Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ASSEC:পিছুৱাই দিয়া হ’ল মেট্ৰিক,উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ সময়সূচী

    মোদী-শ্বাহৰ ৰাজ্যতে সক্রিয় ‘ক্রীতদাস’ প্রথা!

    Betala Murder Incident Update:বেলতলাৰ বশিষ্ঠপুৰত নৃশংসভাৱে পত্নীক হত্যা কৰা অভিযুক্ত ৰামানুজন গোস্বামীৰ হুংকাৰ

    পেলেষ্টাইনৰ মুকলি আকাশৰ তলত ‘লায়ন কিং’ উপভোগ কৰিলে এদল শিশুৱে

    পত্নীক হত্যা কৰি ছিন্নমুণ্ড ভৰাই থ’লে ফ্রীজত-কাটি টুকুৰা টুকুৰ কৰিলে আঙুলি

    Dr.Bhupen Hazarika 100th anniversary:ভাৰত ৰত্ন ড:ভূপেন হাজৰিকা জন্ম-শতবার্ষিকী উপলক্ষে জালুকবাৰীৰ সমন্বয় তীৰ্থত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মেডিকেল কলেজ হিমন্তৰ পৈত্ৰিক সম্পত্তি নহয় যে ইচ্ছা গলেই যাৰ-তাৰ নামত সংৰক্ষণ কৰিবঃউৎপল দে

samimsultana by samimsultana
November 3, 2020
in Assam, News, Politics
Reading Time: 1 min read
0
মেডিকেল কলেজ হিমন্তৰ পৈত্ৰিক সম্পত্তি নহয় যে ইচ্ছা গলেই যাৰ-তাৰ নামত সংৰক্ষণ কৰিবঃউৎপল দে
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

1st May celebration:আজি বিশ্বজুৰি মে’ দিৱস পালন

আজি বিয়লি চিৰাং জিলাৰ বিজনীৰ নেতাজী ক্লাবত সদৌ অসম বেংগলী সুৰক্ষা মঞ্চৰ এখন সংবাদমেল অনুষ্ঠিত হয়। এই সংবাদ মেলত মঞ্চৰ সভাপতি উৎপল দেই কয় যে কম দিনৰ ভিতৰত সদৌ অসম বঙালি সুৰক্ষা মঞ্চ আৰু সদৌ অসম বাঙালি সুৰক্ষা সমিতি নামৰ সংগঠন দুটা জাতীয় স্বাৰ্থত জাতীয় অভিৱৰ্তনৰ দ্বাৰা একত্ৰিত হ’ব ৷ লগতে অসমত বঙালীসকলৰ বিৰুদ্ধে ‘ডি’ ভোটাৰ,ডিটেনচন কেম্পৰ সমস্যা,বিদেশী ন্যায়াধিকৰণ সমস্যা আদিৰ কাৰণে যৌথ সংগ্ৰাম কৰাৰ স্বাৰ্থত একত্ৰিতকৰণৰ কথাও নেতাজনে উল্লেখ কৰে ।

ADVERTISEMENT

উৎপল দে’ই লগতে কয় “সোমবাৰে কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ তুলসীবিলৰ একেটা পৰিয়ালৰ পাঁচজন লোকে আত্মহত্যা কৰা ঘটনা পৰিকল্পিত হত্যাকাণ্ড । উচ্চ শিক্ষিত ছাত্ৰী এগৰাকী কিদৰে আত্মহত্যা কৰিব পাৰে? এই পৰিয়ালটোক পৰিকল্পিতভাৱে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিছে । সামাজিক মাধ্যমত ভাইৰেল হোৱা আত্মহত্যা টোকা সমূহ দুষ্কৃতিকাৰীয়েই কৰিছে যাতে এই পৰিকল্পিত হত্যাক আত্মহত্যাৰ ৰূপ দিয়া যায় ৷”

