Gaurav Gogoi Holds Meeting With RBI Governor:ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অধ্যক্ষ শশীকান্ত দাস,উপাধ্যক্ষ আৰু কাৰ্যবাহী সঞ্চালকৰে বৈঠকত মিলিত গৌৰৱ গগৈ

rbi

Gaurav Gogoi Holds Meeting With RBI Governor:

লোকসভাৰ বিৰোধী উপ-দলপতি তথা কলিয়াবৰৰ কংগ্ৰেছী সাংসদ গৌৰৱ গগৈয়ে শুক্ৰবাৰে মুম্বাইত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অধ্যক্ষ শশীকান্ত দাস,উপাধ্যক্ষ আৰু কাৰ্যবাহী সঞ্চালক মণ্ডলীৰ লগত আলোচনাত মিলিত হয়।

আলোচনাত মুদ্ৰাস্ফীতি, ২০০০/- টকীয়া নোট প্ৰচলনৰ ফলত সৃষ্টি হোৱা সমস্যা আৰু ৰাজ্য চৰকাৰৰ উচ্চ মাত্ৰাৰ ঋণ যেনে অসমৰ বাকী থকা ১,৩৪,০০০ কোটি টকা ঋণৰ বিষয় সমূহ উত্থাপন কৰে কংগ্ৰেছৰ যুৱ নেতাজনে ৷

Exit mobile version