CM Svc Raid Congress Mla,S Tea Estate:কংগ্ৰেছ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ মালিকানাধীন চাহ বাগিচাত চি এম ভিজিলেঞ্চৰ অভিযান

kamalakhya

CM Svc Raid Congress Mla,S Tea Estate:

উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ মালিকানাধীন চাহ বাগিচাত চি এম ভিজিলেঞ্চৰ অভিযান।

চি এম ভিজিলেঞ্চৰ দহজনীয়া দলটোৱে বাগানত থকা কাৰ্যালয়ত উপস্থিত হৈ বিভিন্ন নথিপত্ৰ পৰীক্ষা কৰে ৷ এই সংক্ৰান্তত চি এম ভিজিলেঞ্চে তলৱ কৰিছে বিধায়কজনৰ দুই সহযোগীক ৷

উল্লেখ্য যে,কংগ্ৰেছ বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰকায়স্থই নীতি বৰ্হিভূতভাৱে বাগিচা ক্রয় কৰাৰ অভিযোগ উদ্থাপিত হৈছিল ৷

Exit mobile version