Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Cm Pressmeet: পঞ্চায়ত নিৰ্বাচনত ৭৬.২২ আসনত আমি জয়ী হৈছোঁ : মুখ্যমন্ত্রী

    Prabitra Magherita:ফিজিৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

    Zero Vote Candidate:আলুখুন্দা গাওঁ পঞ্চায়তত আজৱ ঘটনা !

    Myanmar’s air strikes:ম্যানমাৰত ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক !

    PM Modi visits Punjab’s Adampur airbase:পঞ্জাৱৰ আদমপুৰ এয়াৰবেছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

    National stock exchange:একেদিনাই তিনি হেজাৰ পইণ্টৰ উত্থান: ৮২ হেজাৰ অতিক্ৰম ছেনছেক্সৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Innovative Protest at the Eviction Site In Silsako:শিলসাঁকোত উচ্ছেদস্থলীত অভিনৱ প্ৰতিবাদ

খিলঞ্জীয়া মহিলাৰ অৰ্ধ নগ্ন প্ৰতিবাদ,উত্তপ্ত পৰিস্থিতি,আৰক্ষীয়ে আটক কৰে কে এম এম এছৰ নেতা সহ ২৫ প্ৰতিবাদকাৰীক, শিলসাঁকোত উচ্ছেদিত প্ৰতিটো পৰিয়ালক দিয়া হ'ব ফ্লেট,প্ৰতিবাদ ৰাইজে কৰা নাই,কৰিছে আন্দোলন ভাল পোৱা এটা সংগঠনে: মুখ্যমন্ত্ৰী

publisher by publisher
September 1, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Innovative Protest at the Eviction Site In Silsako:শিলসাঁকোত উচ্ছেদস্থলীত অভিনৱ প্ৰতিবাদ
4
SHARES
37
VIEWS
ShareShareShareShare

Innovative Protest at the Eviction Site In Silsako :

মহানগৰীৰ শিলসাঁকোৰ উচ্ছেদস্থলিত উচ্ছেদৰ বিৰুদ্ধে অবিৰতভাবে আন্দোলন কৰি থকা মহিলাই শুক্ৰবাৰে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৷ অৰ্ধ উলংগ প্ৰতিবাদৰে চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে ৷ ক্ষুব্ধ মহিলাৰ এই স্থিতিত এক প্ৰকাৰ থৰকাছুটি হেৰায় আৰক্ষীৰ ৷

ADVERTISEMENT

মহিলাৰ অৰ্ধ উলংগ প্ৰতবাদ। শুকুৰবাৰে একাংশ মহিলাই অৰ্ধ উলংগ হৈ শিলসাঁকোত চলি থকা উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

RelatedPosts

Guwahati Theft:মহানগৰীৰ চচলত নিশা ভয়ংকৰ ঘটনা

DISPUR POLICE দিছপুৰ আৰক্ষীৰ অভিযানত মেঘালয়ৰ পূব খাছি পাহাৰৰ পৰা চুৰি বাইক উদ্ধাৰ

Ganeshguri Incident:মহানগৰীৰ গণেশগুৰিত চাঞ্চল্যকৰ ঘটনা

উল্লেখ্য যে,শুক্ৰবাৰে পুৱাৰে পৰা শিলসাঁকোৰ বৰবাৰীৰ এশ বিঘা মাটি বেদখল মুক্ত কৰাৰ মহানগৰ প্ৰশাসনে এক সমৰসজ্জা গঢ়ি তোলে ৷প্ৰায় তিনিশ আৰক্ষী, জিচিবি আৰু ৰ’লাৰৰে উচ্ছেদস্থলীত উচ্ছেদৰ বাবে সাজু কৰা হয় ৷

