Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

    মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু

    দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি

    যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা

    যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি

    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Motion Of No Confidence In lok sabha :মণিপুৰ সন্দৰ্ভত উত্তপ্ত দুই সদন

চৰকাৰৰ বিৰুদ্ধে বিৰোধীৰ অনাস্থা প্ৰস্তাৱ দাখিল , সদনৰ বাহিৰত বিৰোধীৰ যৌথ সংগঠন ইণ্ডিয়াৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ

publisher by publisher
July 26, 2023
in India, News
Reading Time: 3 mins read
0
Motion Of No Confidence In lok sabha :মণিপুৰ সন্দৰ্ভত উত্তপ্ত দুই সদন
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই স্থগিত ৰাখিলে লোকসভা

Om Birla Elected Speaker of the Lok Sabha: ওম বিৰলা লোকসভাৰ অধ্যক্ষ ৰূপে নিৰ্বাচিত

Pm Modi Speech In Parliament:লোকসভাত প্ৰধানমন্ত্ৰী উদাত্ত ভাষণ

Motion Of No Confidence In Lok Sabha:

ADVERTISEMENT

পাৰ্বত্য ৰাজ্য মণিপুৰৰ জঘন্য ঘটনাক কেন্দ্ৰ কৰি ২০ জুলাইৰ পৰা আৰম্ভ হোৱা বৰ্ষাকালীন অধিৱেশনৰ যোৱা পাঁচটা দিন ধৰি দুয়োখন সংসদৰ কামকাজ ব্যাহত হোৱাৰ মাজতে কংগ্ৰেছে বুধবাৰে লোকসভাত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰে।

উল্লেখ্য যে,বিগত পাঁচটা দিন ধৰি মণিপুৰ কাণ্ডক লৈ সদনত অব্যাহত আছিল উত্তপ্ত পৰিস্থিতিৰ ৷

২০ জুলাইৰ পৰা আৰম্ভ হোৱা বৰ্ষাকালীন অধিৱেশনত বিৰোধীয়ে সদনত মণিপুৰৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিবৃতি দাবী কৰিছিল ৷ আনহাতে শাসকীয় পক্ষই সদনত মণিপুৰ সম্পৰ্কত আলোচনাৰ বাবে চৰকাৰ সাজু বুলি উল্লেখ কৰি সদনত গৃহমন্ত্ৰী হিচাপে অমিত শ্বাহেহে বিবৃত্তি প্ৰদান কৰিব ৷

কিন্ত আকোৰগোজ বিৰোধী পক্ষ ৷ মণিপুৰ কাণ্ডক লৈ চৰকাৰৰ মুৰব্বী হিচাপে প্ৰধানমন্ত্ৰীৰ বিবৃতি দাবীত অটল হোৱাত বিগত পাঁচটা দিন সদনৰ কামকাজ একপ্ৰকাৰ ব্যাহত হৈ পৰে ৷ ইয়াৰ মাজতে বুধবাৰে লোকসভাত অনাস্থা প্ৰস্তাৱ দাখিল কৰিলে বিৰোধীয়ে।

উল্লেখ্য যে, সংসদৰ বিধি অনুসৰি লোকসভাত চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিবলৈ কমেও ৫০ জন সাংসদৰ প্ৰয়োজন। সেই অনুসৰি সদনৰ ৫১ শতাংশ সাংসদে অনাস্থা প্ৰস্তাৱৰ সপক্ষে ভোট দিয়ে লগে লগে সংখ্যাগৰিষ্ঠতা হেৰুৱাৱ চৰকাৰে ৷ পদত্যাগ কৰিব লাগিব প্ৰধানমন্ত্ৰী আৰু তেওঁৰ কেবিনেটে ৷

আজি কংগ্ৰেছ নেতৃত্বত বিৰোধীয়ে চৰকাৰৰ বিৰুদ্ধে বিৰোধীয়ে দাখিল কৰা অনাস্থা প্ৰস্তাৱ গৃহীত হোৱাৰ সম্ভাৱনা নাই । কাৰণ বিৰোধীৰ সাংসদৰ সংখ্যা পৰ্যাপ্ত নহয় ৷

তৎস্বত্বেও দেশবাসীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’বৰ বাবে মণিপুৰৰ শেহতীয়া জঘন্য কাণ্ডৰ বিৰুদ্ধে সৰব বিৰোধী দল সমূহৰ উমৈহতীয়া মঞ্চ ইণ্ডিয়া ৷

আনহাতে আজি সদনত কংগ্ৰেছে চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উদ্থাপন কৰাৰ পাছতে শাসক আৰু বিৰোধীৰ মাজত এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয় ৷ চৰকাৰৰ হৈ আনকি জ্যেষ্ঠ কেবিনেট মন্ত্ৰী নিতিন গাডকাৰীয়ে সদনত বক্তব্য ৰাখিছিল যদিও কংগ্ৰেছ সহ বিৰোধী দল সমূহৰ সাংসদ সকল হাতত প্লেকাৰ্ড লৈ অধ্যক্ষৰ আসনৰ কাষলৈ আহি চৰকাৰ বিৰোধী শ্ল’গান দিয়ে ৷ একেদৰে বিজেপি সহ এন ডি এ সাংসদ সকলো যুযুধান স্থিতি লোৱাত অধ্যক্ষই সদনৰ কামকাজ স্থগিত ৰাখে ৷

ইয়াৰ পাছতে বিৰোধী দল সমূহৰ উমৈহতীয়া মঞ্চ ইণ্ডিয়াৰ বেনাৰত কংগ্ৰেছ সহ সকলো বিৰোধী সাংসদে সদনৰ বাহিৰত অৱস্থান কৰি মণিপুৰ কাণ্ডক লৈ চৰকাৰৰ আওকণীয়া মনোভাৱক ধিক্কাৰ দি বিভিন্ন শ্ল’গানেৰে আকাশ-বতাহ মুখৰিত কৰি তোলে সংসদ চৌহদ ৷

শেহতীয়া খবৰ অনুসৰি,বিৰোধীয়ে দাখিল কৰা অনাস্থা প্ৰস্তাৱ লোকসভাৰ অধ্যক্ষ ওম প্ৰকাশ বিৰলাই গ্ৰহণ কৰিছে ৷ অনাস্থা সন্দৰ্ভত শীৰ্ঘেই অধ্যক্ষই দিনবাৰ ঘোষণা কৰিব প্ৰকাশ কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CongrssLok SabhaMotion Of No Confidence
publisher

publisher

Related Posts

কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত
India

October 14, 2026
মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু
Assam

মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু

October 14, 2026
দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি
India

দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি

October 14, 2026
যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা
India

যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা

October 14, 2026
যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি
India

যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি

October 14, 2026
উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

October 13, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d