Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

    Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

    Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী

    CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

    Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

    Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

State Bjp Chief Sporksperson Pressmeet:বিজেপিৰ ৰাজ্যজোৰা বুথ সৱলীকৰণ অভিযান আৰম্ভ

লুৰীণজ্যোতি গগৈ ভূপেন বৰাৰ লাইট ভাৰ্চন, অজাপৰ অভিযোগৰ প্ৰত্যুত্তৰত ৰাজ্যিক বিজেপি

publisher by publisher
September 26, 2023
in India, Assam, News
Reading Time: 2 mins read
0
State Bjp Chief Sporksperson Pressmeet:বিজেপিৰ ৰাজ্যজোৰা বুথ সৱলীকৰণ অভিযান আৰম্ভ
2
SHARES
20
VIEWS
ShareShareShareShare

State Bjp Chief Sporksperson Pressmeet:

২০২৩ দলৰ সাংগঠনিক শক্তিৰ সক্ৰিয়তা অটুট ৰখাৰ বাবে ভাৰতীয় জনতা পার্টিয়ে নিৰ্দিষ্ট সময়ৰ অন্তৰালত বিভিন্ন কার্যসূচী গ্ৰহণ কৰি আহিছে । সমাগত লোকসভা নির্বাচনকে আদি কৰি অন্যান্য নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তৃণমূল পৰ্যায়ত দলৰ ভেঁটি অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যি ভাৰতীয় জনতা পাৰ্টিয়ে আজিৰে পৰা সমগ্ৰ ৰাজ্যজুৰি বুথ সৱলীকৰণ অভিযান” আৰম্ভ কৰিছে।

ADVERTISEMENT

এক সপ্তাহজোৰা এই অভিযান অহা ২ অক্টোবৰত সামৰণি পৰিব। বিজেপিৰ সকলো স্তৰৰ নেতা- কর্মীয়ে এই কাৰ্যসূচীত অংশগ্রহণ কৰিব। ৰাজ্যিক বিজেপিৰ চলিত কাৰ্যসূচীৰ ওপৰত দলৰ মুখ্য কার্যালয়ত এক সংবাদমেল সম্বোধন কৰি মুখ্য মুখপাত্র মনোজ বৰুৱাই এনেদৰে বক্তব্য প্ৰদান কৰে।

RelatedPosts

State BJP Pressmeet in Guwahati:বিজেপিৰ ৰাজ্যিক কার্যালয়ত মন্ত্রী পিযুষ হাজৰিকাৰ সংবাদমেল

State Bjp Pressmeet:বাংলাদেশ, পাকিস্তানৰ আৰ্হিত অসমৰ চাপৰিতো আছে কৌমি মাদ্রাছা

State Bjp Pressmeet :কংগ্ৰেছৰ আম্বেদকাৰ যাত্রা নাটকবাজী হে মাথো,কংগ্ৰেছে দশক দশক জুৰি আম্বেদকাৰক অবমাননাহে কৰিছিল: ভবেশ কলিতা

সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল, মুখপাত্র পংকজ বৰবৰাৰ উপস্থিতিত অনুষ্ঠিত হৈ যোৱা সংবাদ মেলত বৰুৱাই কয়, ভাৰতীয় জনতা পার্টিৰ কার্যক্রম কেৱল নির্বাচনকেন্দ্রিক নহয়। জনসাধাৰণৰ কল্যাণার্থে বিজেপিয়ে বিভিন্ন সেবামূলক কার্যক্রমো গ্ৰহণ কৰি আহিছে।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে সমগ্ৰ সেৱা পষেক” কাৰ্যসূচীৰ আধাৰত দলীয় কার্যকর্তা সকলে দেশজুৰি বিভিন্ন সেৱামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। ৰাজ্যিক বিজেপিৰ যুৱ মৰ্চাই ৰক্তদান শিবিৰৰ আয়োজন কৰি সৰ্বমুঠ ২০৪৬ ইউনিট ৰক্তদান কৰিছে। অনুসূচীত জনজাতি মৰ্চায়ো সকলো জিলাতে জনসম্পৰ্ক ৰক্ষা কৰি জনসাধাৰণৰ মনোভাৱ গ্ৰহণ কৰিছে।

