Mangaldoi Food Poisoning :
মঙ্গলদৈত খাদ্যত বিষক্ৰিয়া |মঙ্গলদৈৰ নিকটৱৰ্তী জলজলী কুমাৰপাৰা গাঁৱৰ পবিত্ৰ কুমাৰৰ ঘৰত বুধবাৰে নিশা অনুষ্ঠিত হৈছিল সত্যনাৰায়ন পূজা। পূজাৰ প্ৰসাদ খাই ২০-২৫ জন লোকৰ হয় বিষক্ৰিয়া ।
বেছি সংখ্যক ১৮ বছৰৰ তলৰ লোক হে অসুস্থ হয় । জিলা স্বাস্থ্য বিভাগে বৰ্তমান বিষয়টো তদন্ত অব্যাহত ৰাখিছে ।