Poland Citizen Arrested in Guwahati:সাত বছৰ ধৰি গুৱাহাটীত পোলেণ্ডৰ নাগৰিক

ভিছা নথকাৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষীৰ

poland citizen arrested

Poland Citizen Arrested in Guwahati:

মহানগৰীৰ হাতীগাঁও আৰক্ষীৰ সীমান্ত শাখাই সোমবাৰে হাতীগাঁৰ বশিষ্ঠপুৰৰ গ্ৰেপ্তাৰ কৰে পোলেণ্ডৰ নাগৰিক এজনক ৷

২০১৬ চনৰে পৰা মহানগৰীত থকা অ’জনিকা মিল’জ এণ্টনী নামৰ পোলেণ্ডৰ নাগৰিকজনক প্ৰয়ো ভিছা নথকাৰ অভিযোত গ্ৰেপ্তাৰ কৰে ৷

উল্লেখ্য যে,পোলেণ্ড নিবাসী বয়োবৃদ্ধ নাগৰিক জনৰ পাৰ্ছপৰ্টৰ ম্যাদ যদিও ২০২৬ লৈ আছে, লগত নাই ভিছা ৷

ইতিমধ্যে আটকাধীন বহি:দেশৰ নাগৰিক জনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীৰ সীমান্ত শাখাই ৷

Exit mobile version