Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Pijush Hazarika:জনতা ভৱনত বিভাগীয় কামৰ পৰ্যালোচনা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

অঞ্চলসমূহৰ অৰ্থনৈতিক উন্নয়নৰ ওপৰত গুৰুত্ব দি পৰিকল্পিতভাৱে মথাউৰি-শ্লুইছগেট নিৰ্মাণৰ প্ৰকল্প প্ৰস্তুত কৰিবলৈ বিভাগক নিৰ্দেশ

publisher by publisher
August 4, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Pijush Hazarika:জনতা ভৱনত বিভাগীয় কামৰ পৰ্যালোচনা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

AJP Review Meeting :মহানগৰীৰ হোটেল লিলিত অসম জাতীয় পৰিষদৰ পৰ্যালোচনা বৈঠক

Assam State Election Commission press conference in Janata bhawan: জনতা ভৱনত অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ সংবাদমেল

Asomiya Yuva Mancha:জনতা ভৱনৰ সমীপত অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চৰ বিক্ষোভ কাৰ্যসূচী

Pijush Hazarika:

অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত বিভাগৰ এখন বিশেষ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে | বৈঠকখনত বিগত সময়ৰ বিভাগীয় কামসমূহৰ পৰ্যালোচনা কৰাৰ লগতে চলিত বৰ্ষত কৰিব লগা বিভিন্ন কামৰ বিষয়ে আলোচনা কৰা হয় |

ADVERTISEMENT

মথাউৰি নিৰ্মাণ আৰু আন সুৰক্ষা ব্যৱস্থাৰ কামসমূহ কেনেধৰণৰ আঁচনিৰ অধীনত কৰা হ’ব সেই বিষয়ে আজি আলোচনা কৰাৰ লগতে প্ৰকল্পসমূহৰ আনুমানিক ব্যয়ৰ প্ৰাককলন প্ৰস্তুত বিষয়তো আলোচনা কৰা হয় |

মন্ত্ৰীগৰাকীয়ে উপস্থিত থকা মুখ্য অভিযন্তা আৰু আন বিভাগীয় অভিযন্তাসকলক উদ্দেশ্যি কয় যে প্ৰাককলন প্ৰস্তুতৰ ক্ষেত্ৰত যাতে চৰকাৰী পুঁজিৰ সঠিক ব্যৱহাৰ হয় আৰু অনাহকতে অধিক টকাৰ প্ৰাককলন প্ৰস্তুত কৰা নহয় তাৰ ওপৰত সকলোৱে গুৰুত্ব প্ৰদান কৰক |

আজিৰ বৈঠকতে এই বৰ্ষত মথাউৰিসমূহ বহল কৰাৰ ওপৰত গুৰুত্ব দিয়া হ’ব বুলি আলোচনা কৰি মাথো শেহতীয়াকৈ ওপৰেৰে নদীৰ পানী বৈ যোৱা মথাউৰিৰ অংশসমূহ ওখ কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয় |

বিভাগীয় অভিযন্তাসকলক সম্বোধন কৰি মন্ত্ৰী হাজৰীকাই কয় যে পৰিকল্পিত মথাউৰি আৰু শ্লুইছগেটে অঞ্চল সমূহক সুৰক্ষা প্ৰদান কৰাৰ লগতে আৰ্থ-সামাজিক উন্নয়নতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। বিগত সময়ত লাহৰীঘাটত নিৰ্মাণ কৰা মথাউৰি আৰু শ্লুইছ্ গেটে একোটা বৃহত্তৰ অঞ্চলক বানৰ প্ৰকোপৰ পৰা ৰক্ষা কৰাৰ ফলত মৰিগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চলৰ লোকৰ বাবে এতিয়া কৃষি-কৰ্ম সহজ হৈ পৰা বুলি মন্ত্ৰী হাজৰীকাই মন্তব্য কৰে |

লগতে বিগত সময়চোৱাত মাজুলীত নিৰ্মিত প্ৰায় ৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিয়ে এক বৃহৎ অঞ্চলত কৃষি-কৰ্ম সূচল কৰি তুলিছে বুলিও তেওঁ উল্লেখ কৰে । এনেদৰে মথাউৰি আৰু শ্লুইছগেটসমূহ পৰিকল্পিতভাৱে সম্পূৰ্ণ কৰি তোলাৰ ফলত অঞ্চলসমূহৰ অৰ্থনৈতিক উন্নয়ন দ্ৰুত হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই এই বৰ্ষও ইয়াৰ প্ৰতি লক্ষ্য ৰাখি পৰিকল্পিতভাৱে মথাউৰি আৰু শ্লুইছ গেট নিৰ্মাণৰ প্ৰকল্প প্ৰস্তুত কৰিবলৈ বিভাগক নিৰ্দেশনা প্ৰদান কৰে ।

আনহাতে বিভাগীয় কামৰ মানৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ নকৰিবলৈ অভিযন্তাসকলক নিৰ্দেশনা প্ৰদান কৰি মন্ত্ৰী হাজৰীকাই কামত গাফিলতি কৰা ঠিকাদাৰসকলৰ ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে কঠোৰ হ’বলৈও আহ্বান জনায় |

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Janata BhawanMinister Pijush HazarikaReview MeetingWater Resources Dept.
publisher

publisher

Related Posts

নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য
India

August 20, 2026
ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা
Assam

মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d