sisako 2জি এম ডি এ আৰু জিলা প্ৰশাসনৰ উদ্যোগত আৰম্ভ হ’বলগীয়া উচ্ছেদৰ বাবে প্ৰথম পদক্ষেপ হিচাপে ৪০ টা বাসগৃহ ভাঙিবলৈ জেচিবি সাজু হওতেই একাংশ মহিলা আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু লাচিত সেনাৰ সদস্যই বাধাপ্ৰদান কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ ইয়াৰ মাজতে দুগৰাকী মহিলাই অৰ্ধ উলংগ হৈ উচ্ছেদৰ বিৰুদ্ধে শ্ল’গান দিয়ে ৷

silsako 1আনকি আৰক্ষীৰে প্রতিবাদকাৰীৰ সংঘাত হোৱাও পৰিলক্ষিত হয়। যাৰ বাবে পৰৱৰ্তী সময়ত অৰ্ধ উলংগ হৈ প্ৰতিবাদ কৰা দুই মহিলা, কে এম এম এছৰ শাখা সংগঠন ছাত্ৰ মুক্তিৰ সম্পাদক বিদ্যুত শইকীয়াক, আকাশ দলে সহ ২৫ জন প্রতিবাদকাৰীক আটক কৰি বাছত উঠাই আৰক্ষীয়ে লৈ যায় ৷

মনকৰিবলগীয়া যে,প্ৰশাসনে ইতিমধ্যে কেইবাবিঘা মাটিত উচ্ছেদ কৰি বেদখলমুক্ত কৰিছে ৷ শেহতীয়াকৈ পুনৰ বেদখল কৰিবলৈ ওলোৱাত একপ্ৰকাৰ বিতত হৈ পৰিছে অঞ্চলটোৰ অঞ্চলটোৰ লোকসকল।

SILAKO NEW1আনহাতে চৰকাৰে স্পষ্ট কৰি দিছিল যে উচ্ছেদ অভিযান অব্যাহত থাকিব ৷ কোনো কাৰণতে থমকি নৰয় ৷ ইফালে নিজৰ স্থিতিত অটল হৈ আছে শিলসাকোৰ বাসিন্দা সকল। তেওঁলোকৰ হুংকাৰ,চৰকাৰে উচ্ছেদ চলোৱা লোকক ভূমি নিদিয়া লৈকে পিছহুহুকি নাহে ৷

একাংশ লোকে অভিযোগ কৰা মতে,তেওঁলোকে দখল কৰা মাটি পট্টাভূক্ত ৷ প্ৰদীপ দলে, ৰাজকুমাৰ দলে আদিকে কৰি কে’বাজনো লোকৰ পৰা ক্ৰয় কৰিছে ৷ একেদৰে তেওঁলোকে অভিযোগ কৰে যে,ইতিমধ্যে সম্পন্ন কৰা উচ্ছেদৰ পাছত জি এম ডি এ সীমাত খুটা বঢ়াই সীমা নিৰ্ধাৰণ কৰি দিছিল ৷ কিন্ত আজি সেই খুটি অতিক্ৰম কৰি পুনৰ১৫০ বিঘা মাটি বেদখল মুক্ত কৰাৰ উদ্দেশ্যৰে ৪০ ঘৰ উচ্ছেদ কৰে ৷

স্মতৰ্ৱ্য যে, জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ কলিতা সহ মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই যোৱা দুদিন ধৰি শিলসাঁকোত বাহৰ পাতি উচ্ছেদৰ কুজকাৱাজ আৰম্ভ কৰিছিল ৷ অধ্যক্ষ নাৰায়ণ কলিতাই বৃহস্পতিবাৰে উচ্ছেদস্থলীত সাংবাদিকৰ আগত সদৰি কৰিছিল যে উচ্ছেদ হোৱা প্ৰতিটো পৰিয়ালক সংস্থাপনৰ বাবে পাঁচ লাখ টকাকৈ দিয়া হ’ব ৷

