Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Ulfa(I) Press Release:আৰক্ষীৰ সঞ্চালক প্রধান জি পি সিংক উদ্দেশ্যি পুনৰ আলফা স্বাধীনৰ বিবৃতি

publisher by publisher
July 26, 2023
in Assam, India, News
Reading Time: 4 mins read
0
Ulfa(I) Press Release:আৰক্ষীৰ সঞ্চালক প্রধান জি পি সিংক উদ্দেশ্যি পুনৰ আলফা স্বাধীনৰ বিবৃতি
4
SHARES
41
VIEWS
ShareShareShareShare

RelatedPosts

Three sub-inspectors of Bashishta Police station Reserved closed:বশিষ্ট আৰক্ষীৰ বৰ্বৰ কাণ্ডৰ তদন্ত ঘোষণা

Captain Rumel Assam’s statement regarding Manas Chaliha:মানস চলিহা সম্পৰ্কত আলফা স্বাধীনৰ কেপ্টেইন ৰুমেল অসমৰ বিবৃতি

Press Release In ULFA(I):আলফাৰ সন্দেহত আটকাধীন যুৱকৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া আলফা( স্বা:)

Ulfa(I) Press Release:

অসম আৰক্ষীৰ সঞ্চালক প্রধান জি পি সিংক আলফা স্বাধীনে অসম এৰিবলৈ ভাবুকি দিয়াৰ পাছতে ডিজি পি গৰাকীয়ে ওলোৱাই আলফা ৰাজ্যৰ উন্নয়নৰ বাবে আগবাঢ়ি আহিলে তেওঁ লগে লগে অসম ত্যাগ কৰিব বুলি উল্লেখ কৰাৰ পাছত আজি আলফা স্বাধীনৰ প্ৰচাৰ বিভাগ সদস্য কেপ্তেইন ৰুমেল অসম স্বাক্ষৰিত এক বিবৃতিত পুনৰ ডিজি পি গৰাকীক উদ্দেশ্যি বহুবোৰ বিষয় উদ্থাপন কৰি তিৰ্যক মন্তব্য প্ৰকাশ কৰে ৷

ADVERTISEMENT

বিবৃতিটোৰ পূৰ্ণপাঠ হ’ল অসম আৰক্ষীৰ সঞ্চালক প্রধান জি পি সিং ডাঙৰীয়াৰ জ্ঞাতাৰ্থে সন্মান সহকাৰে জনাওঁ যে, অসমীয়া ভাষাৰ ইতিহাস তথা-কথিত ভাৰতীয় ভাষাতকৈ পৃথক তথা হেজাৰ বছৰৰ পুৰণি।

হেজাৰ বছৰৰ পৰাই ই স্বকীয় বৈশিষ্ট্যৰে পৰিপূৰ্ণ। আমি আপোনাৰ নামটোৰ প্রতাপৰ সলনি প্রসাদ বুলি উল্লেখ কৰাৰ বাবে আপুনি দুখ পাবলগীয়া একো নাই। কাৰণ আপোনাৰ নামটো হৈছে-জ্ঞানেন্দ্ৰ । অর্থাৎ জ্ঞানৰ অধিকাৰী বা জ্ঞানী। জ্ঞানী মানুহ জানো প্রতাপী হ’ব পাৰে? অসমীয়া ভাষাত জ্ঞানৰ পিছত প্ৰতাপ শব্দ ব্যৱহৃত নহয়। প্রতাপ শব্দটো প্ৰকৃততে যুঁজাৰু সকলৰ ক্ষেত্ৰতহে প্রযোজ্য হোৱা উচিত ।

কিন্তু আপোনাৰ শেহতীয়া কর্ম-কাণ্ডই আপোনাক জ্ঞানী অথবা যুঁজাৰু কোনোটো শাৰীতেই ৰখা নাই। সেয়েহে আমি ইচ্ছাকৃতভাৱে প্ৰতাপৰ সলনি প্ৰসাদ বুলি উল্লেখ কৰিছোঁ।

