Drugs Paddler Arrested:মহানগৰীৰ ফাঁচী বজাৰত আৰক্ষীৰ অভিযানত জব্দ ড্ৰাগছ দুই সৰবৰাহকাৰীক আটক

drugs seized

Drugs Paddler Arrested:

মহানগৰীত দিনক দিনে বৃদ্ধি পোৱা ড্ৰাগছৰ ৰমৰমীয়া বেহাৰ বিৰুদ্ধে কঠোৰস্থিতি গ্ৰহণ কৰিছে আৰক্ষীয়ে ৷

বিশেষ সূত্ৰৰ পমখেদি আৰক্ষীয়ে মহানগৰীৰ ফাঁচী বজাৰত অৰ্তকিতে অভিযান চলাই ৩৪ গ্ৰাম ব্ৰাউন চুগাৰ সহ দুই সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত সৰবৰাহকাৰী দুটা হ’ল কুৰবান আলী আৰু আজিবুৰ ৰহমান ৷

Exit mobile version