Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ৰাজস্থান আন্ত:ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোসৎৱত উজলিল আইমী বৰুৱা : “চেমখৰ”লৈ দুটা শাখাৰ শ্ৰেষ্ঠ সন্মান

publisher by publisher
April 1, 2022
in Assam, Entertainment, India, Movie, News
Reading Time: 1 min read
0
ৰাজস্থান আন্ত:ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোসৎৱত উজলিল আইমী বৰুৱা : “চেমখৰ”লৈ দুটা শাখাৰ শ্ৰেষ্ঠ সন্মান
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

‘ছেমখৰ’ ছবিৰ প্ৰদৰ্শনত নিষেধাজ্ঞাৰ দাবীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ স্মাৰকপত্ৰ প্ৰেৰণ খিলঞ্জীয়া সাহিত্যসভা, অসমৰ

এইবাৰ ‘স্ক্ৰীমিং বাটাৰফ্লাইজ’ৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অভিনেত্ৰী আইমী বৰুৱা*

বেংগালুৰু আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আইমী বৰুৱাৰ “চেমখৰ”লৈ শ্ৰেষ্ঠ ভাৰতীয় ছবিৰ সন্মান

এটাৰ পাছত আনটো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোসৎৱত আইমী বৰুৱাৰ বহুল চৰ্চিত ছবি “চেমখৰ”এ সাফল্য আজুৰি আনিবলৈ সক্ষম হোৱাৰ পাছতে পুনৰাই আহিছে আন এক সুসংবাদ । ইতিমধ্যে সাম্প্ৰতিক বিশ্বৰ চলচ্ছিত্ৰ জগতত চৰ্চাৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰা চেমখৰ এইবাৰ উজলি উঠিছে অষ্টম ৰাজস্হান আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোসৎৱ চমুকৈ “আৰআইএফএফ”ত ।

ADVERTISEMENT

কাৰ্যতঃ জনপ্ৰিয় অভিনেত্ৰী তথা ছবি নিৰ্মাতা আইমী বৰুৱাৰ “চেমখৰ”য়ে ৰাজস্থান আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোসৎৱত শ্ৰেষ্ঠ আঞ্চলিক পূৰ্ণ দৈৰ্ঘ্য কাহিনী চিত্ৰ ( Best Regional Feature Film ) আৰু আঞ্চলিক পূৰ্ণ দৈৰ্ঘ্য কাহিনী চিত্ৰৰ শ্ৰেষ্ঠ অভিনেত্ৰী ( Best Actress for Regional Feature Film) সন্মান অৰ্জন কৰিবলৈ সক্ষম হয় ।

বলিউডৰ প্ৰথিতযশা প্ৰযোজক, প্ৰখ্যাত চলচ্ছিত্ৰ নিৰ্মাতা, জনপ্ৰিয় ছবি “তেজাব”ৰ পৰিচালক এন চন্দ্ৰশেখৰে “আৰআইএফএফ”ৰ সামৰণি তথা বঁটা প্ৰদানৰ আকৰ্ষণীয় সাংস্কৃতিক বৰ্ণাধ্য সন্ধিয়াত আইমী বৰুৱাক এই সন্মান আগবঢ়ায় ।

উল্লেখযোগ্য যে ৰাজস্থান দিৱসৰ স’তে সংগতি ৰাখি যোধপুৰৰ যশৱন্ত থাড়া লনত অনুষ্ঠিত এই মহোৎসৱত মুখ্য অতিথি হিচাপে নগৰ নিগম উত্তৰৰ মেয়ৰ কুন্তি দেৱৰা পৰিহৰ উপস্থিত থাকি এনে অত্যাধুনিক আন্তঃৰাষ্ট্ৰীয় মানৰ চলচ্ছিত্ৰ মহোৎসৱ অতি সফল আৰু নিখুতভাৱে আয়োজন কৰা বাবে “আৰআইএফএফ”ৰ উদ্যোক্তালৈ গভীৰ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে ।

ছয় দিনীয়া কাৰ্যসূচীৰে আয়োজিত “আৰআইএফএফ”ত সমাজৰ প্ৰতি বিভিন্ন ইতিবাচক বাৰ্তাবাহক ১০টা ভাষাৰো অধিক ৫৮ খনতকৈয়ো বেছি ছবি প্ৰদৰ্শিত হয় । মহোসৎৱৰ সঞ্চালক সমেন্দ্ৰ হৰ্ষই সদৰী কৰা মতে, “আৰআইএফএফ”ত ১০টা শাখাত ৬০ টাৰো অধিক বঁটা আগবঢ়োৱা হৈছে । তদুপৰি সাতটা বিশেষ বঁটাও এই মহোসৎৱত প্ৰদান কৰা হয় ।

ভাৰতীয় চলচ্ছিত্ৰ জগতলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে ছবি নিৰ্মাতা-পৰিচালক এন চন্দ্ৰক মহোসৎৱৰ সামৰণি অনুষ্ঠানত জীৱনযোৰা সাধনা বঁটা আগবঢ়োৱা হয় । তদুপৰি ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ছবিৰ প্ৰখ্যাত অভিনেতা-ছবি নিৰ্মাতা-অভিনেতা-এংকৰ-ফ্লিমষ্টুডিঅ’ৰ সহঃ স্বতাধিকাৰী-গীতিকাৰ-চলচ্ছিত্ৰৰ বাণিজ্যিক বিশ্লেষক-গ্ৰন্থকাৰ ৰণধীৰ কাপুৰ, চাৰ্লছ থমছন, সঞ্জীৱ গোয়েংকা, ছৈয়দ কোৱাদ্ৰী, কমল নাহটা, ৰাহুল ৰাৱালীক বিভিন্ন বঁটাৰে সন্মানিত কৰা হয় ।

নিঃসন্দেহে ছবি নিৰ্মাতা আইমী বৰুৱাৰ সাফল্যৰ ধাৰাবাহিক এই যাত্ৰাই ৰাজ্যৰ ছবি উদ্যোগলৈ আনিছে এক প্ৰত্যাশিত ইতিবাচক বাৰ্তা ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aimee BaruahRajasthan International Film FestivalSemkhor
publisher

publisher

Related Posts

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা
Assam

দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

September 6, 2026
মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ
International

মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

September 6, 2026
‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ
International

‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

September 6, 2026
শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে
International

শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d