Assam Jaging Association Football Tournament :আছাম জগিং এচোছি়েশ্যনৰ উদ্যোগত নক্ আউট ফুটবল টুৰ্ণমেণ্ট

assam jaging association 2

Assam Jaging Association Football Tournament :

আছাম জগিং এচোছি়েশ্যনৰ উদ্যোগত দিছপুৰ জনতা ভৱন খেল পথাৰত যোৱা ১৩-১৫ আগষ্টত অনুষ্ঠিত স্বাধীনতা দিৱস নক্ আউট ফুটবল টুৰ্ণমেণ্টত আছাম জগিং আচ্ছছিয়েচন এফ চি ( AJAFC) যে চুপাৰ মাৰ্কেট এফ চি দলক ২-০ গলত পৰাস্ত কৰি চেম্পিয়ন হয়।

চেম্পিয়ন হোৱা দলটোক ট্ৰফী সহ নগদ ১০ হেজাৰ টকা পুৰস্কাৰ হিচাপে আগবঢ়োৱা হয়। ৰানাৰ্চ আপ দলটোক ৭ হেজাৰ টকা ট্ৰফী সহ দিয়া হয়। কমল বৰ্মণক প্লেয়াৰ অব দ্য টুৰ্ণমেণ্ট ঘোষণা কৰি নগদ এহেজাৰ টকা আগবঢ়াৱা হয়।

উল্লেখযগ্য যে জোগিং আচ্ছছিয়েছনে যোৱা ১০ বছৰ ধৰি এই খেল অনুষ্ঠিত কৰি আহিছে। বঁটা বিতৰণী অনুষ্ঠানত Amtron ৰ Consultant চিত্ত ৰঞ্জন ডেকা মুখ্য অতিথি হিচাপে উপস্থিত আছিল।

আনহাতে সন্মানীয় অতিথি হিচাপে উপস্থিত আছিল ইণ্ডো -বাংলা জাৰ্ণলিষ্টছ ফ’ৰামৰ যুটীয়া সম্পাদক আব্দুল হাদি। বঁটা বিতৰণী সভাত সভাপতিত্ব কৰে আছাম জগিং এচোছি়েশ্যনৰ সভাপতি গীতাৰ্থ পাঠকে

Exit mobile version