Ramon Magsaysay Award for the year 2023 To Dr. Ravi Kannan R:২০২৩ বৰ্ষৰ ৰমন মেগছেছে বঁটা ঘোষণা

ডা:ৰবি কান্নান আৰলৈ ২০২৩ বৰ্ষৰ ৰমন মেগছেছে বঁটা, কান্নান কাছাৰ কেন্সাৰ কেয়াৰ হাস্পতাল আৰু গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক

award

Ramon Magsaysay Award for the year 2023 To Dr. Ravi Kannan R:

২০২৩ বৰ্ষৰ সন্মানীয় ৰমন মেগছেছে বঁটা ঘোষণা কৰা হৈছে ৷ ২০২৩ বৰ্ষৰ ৰমন মেগছেছে বঁটা ডা০ ৰবি কান্নান আৰলৈ প্ৰদান কৰা হয়।

ADVERTISEMENT

চতিত বৰ্ষৰ ৰমন মেগছেছে বঁটা লাভ কৰা কন্নন হৈছে একমাত্ৰ ভাৰতীয়। কান্নান কাছাৰ কেন্সাৰ কেয়াৰ হাস্পতাল আৰু গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ৷ কৰ্কট ৰোগৰ চিকিৎসা আৰু গৱেষণাৰ ক্ষেত্ৰত আগবঢ়োৱা অপৰিসীম বৰঙণিৰ বাবে বিশিষ্ট চিকিৎসক – গৱেষক জনলৈ আগবঢ়োৱা হয় সন্মানীয় ৰমন মেগছেছে বঁটা ৷

আনহাতে একমাত্ৰ ভাৰতীয় হিচাপে এই আন্ত:ৰাষ্ট্ৰীয় বঁটা লাভ কৰাত উৎফুল্লিত হৈ পৰিছে ৰবি কান্নান আৰৰ কৰ্মস্থলী কাছাৰ কেন্সাৰ হাস্পতাল আৰু গৱেষণা প্ৰতিষ্ঠানৰ চিকিৎসক ,বিষয়া- কৰ্মচাৰী ৷

Exit mobile version