আমাৰ শেহতীয়া বিবৃতিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ অসমৰ উন্নয়নৰ কথা চিন্তা কৰি আপুনি আমালৈ যি আহ্বান জনাইছে সেই প্ৰসঙ্গত আপুনি জনাৰ প্ৰয়োজন যে, “সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)” সংগঠনৰ নেতৃত্ব চলি থকা অসমৰ হৃত স্বাধীনতা পুনৰুদ্ধাৰৰ “সন্মিলিত জাতীয় মুক্তি বিপ্লৱ” অসমৰ উন্নয়নৰ বাবে নহয়।

এই বিপ্লৱ অসমৰ থলগিৰি ৰাইজৰ জন্মগত মাটি আৰু জাতিৰ ৰাজনৈতিক স্বাধীনতা অধিকাৰৰ বাবেহে। অনাগত দিনত তথা স্বাধীনতা প্ৰাপ্তিৰ পিছত অসমৰ উন্নয়ন কিদৰে হ’ব সেয়া আমি জানো। আপুনি কৈছে আমি অসমৰ উন্নয়ন হেঙাৰ। কিন্তু অসমৰ থলগিৰি ৰাইজৰ কৰ-কাটালৰ হেজাৰ কোটি টকা আত্মসাৎ কৰাসকল কি? অকিঞ্চন ৰাইজৰ বাবে আৱণ্টিত হেজাৰ হেজাৰ কুইন্টেল চাউল হৰলুকি কৰি বিলাসী জীৱন অতিবাহিত কৰাসকল ৰাইজৰ চাউল কৰাসকল।

ডি জি পি ডাঙৰীয়া, আপুনি যি আইনৰ প্ৰসঙ্গ উল্লেখ কৰিলে সেই আইনৰ সম্বন্ধে আমিও জ্ঞাত। সেয়েহে বিভিন্ন সময়ত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা আমাৰ সদস্য সকলৰ ওপৰত ঔপনিবেশিক আইন অনুসৰি যি ন্যায় নিৰ্দেশনা প্রয়োগ কৰিছে তাক আমি সমৰ্থন নকৰিলেও প্ৰতিবাদ কৰা নাই, কাৰণ পৃথিৱীৰ প্ৰত্যেক দেশৰ আইন ব্যৱস্থাক আমি সন্মান কৰোঁ।

কিন্তু আপুনি কি কৰিছে? অভিযুক্তক বিনা বিচাৰে গুলীয়াই তাক এনকাউণ্টাৰ নাম দিয়ে? আৰক্ষীৰ সৰ্বোচ্চ আসনত থাকিও আপুনি আজিলৈ নিশিকিলে সামৰিক অভিধানত এনকাউণ্টাৰ শব্দৰ অৰ্থ কি? অভিযুক্ত এগৰাকী ন্যায়ালয়ত দোষী প্রমাণিত নোহোৱালৈকে অপৰাধী নহয়, তেনে অভিযুক্তক গুলীয়াবলৈ আপোনাক কোনখন আইনে অনুমতি প্রদান কৰিলে?

আৰক্ষীৰ সঞ্চালক প্ৰধান হ’ল বুলিয়েই আপুনি আইনৰ উৰ্দ্ধত নেকি ? আজিলৈকে আপোনালোকে যিমানবিলাক এনকাউণ্টাৰ কৰিলে সেয়া শুদ্ধ বুলি প্ৰমাণ কৰিব পাৰিছেনে? আজিকালি প্ৰত্যেকগৰাকী ব্যক্তিৰ হাতে হাতে ম’বাইল থকাৰ দৰে আপোনালোকৰ হাততো নিশ্চয় আছে ।

তেনেস্থলত আপোনালোকৰ কটকটীয়া নিৰাপত্তাৰ তত্ত্বাবধানত থকা অভিযুক্ত এগৰাকীয়ে হাতকেয়ো সহ কেনেকৈ পলাবলৈ সক্ষম আৰু কি পৰিস্থিতিত আৰক্ষীয়ে গুলীয়াবলৈ বাধ্য হয় সেয়া ম’বাইলত ধৰি ৰাখি ন্যায়ালয়ত দাখিল কৰিব নোৱাৰে কিয় ?

