Karimgang Intoxicating Cough Syrup Seized:অসম-ত্ৰিপুৰা সীমান্তত জব্দ নিচাযুক্ত কফচিৰাপ

cofsirap

Karimgang Intoxicating cough Syrup Seized:

ড্ৰাগছৰ বিৰুদ্ধে কৰিমগঞ্জ আৰক্ষীয়ে কঠোৰ স্থিতি লৈ অহাৰ মাজতে অসম-ত্ৰিপুৰা সীমান্তৰ চুৰাইবাড়িত অৰ্তকিতে আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে মুঠ ৩৮২০০ বটল নিচাযুক্ত কফচিৰাপ। লগতে আটক কৰে দুই সৰবৰাহকাৰীক ৷

উল্লেখ্য যে,ইউ পি ৮০ ডি টি ০৪৯৯ নম্বৰৰ ট্ৰাক এখনত তালাচী জব্দ কৰে উল্লিখিত পৰিমাণৰ কফচিৰাপখিনি।

সৰবৰাহকাৰীয়ে অতি কৌশলৰে ২১৫ টা পেকেটত ভৰাই কফচিৰাপখিনি সৰবৰাহৰ বাবে ট্ৰাকত আনিছিল ।

Exit mobile version