Road Accident In Ganeshguri:গুৱাহাটীৰ গণেশগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা

তীব্ৰবেগী বাহনে মহতিয়াই নিলে এজনক

accident ghy

Road Accident In Ganeshguri:

বিশ্বকৰ্মা পূজাৰ আনন্দ উছাহৰ মাজতে মঙলবাৰে নিশা মহানগৰীৰ গণেশগুৰি ভয়ংকৰ পথ দুৰ্ঘটনা

গণেশগুৰি উৰণ সেঁতুৰ তলত সংঘটিত দুৰ্ঘটনাটিত থিতাতে নিহত হয় এজন লোকৰ ৷

সন্দেহ কৰা মতে তীব্ৰবেগী বাহনে মহতিয়াই নিয়াৰ ফলতে থিতাতে কৰুণ মৃত্যুক সাৱটি লয় লোকজনে ৷ নিশা প্ৰায় ২ বজাত সংঘটিত হয় পথ দুৰ্ঘটনাত নিহত লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই ।

Exit mobile version