Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati Traffic jam In Guwahati City:যান-জঁট ৰোধৰ বাবে মহানগৰ পৰিবহন বিভাগৰ কঠোৰ স্থিতি

দৈনিক ১০৯খনকৈ ব্যক্তিগত চিটিবাছ চলাচলত নিষেধাজ্ঞা, দৈনিক উপাৰ্জনকাৰীৰ পেটত গোৰ মাৰি মহানগৰীত প্ৰশাসন- পৰিবহণৰ আজৱ নির্দেশনা, টোঘলকী কাণ্ডত তীব্র ক্ষোভৰ সৃষ্টি সৰ্বত্ৰে

publisher by publisher
June 13, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Guwahati Traffic jam In Guwahati City:যান-জঁট ৰোধৰ বাবে মহানগৰ পৰিবহন বিভাগৰ কঠোৰ স্থিতি
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

কেতিয়া শিক্ষা ল’ব মহানগৰীৰ চিটীবাছে ?

Guwahati Traffic jam In Guwahati City:

মহানগৰীত সৃষ্টি হোৱা তীব্র যানজঁট ৰোধ কৰিবলৈ চৰকাৰী পক্ষই জাৰি কৰা এক আজৱ নির্দেশনাই তীব্র ক্ষোভৰ সৃষ্টি কৰিছে। যানজঁট নিয়ন্ত্ৰণত ব্যর্থ সংশ্লিষ্ট বিভাগে হাত দাঙি দিয়াৰ পাছতে পৰিবহণ বিভাগে মহানগৰীত দৈনিক চলাচল কৰা ব্যক্তিগত চিটি বাছসমূহৰ পৰা ১০৯ খন চিটিবাছ চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে ।

ADVERTISEMENT

মহানগৰীত দৈনিক চাৰি শতাধিক চিটিবাছ চলাচল কৰে। আজিৰে পৰা ইয়াৰে ১০৯খন চিটিবাছৰ চলাচল প্রত্যেক দিনাই বন্ধ কৰি দিয়া হৈছে। তাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা কোনখন বাছ কোন দিনা চলাচল কৰিব তাৰ এখন তালিকা বাছ মালিকসকলক প্ৰদান কৰিছে।

প্ৰাৰম্ভিক পৰ্যায়ত এসপ্তাহৰ বাবে এনে এখন তালিকা প্ৰশাসনৰ তৰফৰ পৰা প্ৰদান কৰাৰ পাছতে দৈনিক মজুৰিৰে পৰিয়াল পোহপাল দি অহা চালক- কৰ্মচাৰীসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে। উল্লেখ্য যে বেংকৰ পৰা ঋণ লৈ ক্ৰয় কৰা বাছসমূহ এনে প্ৰক্ৰিয়াৰে চলাচল কৰিলে বছৰত ৭২ দিন বন্ধ ৰাখিব লাগিব। সেয়েহে চৰকাৰৰ এনে পদক্ষেপত বাছৰ মালিক পক্ষয়ো তীব্র অসন্তুষ্টি ব্যক্ত কৰিছে।

উল্লেখ্য যে চাৰি-পাঁচখন চিটিবাছ নাথাকিলেই মহানগৰীত সাধাৰণ জনতাৰ মাজত এক হাহাকাৰ পৰিস্থিতি উদ্ভৱ হয়। তেনেস্থলত যান জঁটৰ অচিলাৰে দৈনিক ১০৯খনকৈ চিটিবাছ হ্ৰাস কৰিলে যাত্ৰীসকলে দুর্ভোগ ভুগিবলগীয়া হ’ব বুলি চিটিবাছসমূহৰ চালকসকলে মন্তব্য কৰি কয় যে এই চিটিবাছসমূহৰ ওপৰত নিৰ্ভৰ কৰিয়েই কে’বা শতাধিকৰ পৰিয়াল চলে।

এদিন উপার্জন বন্ধ হ’লেই এই পৰিয়ালসমূহ কিদৰে চলে, সেয়া প্রত্যক্ষ নকৰাজনে অনুভৱ কৰিব নোৱাৰে। আজিৰ দিনটোত বাছসমূহ বন্ধ কৰা হ’ল; কিন্তু যান-জঁটৰ সমস্যাটো একে থাকিল বুলি মন্তব্য কৰি বৰঞ্চ আজি মালিগাঁৱৰ পথত যান-জঁট অধিকহে হোৱা বুলি তেওঁলোকে দাবী কৰে।

উল্লেখ্য যে,মহানগৰীৰ ৩৬ নম্বৰ পথত সৰ্বাধিত ৩১ খন ব্যক্তিগত চিটিবাছ হ্ৰাস কৰা হয়। একেদৰে ২৩ নম্বৰ পথত ২২খন, ৩৮ নম্বৰ পথত ২১ খন, ৩৯ নম্বৰ পথত ১৬ খন, ৩৪ নম্বৰ পথত ছখন, ৩৩ আৰু ৩৭ নম্বৰ পথত পাঁচখনকৈ, ৪৬ নম্বৰ পথত দুখন আৰু ৩৫ নম্বৰ পথত এখন চিটিবাছ হ্ৰাস কৰা হয়।

চিটিবাছসমূহৰ মালিকপক্ষই চৰকাৰৰ এই নিৰ্দেশনাত তীব্র অসন্তুষ্টি প্ৰকাশ কৰি কয় যে মহানগৰীত প্রায় ৩৭০ খন ব্যক্তিগত চিটিবাছ চলাচল কৰে। এতিয়া ইয়াৰে ১০৯খন চিটিবাছ দৈনিক চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। কোন দিনা কোনখন বাছ চলিব তাৰ তালিকা দিয়া হৈছে।

এতিয়া কথা হ’ল সেই দিনটো যে বাছখনৰ চলাচল বন্ধ হ’ব, কৰ দিব লাগিব নে নাই সেই কথা স্পষ্ট কৰা হোৱা নাই। এইদৰে মন্তব্য কৰি নাম প্রকাশত অনিচ্ছুক এজন বাছ মালিকে কয়, ‘এই বাছ সমূহক ভিত্তি কৰিয়েই আমাৰ পৰিয়াল চলে। এদিন চলাচল বন্ধ হ’লেই, ঋণৰ কিস্তি দিবলৈ আমি কেনেদৰে হাহাকৰ কৰিব লাগে, সেয়া বৰ্ণনা কৰিব নোৱাৰি। আনফালে, দৈনিক সামান্য অজুহাতত চৰকাৰী জৰিমনা আছেই।

এতিয়া কথা-বার্তা নাই হঠাৎ এই নিৰ্দেশনা। প্ৰকৃতাৰ্থত যান-জঁটৰ সমস্যাৰ বাবেই বাছসমূহ বন্ধ কৰা হৈছে নে অন্য কিবা অভিসন্ধি সেয়া সময়তহে পোহৰলৈ আহিব; কিন্তু আমি যে বাছ বন্ধ কৰিম সেই দিনটোৰ কৰ, ঋণৰ কিস্তি দিব লাগিব নে নাই, সেই কথা স্পষ্ট কৰক। চালক-কৰ্মীৰ জীৱনৰ নিৰাপত্তাৰ ব্যৱস্থা কৰক ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: City BusKamrup Transport Dept.Teaffic JamWeird Solution
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d