Dry Day in Assam: ৰাজ্যত এটা দিনৰ বাবে আবকাৰী বিভাগৰ ড্ৰাই দে’ ঘোষণা !

dry day

Dry Day in Assam:

ৰাজ্যৰ আবকাৰী বিভাগে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এটা দিনৰ বাবে ড্ৰাই দে’ ঘোষণা কৰিছে ৷

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মতিথি উপলক্ষে ২৪ ছেপ্টেম্বৰত ৰাজ্যত ড্ৰাই দে’ ঘোষণাৰ নিৰ্দেশনা জাৰি কৰা হৈছে ।

গুৰুজনাৰ তিৰোভাৱ তিথিৰ দিনা ৰাজ্যৰ সকলো অনুজ্ঞাপত্ৰ থকা সুৰাৰ দোকান বন্ধ থাকিব।

উল্লেখ্য যে,আবকাৰী বিভাগে আছাম এক্সাইছ ৰুলছ-২০১৬ ৰ ৰুলছ-৩২৬ (বি)ৰ অধীনত এই পদক্ষেপ লয় ৷

Exit mobile version