সংখ্যালঘু মৰ্চা আৰু অনুসূচীত জাতি মৰ্চা গাঁও সম্পৰ্ক অভিযানৰ জৰিয়তে গ্রামা এলেকাৰ জনসাধাৰণে চৰকাৰৰ সা-সুবিধা সমূহ পৰ্যাপ্ত পৰিমাণে লাভ কৰিছে নাই কৰা সেই সম্পর্কে অভিযান চলাইছে ।

কিষাণ মৰ্চাৰ কাৰ্যকৰ্তা সকলে দৰিদ্ৰ জনসাধাৰণৰ মাজত আয়ুষ্মান কার্ড বিতৰণ কৰাৰ লগতে চাহ মৰ্চা আৰু মহিলা মৰ্চায়ো বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰিছে।

একেদৰে অবিচি মৰ্চাৰ তৰফৰ পৰাও পি এম বিশ্বকৰ্মা যোজনা আঁচনিৰ সম্পৰ্কত ৰাইজৰ মাজত প্ৰচাৰৰ বাবে বাইক ৰেলী আদিৰ ব্যৱস্থা কৰিছে।

সংবাদ মেলত বিজেপিয়ে অসমখন ভাগ ভাগ কৰিছে বুলি অসম জাতীয় পৰিষদৰ নেতা লুৰীপজ্যোতি গগৈয়ে উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰত মুখ্য মুখপাত্র মনোজ বৰুৱাই কয় যে মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে অসমৰ সকলো জাতি-জনগোষ্ঠীক একত্ৰিত কৰি ৰাখি বৃহত্তৰ অসমীয়া সমাজখন সমভাৱে উন্নয়নৰ দিশত আগুৱাই নিছে ।

বৃহত্তৰ অসমীয়া জাতি-জনগোষ্ঠীৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিত অন্তৰৰ পৰা আদৰি লৈছে। সেয়ে আজি বড়ো, মিচিং, ৰাভা, কাৰি ডিমাচা আদি কৰি সকলো জাতি-জনজাতিৰ ৰাজনৈতিক শক্তি বিজেপিৰ সৈতে আছে। এনে পৰিপ্ৰেক্ষিতত লুৰীণজ্যোতি গগৈয়ে বিজেপিৰ বিৰুদ্ধে বিভ্ৰান্তিকৰ বাৰ্তা বিলাই অপচেষ্টাত লিপ্ত হোৱা কাৰ্যক ৰাজ্যিক বিজেপিয়ে কঠোৰ ভাষাৰে গৰিহণা দিছে ।

মনোজ বৰুৱাই লগতে কম, গণতন্ত্ৰত মত-পার্থক্য থাকিবই। কিন্তু সমালোচনাৰ নামত লুৰীণজ্যোতি গগৈয়ে “অটল বিহাৰী বাজপেয়ী ভৱনক দুর্নীতিৰ শ্বপিং মলত পৰিণত হোৱা বুলি প্ৰকাশ কৰা বক্তব্য গৰিহণাৰ যোগ্য।

এনে কাৰ্যৰ জৰিয়তে লুৰীণজ্যোতি গগৈ অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত তৰল আৰু বিভ্ৰান্তিকৰ বক্তব্যৰে নজিৰ সৃষ্টি কৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লাইট ভাৰ্চনত পৰিণত হোৱা বুলি বিজেপিয়ে কটাক্ষ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Chief Sporksperson Manoj BaruahState BJP HeadquartersState Bjp Pressmeet
publisher

publisher

Related Posts

First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ
News

April 29, 2026
Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ
News

Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

April 29, 2026
Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী
News

Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী

April 29, 2026
CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল
News

CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

April 29, 2026
Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ
News

Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

April 29, 2026
Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা
News

Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d