আনাহতে আপোনালোক এনে কি দিব্যদৃষ্টিৰ অধিকাৰী হ’ল যে নিশাৰ ঘোৰ অন্ধকাৰতো অভিযুক্তৰ ভৰি লক্ষ্য কৰি লক্ষ্যভেদ কৰিব পাৰে সেয়া প্ৰমাণিত কৰাবলৈ প্ৰত্যাহ্বান জনালোঁ।

যদিহে প্ৰমাণ কৰিব নোৱাৰে তেন্তে এইবোৰ আপোনালোকৰ মিথ্যাচাৰ নহয় কি? আপোনাৰ এনে মিথ্যাচাৰ এজন কিশোৰেও নিশ্চয়কৈ বুজি পাই। আপোনাৰ নাম অনুসিৰ জ্ঞানী মানুহে আইনক শ্ৰদ্ধা আৰু সন্মান কৰে, আইন মানি চলে কিন্তু আপুনি দেখোন তাৰ বিপৰীত।

আমি পূৰ্বৰ বিবৃতিত মিলন বুঢ়াগোহাঁই আৰু লাচিত গগৈৰ নাম উল্লেখ কৰিছোঁ ৷  তেওঁলোকৰ টেলিফোন বাৰ্তাত এইটো স্পষ্ট যে দুয়োজনে দুর্নীতি তথা অপৰাধৰ সৈতে জড়িত।

এতিয়া আপোনাৰ মতে এনে অপৰাধীক এনকাউণ্টাৰ কৰাটো আইন বহির্ভূত নহয়। সেয়েহে তেওঁলোকৰ ওপৰত আপোনাৰ সেই আইনী ক্ষমতা প্রয়োগ কৰি বীৰত্ব প্ৰদৰ্শন কৰাৰ লগতে নিৰপক্ষতাৰ প্ৰমাণ কৰিবলৈ আমি প্রত্যাহবান জনাইছোঁ।

মাথোঁ মিলন-লাচিতেই নহয়, তেজপুৰ জনৈক মহন্ত আৰু গোস্বামীৰ ক্ষেত্ৰটো আপুনি পক্ষপাতমূলক চৰিত্ৰ প্ৰদৰ্শন কৰিলে। কাৰণ তেওঁলোক শাসকীয় পক্ষৰ সদস্য। সেয়েহে আপোনাৰ আইনে তেনে লোকক ঢুকি নাপাই।

আনহাতে সাধাৰণ তথা ৰাজনৈতিক ব্যক্তিৰে উঠা-বহা নথকা নিৰীহৰ ক্ষেত্ৰত আপোনাৰ আইনে আপোনাক পোনে পোনে এনকাউণ্টাৰ কৰিবলৈ অনুমতি প্ৰদান কৰে। ইয়াৰ পৰাই বুজা যায় যে আপুনি কিমান পৰ্য্যায়ৰ ৰাজনৈতিক গোলাম।

অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ডাঙৰীয়া যদি ইমানেই নিকা আৰু আইন পৰায়ণ তেন্তে প্রয়াত আৰক্ষী বিষয়া জোনমনি ৰাভাৰ ক্ষেত্ৰত বৈষম্য কিয়? জোনমনি ৰাভাৰ হত্যাৰ লগতে ড্ৰাগছ, নকল যোগ, জাল নোট, চোৰাং কাঠৰ সৰবৰাহ আদিৰ দৰে অপৰাধৰ সৈতে নাম সাঙুৰ খোৱা আৰক্ষী কেইগৰাকীৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰা হ’ল?

এইসকল অভিযুক্তক আটক কৰি বিভিন্ন ঠাইলৈ নিওতে এবাৰো পলাবলৈ চেষ্টা নকৰিলে নে? আমি জনাত আৰক্ষীয়ে আৰক্ষীৰ দুৰ্বলতা ভালদৰে জানে, গতিকে তেওঁলোকৰ বাবে পলায়নৰো সুযোগ বেছি।

কিন্তু সেইসকল অভিযুক্ত আৰক্ষীয়ে পলাবলৈ চেষ্টা কৰা নাই বা এনকাউণ্টাৰো কৰা হোৱা নাই। আনহাতে উত্তৰ প্ৰদেশৰ গাড়ীচালক গৰাকীয়ে দুদিনতে জামিন লৈ পলাই গুছি গ’ল, ই কেনেকৈ সম্ভৱ? ইয়াৰ পৰাই বুজা যায় যে উক্ত ঘটনাটো ৰহস্য ভেদিবলৈ গ’লে অসমৰ ডি.জি.পি. জি পি সিং নিশ্চিতভাৱে উলংগ হৈ পৰিব।

কেৱল ইউ পি ৰ গাড়ী চালকজনেই নহয়, এছ আই কেলেংকাৰীৰ সৈতে জড়িত পি কে দত্ত নামৰ এজনে অসমৰ ৰাইজৰ কোটি কোটি টকা আত্মসাৎ কৰি লৈ গল। পিছত সেইজনক জামিন লাভৰ সুবিধা আপোনালোকেই কৰি দিয়া নাই জানো?

