Ulfa (I) Cadre Surrenders:মুল সূতিলৈ উভতিল আলফা (স্বাঃ)ৰ দুধৰ্ষ কেডাৰৰ

Ulfa (SWA) Cadre Surrenders:মুল সূতিলৈ উভতিল আলফা (স্বাঃ)ৰ দুধৰ্ষ কেডাৰৰ তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ চনচন মৰাণ ওৰফে চন্দন অসমৰ

ulfa ind surrender

Ulfa (I) Cadre Surrenders:

আলফা স্বাধীনৰ দুৰ্ধৰ্ষ কেডাৰৰ আত্মসমৰ্পণ ৷ মুল সূতিলৈ উভতি অহা কেডাৰজনৰ নাম চনচন মৰাণ ওৰফে চন্দন অসম ৷

তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে দুৰ্ধৰ্ষ কেডাৰ গৰাকীয়ে ৷কেডাৰগৰাকীৰ ঘৰ কাকপথাৰৰ সৰুমেছাই গাঁৱত ৷

ইতিমধ্যে আত্মসমৰ্পণ কৰা দুৰ্ধৰ্ষ কেডাৰ গৰাকীক জেৰা চলাই আছে তিনিচুকীয়া আৰক্ষীয়ে

Exit mobile version