Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

    ‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

    চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

পৃথিৱীৰ পৰা ১২৪ আলোকবৰ্ষ দূৰত্বৰ গ্ৰহত উদ্ধাৰ জীৱৰ সন্ধান !

publisher by publisher
April 19, 2025
in International, News
Reading Time: 1 min read
0
পৃথিৱীৰ পৰা ১২৪ আলোকবৰ্ষ দূৰত্বৰ গ্ৰহত উদ্ধাৰ জীৱৰ সন্ধান !
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!

শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

দিনটোৰ ৰাশিফল

পৃথিৱীৰ বাহিৰে বিশ্বব্ৰহ্মাণ্ডৰ আন গ্ৰহত জীৱ অথবা প্রাণী নাই বুলি প্ৰচলিত ধাৰণা দূৰ হোৱাৰ ইংগিত পোৱা গৈছে। একাংশ জ্যোর্তিবিজ্ঞানীয়ে প্ৰকাশ কৰা অনুসৰি, পৃথিৱীৰ বাহিৰেও বিশ্বব্ৰহ্মাণ্ডৰ আৰু এটা গ্ৰহত জীৱনৰ সন্ধান পোৱা গৈছে।

ADVERTISEMENT

পৃথিৱীৰ পৰা ১২৪ আলোকবর্ষ (এক আলোকবর্ষ মানে ১৪৯.৬ নিযুত কিলোমিটাৰ)ৰ দূৰত্বত অৱস্থিত কে-২ ১৮ বি নামৰ গ্ৰহটোত প্ৰাণস্পন্দন অস্তিত্ব উদ্ধাৰ হৈছে বুলি এই বিজ্ঞানীসকলে বিশ্বাস কৰে।

গ্ৰহটোৰ বায়ুমণ্ডলত দুটা ৰাসায়নিক বিক্ৰিয়াৰ অস্তিত্ব উদ্ধাৰ হৈছে। ইয়ে গ্ৰহটোত জীৱ (প্রাণী বা উদ্ভিদ) থকাৰ প্ৰমাণ দিয়ে বুলি একাংশ বিজ্ঞানীয়ে মন্তব্য কৰিছে। উল্লেখ্য যে বৰ্তমানলৈ আৱিষ্কৃত গ্রহ-উপগ্রহসমূহত জীৱৰ অস্তিত্ব উদ্ধাৰ হোৱা নাই।

এই আৱিষ্কৃত গ্রহ-উপগ্রহসমূহৰ মাজত সৌৰজগতৰ বাহিৰৰো গ্ৰহ-উপগ্রহ আছে। আনহাতে, পৃথিৱীৰ বাহিৰত জীৱ আছে নেকি, তাৰ সন্ধান যুগ যুগ ধৰি চলি আছে। আনকি একাংশ বিজ্ঞানীয়ে এনে গৱেষণাতে জীৱনপাত কৰিছে।

একাংশ বিজ্ঞানীৰ মতে, যিসমূহ গ্ৰহত তাপমাত্র তুলনামূলকভাৱে কম,তেনে গ্ৰহত প্ৰাণৰ সঞ্চাৰ হোৱাৰ সম্ভাৱনা অধিক। ইয়াৰ বিপৰীতে বিভিন্ন নক্ষত্ৰৰ অধিক ওচৰত অৱস্থিত গ্রহসমূহৰ তাপমাত্রা প্রচণ্ড হোৱাৰ পৰিপ্ৰেক্ষিতত এনে গ্ৰহত জীৱৰ অস্তিত্ব থকা অসম্ভৱ।

শেহতীয়াভাৱে ‘নাছা’ৰ জেমছ ৱেৰ মহাকাশ দূৰবীণত ধৰা পৰা মতে, কে-২ ১৮ বি গ্ৰহৰ বায়ুমণ্ডলত জৈৱিক প্ৰক্ৰিয়াৰে উৎপাদিত গেছৰ ৰাসায়নিক অস্তিত্ব চিনাক্ত কৰা হৈছে। এই গেছ উৎপাদন প্ৰক্ৰিয়াসদৃশ প্ৰক্ৰিয়াৰে পৃথিৱীৰ বায়ুমণ্ডলতো নির্দিষ্ট গেছবিধৰ উৎপাদন হয় ।

গতিকে পৃথিৱীৰ পৰা অনেক দূৰৈত অৱস্থিত এই গ্ৰহটোজীৱ থকা বুলি একাংশ বিজ্ঞানীয়ে দাবী কৰিছে । একেদৰে এই আৱিষ্কাৰক যুগান্তকাৰী আখ্যা দিছে নাছাৰ গৱেষকসকলে। নাছাৰ গৱেষকসকলৰ মতে, গ্ৰহটোৰ বায়ুমণ্ডলত ধৰা পৰা লক্ষণে তাত জীৱ থকাৰ শক্তিশালী প্রমাণ দিছে। সম্প্রতি গ্ৰহটোক লৈ নাছাৰ বিজ্ঞানীসকল অধিক অধ্যয়নত ব্যস্ত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!
International

October 17, 2026
শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং
International

শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

October 17, 2026
‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা
India

‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

October 17, 2026
চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d