Mangaldoi Food Poisoning :মঙ্গলদৈত খাদ্যত বিষক্ৰিয়া

সত্যনাৰায়ন পূজাৰ মাহ প্ৰসাদ খাই বিষক্ৰিয়া হয় ২০/ ২৫ জনতকৈয়ো অধিক লোক

food poisoning 2

Mangaldoi Food Poisoning :

মঙ্গলদৈত খাদ্যত বিষক্ৰিয়া |মঙ্গলদৈৰ নিকটৱৰ্তী জলজলী কুমাৰপাৰা গাঁৱৰ পবিত্ৰ কুমাৰৰ ঘৰত বুধবাৰে নিশা অনুষ্ঠিত হৈছিল সত্যনাৰায়ন পূজা। পূজাৰ প্ৰসাদ খাই ২০-২৫ জন লোকৰ হয় বিষক্ৰিয়া ।

বিষত আক্ৰান্ত লোক সকলৰ বমি,পেটৰ বিষ আৰু হয় মুৰ ঘূৰণী আদি বিভিন্ন ধৰণৰ স্বাস্থ্যৰ বিসংগতি দেখা দিছে ।

বৰ্তমান জলজলী কণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চলি আছে তেওঁলোকৰ চিকিৎসা।
বেছি সংখ্যক ১৮ বছৰৰ তলৰ লোক হে অসুস্থ হয় । জিলা স্বাস্থ্য বিভাগে বৰ্তমান বিষয়টো তদন্ত অব্যাহত ৰাখিছে ।

Exit mobile version