আনহাতে এই ঘটনাক চিবিআই তদন্তৰ দাবী জনায় উৎপল দে’ই। কাৰণ কেইদিনমান পূৰ্বে জনৈক শীল নামৰ ব্যক্তিজনক অপহৰণ কৰি হত্যা কৰা হৈছিল বুলিও সদৰী কৰে নেতাজনে। কিন্তু ইয়াৰ কোনো তদন্ত নহ’ল । সেয়ে এই ঘটনাৰ চিবিআই তদন্তৰ দাবী জনায়৷” ডিফু মেডিকেল কলেজত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোচ ৰাজবংশী,চুতীয়া আদি জনগোষ্ঠীৰ বাবে আসন সংৰক্ষণৰ বিষয়ে কয় যে মেডিকেল কলেজ হিমন্তৰ পৈত্ৰিক সম্পত্তি নহয় যে যাকে ইচ্ছা তাৰ নামত সংৰক্ষণ কৰিব ।

বঙালীসকল,নাথযোগী বা অন্যান্যসকল অসমবাসী নহয় নেকি ? বাকী সকল অসমৰ খিলঞ্জীয়া নহয় নেকি বুলি প্ৰশ্ন কৰি কয় যে মন্ত্ৰী শৰ্মাই নিজৰ পৈত্ৰিক সম্পত্তিৰ দৰে মেডিকেল কলেজৰ আসন সংৰক্ষণ কৰাটো অনুচিত হৈছে । অইন জনগোষ্ঠীৰ ল’ৰা ছোৱালীয়ে মেডিকেলত শিক্ষা গ্ৰহণৰ অধিকাৰ নাই নেকি বুলিও প্ৰশ্ন কৰে।

লগতে তেওঁ কয় ” বাকী জনগোষ্ঠীৰ ল’ৰা-ছোৱালী ঠেলা-ৰিক্সা চলোৱাটো বিচাৰে হিমন্ত বিশ্ব শৰ্মাই । নিজৰ ৰাজনৈতিক উদ্দেশ্য লৈ কেইটামান জনগোষ্ঠীক বাছি লোৱাৰ ধিক্কাৰ জনায় উৎপল দেই। তেওঁ মিঞা মিউজিয়াম সন্দৰ্ভত কয় যে বৰাক ভেলীৰ বিধায়ক কমলাক্ষ পুৰকায়স্থই বেংগলী মিউজিয়াম বিতৰ্ক উলিয়াইছে । ইমান দিন নীৰৱে থকা বিধায়কজন এতিয়া ক’ৰ পৰা ওলাল বুলিও প্ৰশ্ন কৰে ।

১২ লাখ হিন্দু বঙালীৰ নাম এন আৰ চিৰ পৰা কৰ্তন হৈছে তেতিয়া ক’ত আছিল এই জন বিধায়ক ? প্ৰতিদিনে বিদেশী জাননি পোৱা বঙালীৰ হৈ মাত নমতা বিধায়ক জনে ভোটৰ স্বাৰ্থত বঙালী মিউজিয়ামৰ দাবী কৰিছে ।”

ইপিনে পুৰকায়স্থক সকীয়াই কয় যে “তেওঁ বঙালীৰ অভিভাৱক নহয় । মিউজিয়ামৰ নামত অসমীয়া বঙালীৰ সংঘাত কৰিব বিচাৰিছে । বঙালীসকলৰ কোনো মিউজিয়ামৰ প্ৰয়োজন নাই। কাৰণ বিশ্বৰ দুই নম্বৰ স্থানত আছে বঙালীসকল । গতিকে আমি মিউজিয়াম নিবিচাৰো আমি বঙালীসকলে বিচাৰো নিজৰ স্বাভিমান, অধিকাৰ লৈ মূৰ দাঙি জীয়াই থকাটোহে ।

