Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Delhi Assembly Badget Will Not Be Presented Today : দিল্লী বিধানসভাত বাজেট উত্থাপনত বাধা আৰোপ গৃহ মন্ত্ৰণালয়ৰ

আপৰ তীব্ৰ প্ৰতিক্ৰিয়া : এইয়া কেন্দ্ৰৰ গুণ্ডামি

publisher by publisher
March 21, 2023
in India, News
Reading Time: 1 min read
0
Delhi Assembly Badget Will Not Be Presented Today : দিল্লী বিধানসভাত বাজেট উত্থাপনত বাধা আৰোপ গৃহ মন্ত্ৰণালয়ৰ
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

BRICS Summit 2026: মোদীৰ ৰাজকীয় নৈশভোজত অংশ নল’লে জিনপিঙে, অসুস্থ নেকি চীনৰ ৰাষ্ট্ৰপতি ?

CJP:ইণ্ডিয়া গেটৰ পৰা দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ প্রতিবাদী সমদল চিজেপিৰ

Delhi Assembly Badget Will Not Be Presented Today :

দেশৰ সংসদীয় ইতিহাসত মঙলবাৰে সংঘটিত হয় এক অস্বাভাৱিক ঘটনা ৷ দেশৰ ৰাজধানী অঞ্চল দিল্লীৰ শাসনত থকা আপৰ চৰকাৰে ৰাজ্য বিধানসভাত দাখিল কৰিবলগীয়া বাজেট উত্থাপনত বাধা আৰোপ কৰে কেন্দ্ৰীয় চৰকাৰে।

ADVERTISEMENT

উল্লেখ্য যে ,আজি দিল্লী বিধানসভাত আপ চৰকাৰে২০২৩-২৪ বৰ্ষৰ বাজেট দাখিলৰ কথা আছিল ৷ কিন্ত বাজেট দাখিলৰ পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰৰ জৰিয়তে বাজেট উত্থাপনত বাধাৰোপ জাৰি কৰে ৷

প্ৰাপ্ত খবৰ অনুসৰি ,কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে দিল্লী চৰকাৰৰ পৰা বিজ্ঞাপন সহ তিনিটা বিষয় সম্পৰ্কত উত্তৰ বিচাৰিছিল ৷ কিন্ত মঙলবাৰ পৰ্যন্ত কোনো উত্তৰ গৃহ মন্ত্ৰণালয়ক দিয়া নাই ৷

আনহাতে সদনত বাজেট দাখিল কৰিব নিদিয়াত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰধানমন্ত্ৰী মোদীলৈ এক পত্ৰ লিখি উল্লেখ কৰে যে, প্ৰধানমন্ত্ৰী মহোদয় ,দিল্লী জনতাৰ ওপৰত কিয় খং কৰিছে ৷ অনুগ্ৰহ কৰি বাজেট খন দাখিল কৰিবলৈ দিয়ক ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে কেন্দ্ৰক তিৰ্যক আক্ৰমণ কৰি কয়,দেশত হয়টো এইটোৱে প্ৰথম ঘটনা ৷ য’ত এখন নিৰ্বাচিত চৰকাৰক বাজেট দাখিলৰ এদিনৰ পূৰ্বে নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ এইয়া কেন্দ্ৰৰ গুণ্ডামি ৷

ইপিনে আজি দিল্লী বিধানসভাৰ বাজেট অধিৱেশনত সদনত বিত্ত মন্ত্ৰী কৈলাশ গেহলৌতে কয়, কেন্দ্ৰই বাজেট দাখিলত বাধাআৰোপ কৰাটো এখন নিৰ্বাচিত চৰকাৰক কৰা পোনপটীয়া আক্ৰমণ৷এইয়া গণতন্ত্ৰৰ বাবে লজ্জাজনক ৷

ৰাইজে নিৰ্বাচিত কৰা মুখ্যমন্ত্ৰী আৰু তেওঁৰ কেবিনেট থাকি কি লাভ,য’ত বাজেট দাখিল কৰিব নোৱাৰে বা পাছ কৰিব নোৱাৰে ৷

সদনত বাজেট দাখিলত ব্যৰ্থ হোৱাৰ বাবে সদনত দুখ প্ৰকাশ কৰি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে,বাজেটৰ ফাইলটো অনুমোদনৰ বাবে পুনৰ প্ৰেৰণ কৰা হৈছে গৃহ মন্ত্ৰালয়লৈ।

আনকি বিত্ত মন্ত্ৰী গৰাকীয়ে টুইট কৰি বাজেটৰ ফাইলটো যাবতীয় অনুমোদনৰ বাবে গহ মন্ত্ৰণালয়লৈ প্ৰেৰণ হৈছে বুলিও উল্লেখ কৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assembly BadgetDELHI
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d