Assam Legislative Assembly:অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি তৃতীয় দিন

assembly 1

Assam Legislative Assembly:

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি তৃতীয় দিন ৷ সদনৰ কাৰ্যসূচী আৰম্ভ কৰাৰ সময়ত অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণ সন্দৰ্ভত সদনত তীব্ৰ বিতর্ক হয় ৷

এই সন্দৰ্ভত কংগ্ৰেছ সহ কে’বাজনো বিৰোধী বিধায়কে বিভাগীয় মন্ত্ৰী অতুল বৰাৰ পৰাৰ সুদত্তৰ বিছৰাত মন্ত্ৰী গৰাকীয়ে যথাযথ উত্তৰ দিব নোৱাৰাত অসন্তুষ্ট হৈ পৰে কংগ্ৰেছ বিধায়ক সকল ৷ লগে লগে সদন ত্যাগ কৰে কংগ্ৰেছ বিধায়কসকল ৷

Exit mobile version