Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

    নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

    বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

KOCHBIHAR : কোচবিহাৰৰ ভেলাডোবা আৰু মধুপুৰ সত্ৰত মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি পালন

publisher by publisher
September 15, 2022
in Assam, India, News
Reading Time: 1 min read
0
KOCHBIHAR : কোচবিহাৰৰ ভেলাডোবা আৰু মধুপুৰ সত্ৰত মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি পালন
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

NORTBENGAL : উত্তৰবংগৰ কোচবিহাৰৰ মূল সমাধিস্থলী ভেলাডোবা আৰু মধুপুৰ সত্ৰত আজি দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি উদযাপন কৰা হয়। মধুপুৰ সত্ৰ সমিতিৰ সম্পাদক হৰিদেৱ দাস আৰু প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে পুৱা ৭ বজাত মহাপুৰুষজনাই দেহ ত্যাগ কৰা ভেলাডোবাত বন্তি প্ৰজ্বলন আৰু গুৰু বন্দনাৰে মহাপুৰুষজনা লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ইয়াৰ পিছত ৯ বজাত মধুপুৰ সত্ৰৰ কীৰ্ত্তন ঘৰত নামপ্ৰসংগ আৰু ভাগৱত পাঠ কৰা হয়।

ADVERTISEMENT

সত্ৰত ডেকা সত্ৰাধিকাৰ পীতাম্বৰ ভকত আৰু মধুপুৰ সত্ৰৰ স্থানীয় তদাৰক সমিতিৰ সম্পাদক ড⁰ কেশৱচন্দ্ৰ দাসৰ পৰিচালনাত দুপৰীয়া নেগেৰা নাম আৰু আবেলি ৪ বজাত আইসকলৰ নামেৰে দিনটোৰ কাৰ্যসূচীৰ সামৰণি মৰা হয়। এই তিৰোভাৱ তিথিৰ সমূহ কাৰ্যসূচীত সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ উপৰিও মধুপুৰ সত্ৰৰ নিকটবৰ্তী বিভিন্ন অঞ্চলৰ শতাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে।

শেহতীয়াভাৱে উত্তৰবংগৰ বিভিন্ন এলেকাৰ মহাপুৰুষীয়া ভক্তিধৰ্মত দীক্ষিত বংগভাষী ৰাইজে কোচবিহাৰ অঞ্চলত মহাপুৰুষ দুজনাই জীৱনৰ শেষ সময়ছোৱা অতিবাহিত কৰা সময়ৰ ইতিহাস পুনৰ উজ্জীৱিত কৰাৰ লক্ষ্য আগত ৰাখি নতুন প্ৰজন্মৰ যুৱক-যুৱতী সত্ৰীয়া সংস্কৃতিৰ অনুপম সৃষ্টি বৰগীত, সত্ৰীয়া নৃত্য, নাম-প্ৰসংগ আদি অনুশীলন কৰাৰ বাবে আগবাঢ়ি অহা কাৰ্য্যই মহাপুৰুষ দুগৰাকীৰ আদৰ্শক বিশ্বজনীন কৰাৰ বাবে এক সুস্থ পৰিৱেশৰ সূচনা কৰিব বুলি মধুপুৰ সত্ৰ সমিতিয়ে আশা প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত সত্ৰ সমিতিয়ে কেতবোৰ অভিলাসি আঁচনি অসম চৰকাৰৰ সহযোগত ৰূপায়ন কৰাৰ বাবে এক বিস্তৃত পৰিকল্পনা গ্ৰহণ কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Madhupur SatraMADHABDEV TITHINORTHBENGAL
publisher

publisher

Related Posts

শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন
Assam

October 3, 2026
সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে
Assam

সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

October 3, 2026
তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ
India

তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

October 3, 2026
১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ
India

১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

October 3, 2026
মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা
India

মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

October 3, 2026
নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d