Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Subhalaksmi Dutta Surrendered : অসম আৰক্ষীয়ে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ পিছতে শুভলক্ষ্মী দত্তৰ আত্মসমৰ্পণ

শিৱসাগৰৰ এছ পিৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পাছতে গ্ৰেপ্তাৰ

publisher by publisher
September 9, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Subhalakshmi Dutta:শুভলক্ষীক বিচাৰি গুৱাহাটীত শিৱসাগৰ আৰক্ষীৰ অভিযান
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Subhalaksmi Dutta Surrendered :

ADVERTISEMENT

অসম আৰক্ষীয়ে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ পিছতে শুভলক্ষ্মী দত্তৰ আত্মসমৰ্পণ৷শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ এছ পিৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পাছতে গ্ৰেপ্তাৰ কৰা হয় নিলম্বিত এএছপি শুভলক্ষ্মী দত্তক।

শিৱসাগৰ আৰক্ষীয়ে জিম্মাত লোৱাৰ পাছতে নাজিৰা থানালৈ অনা হয় সোধপোছৰ বাবে৷উল্লেখ্য যে, আজি বন্ধৰ দিন হোৱা বাবে বিশেষ আদালতত হাজিৰ কৰোৱা হ’ব শুভলক্ষ্মীক। জানিব পৰা মতে অধিক জেৰাৰ বাবে আৰক্ষীয়ে নিজৰ জিন্মাত বিচাৰিব পাৰে ৷

নিজৰ চৰকাৰী বাসগৃহত নিয়োজিত বনকৰা মহিলা অনিমা প্ৰজাৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱাৰ গোচৰত অভিযুক্ত হৈ নাজিৰাৰ পৰা পলায়ন কৰে বিতৰ্কিত আৰক্ষী বিষয়া শুভলক্ষ্মী দত্ত৷ইয়াৰ মাজতে নিলম্বিত হয় দত্ত ৷

আনহাতে নাজিৰা থানাত পঞ্জীভূক্ত গোচৰত নিলম্বিত এএছপি শুভলক্ষ্মী দত্তক আৰক্ষী ওচৰত হাজিৰ হ’বলৈ আহ্বান জনোৱা হৈছিল যদিও আত্মগোপন কৰি শেহতীয়াকৈ গুৱাহাটীত প্ৰাক্তন বিধায়ক কুশল দুৱৰীৰ ফ্লেটত বাহৰ পাতি আছিল ৷

ইপিনে শিৱসাগৰ আৰক্ষীয়ে অভিযান চলাবৰ বাবে গুৱাহাটীলৈ অহাৰ সম্ভেদ পায় অতি কৌশলৰে ফ্লেটৰ পিছদুৱাৰেদি পলায়ন কৰে ৷

উল্লেখ্য যে,শুভলক্ষ্মী দত্তই ফ্লেট কেম্পাচৰ সন্মুখৰ গেট পাৰ হ’ বলৈ চেষ্টা কৰাৰ দৃশ্য বন্দী হৈ চিচিটিভিত ৷ তাৰ পাছৰে পৰা কোনো সম্বেদ লাভ কৰিবলৈ সক্ষম হোৱা নাছিল শিৱসাগৰ আৰক্ষীয়ে।

ইয়াৰ মাজতে শুক্ৰবাৰে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধানে এক সংবাদমেলত ঘোষণা কৰি কয় যে,শীৰ্ঘেই নিলম্বিত এএছপি শুভলক্ষ্মী দত্তই স্বইচ্ছাৰে আত্মসমৰ্পণ নকৰিলে পলাতক ঘোষণা কৰি বিহিত ব্যৱস্থা লোৱা হ’ব ৷

অৱশেষত আজি দুসপ্তাহ দিন ধৰি আত্মগোপন কৰি থকা বহু বিতৰ্কিত আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Sivsagar SPSurrenderedsuspension AsP Subhalaksmi Dutta
publisher

publisher

Related Posts

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা
Assam

দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

September 6, 2026
মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ
International

মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

September 6, 2026
‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ
International

‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

September 6, 2026
শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে
International

শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d