Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

    মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

    পৌৰাণিক আখ্যানৰ পৰা দেশৰ স্বাধীনতা আন্দোলনৰে সংপৃক্ত দশভুজাৰ আৰাধনা

    উন্মনা শৰতৰ বতৰালৈ নৈৰ পাৰত কঁহুৱাই পাৰিছে শুভ্র দলিচা

    ৰাজ্যত মাষ্টাৰ ৰোল-কেজুৱেল-স্থায়ী দৰমহাত কৰ্মচাৰীৰ নিযুক্তি বন্ধ হ’ল

    অসমত মই যিমান আদৰ-সন্মান পাইছো সেয়া চাগে বেলেগত আনে পোৱা নাই!

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Side Effects Of Banana : আপুনি দৈনিক কল খায় নেকি ? কলৰো আছে অপকাৰী গুণ !

জানিবলৈ পঢ়ক 

publisher by publisher
December 27, 2022
in Lifestyle
Reading Time: 2 mins read
0
Side Effects Of Banana : আপুনি দৈনিক কল খায় নেকি ? কলৰো আছে অপকাৰী গুণ !
4
SHARES
37
VIEWS
ShareShareShareShare

RelatedPosts

Ginger : অত্যাধিক আদা ব্যৱহাৰ কৰে ? সাৱধান হওঁক এইসমূহ ৰোগী

খালি পেটত কল খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক নেকি ? জানিবলৈ পঢ়ক —

এটা কলৰ শক্তি কিমান জানানে ?

Side Effects Of Banana :

শৰীৰৰ উপকাৰৰ কাৰণে আমি প্ৰায় লোকেই দৈনিক কল খাওঁ । বহু পুষ্টিগুণেৰে সমৃদ্ধ কল খাবলৈ চিকিৎসকে আমাক উপদেশ দিয়ে । বিশেষকৈ নিয়মিত ব্যায়াম কৰা লোকে দৈনিক খাদ্য তালিকাত কল সংযোগ কৰা দেখা যায় ।

ADVERTISEMENT

মিনাৰেল, ভিটামিন, ফাইবাৰ,পটাচিয়াম সমৃদ্ধ কল অত্যন্ত স্বাস্থ্যকৰ হোৱাৰ লগতে ই হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে । কল যে শৰীৰৰ কাৰণে উপকাৰী তাত কাৰো সন্দেহ নাই । কিন্তু উপকাৰী হ’লেও কল বেছি খোৱা উচিত নহয় ।

যিহেতু পুষ্টিবিদে জনাইছে যে , দৈনিক কল খোৱাটো স্বাস্থ্যৰ পক্ষে ভাল নহয় । সেইয়ে আমি দৈনিক কল খালে হোৱা অপকাৰৰ কথা আলোচনা কৰিম ।

কোষ্ঠকাঠিন্য :– দৈনিক কল খালে কোষ্ঠকাঠিন্য হোৱাৰ ভয় থাকে । যিহেতু কলত প্ৰচুৰ পৰিমাণে ষ্টাৰ্চ আৰু ফাইবাৰ পেকটিন নামৰ এবিধ উপাদান থাকে । যি কোষ্ঠকাঠিন্য হোৱাত অৰিহণা যোগায় ।

হজমত ব্যাঘাত জন্মায় : শৰীৰৰ কাৰণে ফাইবাৰ খুবেই জৰুৰী যদিও অত্যাধিক ফাইবাৰে সমস্যাৰ সৃষ্টি কৰে । যিহেতু কল বেছি খালে শৰীৰে অতিৰিক্ত ফাইবাৰ লাভ কৰে । ফলত শৰীৰত পৰিপাক ক্ৰিয়াৰ বিসংগতি হৈ হজমত বাধা আহে ।

ওজন বৃদ্ধি হয় :- কলত কেলৰিৰ পৰিমাণ বেছি থকাৰ লগতে ই শৰীৰটো ঠাণ্ডা কৰি ৰাখে । সেয়েহে কল বেছি খালে ওজন বঢ়াৰ সম্ভাৱনা বৃদ্ধি পায় । এটা কলত প্ৰায় ১৫০ গ্ৰাম কেলৰি থাকে । তেনেক্ষেত্ৰত পুষ্টিবিদে দৈনিক দুটা কলতকৈ বেছি খাবলৈ বাধা প্ৰদান কৰিছে ।

দাঁতৰ সমস্যা বৃদ্ধি কৰে :- কলত শৰ্কৰাৰ পৰিমাণ বেছি থাকে । বেছি মিঠাজাতীয় খাদ্য দাঁতৰ কাৰণে বেয়া লগতে কলত থকা এচিডজাতীয় উপাদানে দাঁতৰ ক্ষয় কৰে । বি : দ্ৰ : এই প্ৰতিবেদনটো সাৱধানতা অৱলম্বন কৰিবলৈহে যুগুত কৰা হৈছে । স্বাস্থ্যৰ হানি কৰিব পৰা যিকোনো খাদ্য গ্ৰহণৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BananaSide Effects
publisher

publisher

Related Posts

শেৱালি ফুলৰো আছে ঔষধি গুণ
Lifestyle

শেৱালি ফুলৰো আছে ঔষধি গুণ

October 4, 2026
গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি
Lifestyle

গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

October 4, 2026
ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
চিনেমা চালেই বৃদ্ধি পাব আয়ুস!
Lifestyle

চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d