গতিকে আমি কব পাৰোঁ যে এই সকলোবোৰ আপোনালোকৰ পৰিকল্পিত একোখন খেল। বিপৰীতে বিধায়ক অখিল গগৈৰ ক্ষেত্ৰত ওলোটা। এটা বছৰতকৈ অধিক সময় বন্দীত্ব জীৱন পাৰ কৰাৰ পিছতো বাৰে বাৰে নিয়াৰ আদালতলৈ মাতি উদ্দেশ্য প্রণোদিতভাৱে মানসিক অত্যাচাৰ কৰিবলৈ এৰা নাই, আৰু এতিয়া সেয়া আপোনালোকৰ চৰিত্ৰলৈ পৰিৱৰ্তন ঘটিছে। যদিহে আইন আপোনাৰ মতেই চলিব। লাগে তেন্তে আদালত ন্যায়ালয়ৰ প্ৰয়োজন কত? সিবোৰ উঠাই নিদিয়ে কিয়?

প্ৰণিধানযোগ্য যে, তথা-কথিত ভাৰতীয় গণতন্ত্ৰৰ দুৰ্নীতিগ্ৰস্ত ৰাজনৈতিক নেতা, আমোলাৰ সৈতে লগলাগি ক্ষমতাৰ ৰাগত বলিয়ান হৈ আপুনি তথা আপোনাৰ দৰে একাংশ স্বাৰ্থপৰায়ন বিষয়াই আইনক ভেঙুচালি কৰাৰ পৰিপ্ৰেক্ষিততেই সম্প্ৰতি মণিপুৰৰ পৰা কাশ্মীৰৰ লৈকে এনেধৰণৰ ঘটনাবোৰ সূলভ হৈ পৰিছে।

শেষত “সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনৰ নামত বিগত বছৰৰ পৰা অতিসম্প্ৰতিলৈ যিমানকেইটা ভুৱা এনকাউন্টাৰ হৈ গ’ল আৰু সেই এনকাউণ্টাৰত গুলীচলোৱা প্ৰতিগৰাকী আৰক্ষীৰ সম্পূৰ্ণ তথ্য আমাৰ হাতত আছে।

সেয়েহে আপোনাৰলোকক জেষ্ঠজনে নির্দেশ দিলে বুলিয়েই বাদ-বিচাৰ নকৰাকৈ কেৱল কৰ্তব্য আৰু মাহেকীয়া বেতনৰ খাটিত থলগিৰি নিৰীহ যুৱকৰ ওপৰত গুণী বৰ্ষণ কৰি ভৱিষ্যতে সংঘাত সৃষ্টি নকৰে যেন। যিহেতু ভুল-শুদ্ধ বিচাৰ কৰাৰ শক্তি নিশ্চয় আপোনালোকৰো আছে, সেই শক্তি প্রয়োগেৰে প্ৰয়োজনত তেনকে নিকৃষ্ট কাণ্ড কৰিবলৈ নিৰ্দেশ দিয়া জ্যেষ্ঠজনৰ বিৰুদ্ধে মাত মাতক।

বিপৰীতে বহিৰাগত বিষয়াৰ নিৰ্দেশত ইমান তললৈ নামি জাতিটোক অপমানিত নকৰিব। পৰিশেষত “সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)” সংগঠনৰ নামত যিসকল ব্যক্তিয়ে ধন সংগ্ৰহত নামি পৰিছে সেই সকলেও সংযত হৈ এনে কৰ্মৰ পৰা বিৰত থাকিবলৈ আহ্বান জনালোঁ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Captain Rumel AsomDgp Gp SingUlfa (I) Press Release
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d