Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Attari Railway Station In Amitsar : ভাৰতৰ একমাত্ৰ ৰে’ল ষ্টেচন, যাৰ বাবে ভিছা আৰু পাছপোৰ্টৰ প্ৰয়োজন

ক'ত আছে ব্যতিক্ৰমী ষ্টেচনটো !

publisher by publisher
February 25, 2023
in India, News
Reading Time: 2 mins read
0
Attari Railway Station In Amitsar : ভাৰতৰ একমাত্ৰ ৰে’ল ষ্টেচন, যাৰ বাবে ভিছা আৰু পাছপোৰ্টৰ প্ৰয়োজন
7
SHARES
66
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Attari Railway Station In Amitsar :

ভাৰতীয় ৰে’লৰ বিষয়ে সমগ্ৰ বিশ্বতে আলোচনা কৰা হয় ৷কিয়নো ই এছিয়াৰ সৰ্ববৃহৎ ৰে’ল নেটৱৰ্ক। ইয়াৰ ডাঙৰ কাৰণটো হ’ল ভাৰতৰ জনসংখ্যা বহু বেছি ৷ ক্ৰমাৎ দিনক দিনে আৰু বৃদ্ধি পাই গৈছে ৷ যাৰ বাবে ভাৰতীয় ৰে’লত ভ্ৰমণ কৰা লোকৰ কোনো অভাৱ নাই।

ADVERTISEMENT

ভাৰতত প্ৰায় ৮৩৩৮ টা ৰে’ল ষ্টেচন আছে৷ য’ৰ পৰা প্ৰতিদিনে কোটি কোটি লোকে ভ্ৰমণ কৰে ৷ কিন্তু আপুনি কেতিয়াবা এনে এটা ষ্টেচনৰ বিষয়ে শুনিছে নে ! য’ত ভিছা আৰু পাছপোৰ্ট অবিহনে ষ্টেচনটোলৈ যাব নোৱাৰি ৷

এতিয়া আমি সেই ৰেল ষ্টেচনৰ বিষয়ে জানো আহক :

এই ৰে’ল ষ্টেচনটো পৰিদৰ্শন কৰিবলৈ নিতান্তই প্ৰয়োজন ভিছা-পাছপোৰ্টৰ :-

আমি সকলোৱে জানো এখন দেশৰ পৰা আন এখন দেশলৈ অহা-যোৱা কৰিবলৈ ভিছা আৰু পাছপোৰ্টৰ প্ৰয়োজন হয় ৷ কিন্তু ভাৰতত এনে এটা ৰে:ল ষ্টেচন আছে য’ত ভাৰতীয় লোকসকলক যাবলৈ প্ৰয়োজন হয় ভিছা আৰু পাছপোৰ্টৰ ।

আপোনাৰ উৎকণ্ঠাৰ অন্ত পেলাই জনাও যে আমি যি ৰে’ল ষ্টেচনৰ কথা কবলৈ ওলাইছো তাৰ নাম আটাৰী ৷ কিন্তু এতিয়া ইয়াক আটাৰী শ্যাম সিং ষ্টেচনলৈ সলনি কৰা হৈছে। এই ৰে’ল ষ্টেচনটো পঞ্জাৱৰ অমৃতসৰত অৱস্থিত৷ য’ত ভাৰতীয় নাগৰিকসকলে ষ্টেচনটোলৈ যাবলৈ ল’ব লাগে পাকিস্তানী ভিছা ।

উল্লেখ্য যে,এই ৰে’ল ষ্টেচনত ভিছা আৰু পাছপোৰ্ট অবিহনে ধৰা পৰা সকলো ভাৰতীয়ৰ বিৰুদ্ধে ১৪ খন বিদেশী আইনৰ অধীনত গোচৰ ৰুজু কৰা হয়। আনকি এই গোচৰত ক্ জামিন পোৱাটো অতি কঠিন ৷ইয়াৰ বাবে যদি আপুনি আটাৰী শ্যাম সিং ৰে’ল ষ্টেচনলৈ যাব বিচাৰে৷ তেন্তে আপুনি তাৰ আগতে ল’ব লাগিব পাকিস্তানৰ ভিছা ।

আটাৰী হৈছে পঞ্জাৱৰ অন্তিমটো ৰে’ল ষ্টেচন :-

আটাৰী শ্যাম সিং হৈছে ভাৰতৰ আটাইতকৈ সৰু ৰে’ল ষ্টেচন৷ যাৰ এফালে অমৃতসৰ আৰু আনফালে লাহোৰ আছে। এইটো পঞ্জাৱৰ অন্তিমটো ৰে’ল ষ্টেচন।

সমঝোতা এক্সপ্ৰেছ ভাৰতৰ আটাইতকৈ ভি ভি আই পি ৰে’ল আৰু ইয়াৰ সেউজ সংকেতত আটাৰট ৰে’ল ষ্টেচনৰ দেখুওৱা হৈছে। মনকৰিবলগীয়া যে, কাশ্মীৰত অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ পিছৰে পৰা এই সমঝোতা এক্সপ্ৰেছ সম্প্ৰতি বন্ধ কৰি হৈ আছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AmitsarAttari Railway Station
publisher

publisher

Related Posts

সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে
Lifestyle

সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

September 3, 2026
Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ
Crime

Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

September 3, 2026
Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত
Assam

Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

September 3, 2026
Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক
Assam

Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

September 3, 2026
চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
Assam

চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

September 3, 2026
তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি
Assam

তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d