ইফালে শুক্ৰবাৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ সন্দৰ্ভত কয়,ৰাইজৰ স’তে আলোচনা কৰিহে উচ্ছেদ কৰা হৈছে ৷ উচ্ছেদ হোৱা প্ৰতিটো পৰিয়ালক দিয়া হ’ব একোটাকৈ ফ্লেট ৷ আনহাতে উচ্ছেদস্থলীৰ পৰিবেশ উত্তাল কৰা সকল স্থানীয় লোক নহয় ৷ সেইসকল আন্দোলন কৰি ভাল পোৱা এটা সংগঠনৰ বুলি কটাক্ষ কৰে ৷

উল্লেখ্য যে, অসমত ইয়াৰ পূৰ্বে মহিলাৰ এনে প্ৰতিবাদ হোৱা নাছিল। মণিপুৰৰ পাছত অসমত হোৱা মহিলাৰ অৰ্ধ উলংগ প্ৰতিবাদে চৰকাৰৰ বিৰুদ্ধে ৰাইজৰ এইয়া ক্ষোভৰ বহি:প্ৰকাশ ৷

SILSAKO NEW 2এই খিনিতে উল্লেখ কৰিব পাৰি যে, চৰকাৰে সৰ্বসাধাৰণ খিলঞ্জীয়া লোকৰ ঘৰ- দুৱাৰ ভাঙি উচ্ছেদ কৰাৰ বিপৰীতে শিলসাঁকোৰ উচ্ছেদিত ভূমিত বহু নেতা -মন্ত্ৰী সহ সাংসদৰ ঘৰদুৱাৰ আজিও সজীৱ হৈ আছে । একেদৰে আছে জিঞ্জাৰ হোটেলো । কাৰ আৰ্শীবাদত জিঞ্জাৰ হোটেলত আজি পৰ্যন্ত কৰা ন’হল উচ্ছেদ ৷ এইয়া এতিয়া ৰাইজৰ বাবে এক ডাঙৰ প্ৰশ্ন।

আজি উচ্ছেদস্থলীত খিলঞ্জীয়া মহিলাই কৰা অৰ্ধ নগ্ন প্ৰতিবাদে আগন্তুক দিনত এক অশুনি বাৰ্তা দিলে ৷ এনে ক্ষেত্ৰত চৰকাৰে খিলঞ্জীয়া লোক সকলৰ ক্ষেত্ৰত এক ইতিবাচক ভূমিকা নল’লে যিকোনো সময়তে পৰিস্থিতি জটিল হোৱাৰ ইংগিত বহন কৰিছে ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 25 Protesters DetainedBarbari Silsako BeelDispur PoliceEviction DriveInnovative ProtestWomen
publisher

publisher

Related Posts

Cm Pressmeet: পঞ্চায়ত নিৰ্বাচনত ৭৬.২২ আসনত আমি জয়ী হৈছোঁ : মুখ্যমন্ত্রী
News

May 13, 2025
Prabitra Magherita:ফিজিৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা
News

Prabitra Magherita:ফিজিৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

May 13, 2025
Zero Vote Candidate:আলুখুন্দা গাওঁ পঞ্চায়তত আজৱ ঘটনা !
News

Zero Vote Candidate:আলুখুন্দা গাওঁ পঞ্চায়তত আজৱ ঘটনা !

May 13, 2025
Myanmar’s air strikes:ম্যানমাৰত ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক !
News

Myanmar’s air strikes:ম্যানমাৰত ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক !

May 13, 2025
PM Modi visits Punjab’s Adampur airbase:পঞ্জাৱৰ আদমপুৰ এয়াৰবেছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
India

PM Modi visits Punjab’s Adampur airbase:পঞ্জাৱৰ আদমপুৰ এয়াৰবেছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

May 13, 2025
National stock exchange:একেদিনাই তিনি হেজাৰ পইণ্টৰ উত্থান: ৮২ হেজাৰ অতিক্ৰম ছেনছেক্সৰ
India

National stock exchange:একেদিনাই তিনি হেজাৰ পইণ্টৰ উত্থান: ৮২ হেজাৰ অতিক্ৰম ছেনছেক্সৰ

May 13, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d