৰতিৰক্ষা মন্ত্ৰণালয়ে নিৰ্দেশনা জাৰি কৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 53 Person DeadFireUsa Hawai Island
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d