Dispur Press Club Annual Awards:দিছপুৰ প্ৰেছ ক্লাবৰ ২০২৩ বৰ্ষৰ বঁটা প্ৰাপকৰ নাম ঘোঘণা 

dispur press club

Dispur Press Club Annual Awards:

দিছপুৰ প্ৰেছ ক্লাবৰ ২০২৩ বৰ্ষৰ বিভিন্ন শিতানৰ বঁটা প্ৰাপকৰ নাম সমুহ আজি ঘোষণা কৰা হয় ।
দিছপুৰ প্ৰেছ ক্লাবৰ সভাপতি ড° নৰেন হাজৰিকা আৰু সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়ে এক বিবৃতিযোগে প্ৰেছ ক্লাবৰ বঁটা প্ৰাপক সকলোৰ নাম সমুহ ঘোষণা কৰে ।
অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি ছাত্ৰ আৰু যুৱ কল্যাণৰ সহযোগত আয়োজন কৰা দিছপুৰ প্ৰেছ ক্লাবৰ ২০২৩ বৰ্ষৰ বিভিন্ন শিতানৰ বঁটা প্ৰাপক সকল হ’ল ক্ৰমে —

১/ সম্পাদক বঁটা -সঞ্জীৱ কুমাৰ ফুকন
( দৈনিক জনমভূমি ),

২/ সাংবাদিকতা বঁটা –ভবেন দত্ত
( অসমীয়া প্ৰতিদিন )

হেমন্ত শৰ্মা
( ডি ৱাই ৩৬৫ )

সুনীল বৰা
( নিউজ লাইভ )

৩/ ফটো সাংবাদিকতা বঁটা -সমৰেন্দ্ৰ শৰ্মা
( দ্য আসাম ট্ৰিবিউন )

৪/ ভিডিও সাংবাদিকতা বঁটা–অবণী বেজবৰুৱা
( প্ৰতিদিন টাইম )

৫/ক্ৰীড়া সাংবাদিকতা বঁটা-সুষিম ৰঞ্জন ঘোষ
(দৈনিক অসম )

৬/ নিউজ এংকৰ বঁটা-পূবালী শৰ্মা ( এন বি লাইভ )

৭/ কৰ্মযোগী বঁটা –বিশ্বজিৎ ফূকন( বিধায়ক, সৰুপথাৰ )

৮/ জনহিতৈষী আৰক্ষী বঁটা-দিগন্ত বৰা (আই পি এছ )
গুৱাহাটী মহানগৰ আৰক্ষী আযুক্ত

৯/জন সেৱা বঁটা-অৰ্জুন ছেত্ৰী
( ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয় )

১০/অভিনেতা বঁটা-প্ৰসেনজিৎ বৰা ( অভিনেতা )

১১/সম্প্ৰীতি বঁটা-নুৰুল হক
( প্ৰাক্তন ছাত্ৰ নেতা )

১২/ যুৱ বন্ধু বঁটা-হিমু ৰাজবংশী
( কাৰ্ষবাহী পাৰিষদ, কে এ চি )

১৩/ সমাজহিতৈষী বঁটড°ফণিধৰ অধিকাৰী( শিক্ষাবিদ )

১৪/উদ্যোগী বঁটা -মনোজ ছৰাফ
( উদ্যোগী )

১৫/ যুৱ ৰাজনীতিক বঁটা-মানস প্ৰতীম দাস
( ৰাজনীতিক )

১৬/উদীয়মান কণ্ঠশিল্পী বঁটা-দীপান্বিতা ডেকা
(কণ্ঠ শিল্পী )

১৭/ অভিনেত্ৰী বঁটা-ৰিচা ছেত্ৰী ( অভিনেত্ৰী )

১৮/ সংবাদ বান্ধৱ বঁটা-চন্দন শইকীয়া
( তথ্য আৰু জনসংযোগ বিভাগ )

১৯/ ইউটিউবাৰ বঁটা –ধনশ্ৰী বৈশ্য
( মহিলা ইউটিউবাৰ )

২০/
সাহসী বঁটা -বিকাশ বৰুৱা
( বীৰ লাচিত সেনা )

২১/ অগ্ৰণী মহিলা বঁটা-দিপালী বৰ্মন
বিশিষ্ট সমাজকৰ্মী

২২/ প্ৰগতি বঁটা-পৱন আগৰৱালা

বিশিষ্ট সমাজকৰ্মী , ব্যৱসায়ী

২৩/ সাংবাদিক সংগঠক কল্যাণ বঁটা-শংকৰ গোহাঞি,
সদৌ অসম সাংবাদিক কল্যাণ ন্যাস

অহা ২৬ আগষ্টত দিছপুৰ লাষ্টগেটত থকা লোক নিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বঁটা সমুহ প্ৰদান কৰা হ’ব ।

Exit mobile version