বিদেশীৰ নামত হাৰাশাস্তি বন্ধ হ’ব লাগিব, বিদেশী ন্যায়াধীকৰণ,ডিটেনচন শিবিৰ বন্ধ হ’ব লাগিব। প্ৰতিজন বঙালীৰ নাম থাকিব লাগিব এন আৰ চিত । গতিকে এই ধৰণৰ মূল সমস্যা এৰি মিউজিয়ামৰ বিতৰ্ক এৰিবলৈ সকিয়াই দিয়ে । বিজেপি চৰকাৰক সমালোচনা কৰি কয় যে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সমষ্টিত লাখে লাখে হিন্দু বঙালিক বিদেশী জাননী দি আছে ।

গতিকে বিজেপিক সকিয়াই দি কয় যে ২০২১ ৰ বিধান সভা নিৰ্বাচনৰ দিন চমুচাপি আহিছে যিমান জাননি দিব পাৰে দি থাকক । এইবাৰ ভাৰতীয় গণ পৰিষদৰ হৈ আপোনালোকৰ বিৰুদ্ধে তীব্ৰ যুঁজ হ’ব । এই অন্যায়ৰ প্ৰত্যুত্তৰ দিয়া হ’ব ভোটেৰে । বিজেপিৰ মিছলীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপি আহিলে বিদেশী সমস্যাৰ সমাধান কৰাৰ কথা কৈছিল ৷বঙালীসকলৰ বাবে ডিটেনচম কেম্প দিছে বিজেপিয়ে ।

অসমৰ সকলো জাতি জনগোষ্ঠীৰ বাবে স্বায়ত্ব শাসন দিয়াৰ বিপৰীতে বঙালীসকলৰ বাবে ডিটেনচন কেম্প নিৰ্মাণ কৰি আছে এই মিছলীয়া প্ৰধানমন্ত্ৰীয়ে । গতিকে বঙালী সুৰক্ষা মঞ্চই সকীয়াই দি কয় যে জাতিৰ বাবে কৰিম জাতিৰ বাবে মৰিম । ইয়াৰ বাবে যিকোনো পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰ বাবে চৰকাৰ দায়ী হ’ব লাগিব বুলি সকিয়াই দিয়ে উৎপল দেই ।

এই সংবাদ মেলত সদৌ অসম বঙালী সুৰক্ষা মঞ্চৰ চিৰাং জিলা সাধাৰণ সম্পাদক বিশ্বজিত ৰজক,সদস্যসকল ক্ৰমে পৱন তৰফদাৰ,মিথুন ঘোষ উপস্থিত থাকে৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ALL ASSAM BENGALI SURAKSHA MANCHACHIRANGHimanta Biswa Sarma
samimsultana

samimsultana

Related Posts

সম্পূৰ্ণ বেচৰকাৰীকৰণেই ভৱিষ্যৎ ইছৰ’ৰ!
News

সম্পূৰ্ণ বেচৰকাৰীকৰণেই ভৱিষ্যৎ ইছৰ’ৰ!

September 8, 2026
ASSEC:পিছুৱাই দিয়া হ’ল মেট্ৰিক,উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ সময়সূচী
Assam

ASSEC:পিছুৱাই দিয়া হ’ল মেট্ৰিক,উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ সময়সূচী

September 8, 2026
মোদী-শ্বাহৰ ৰাজ্যতে সক্রিয় ‘ক্রীতদাস’ প্রথা!
India

মোদী-শ্বাহৰ ৰাজ্যতে সক্রিয় ‘ক্রীতদাস’ প্রথা!

September 8, 2026
Betala Murder Incident Update:বেলতলাৰ বশিষ্ঠপুৰত নৃশংসভাৱে পত্নীক হত্যা কৰা অভিযুক্ত ৰামানুজন গোস্বামীৰ হুংকাৰ
Assam

Betala Murder Incident Update:বেলতলাৰ বশিষ্ঠপুৰত নৃশংসভাৱে পত্নীক হত্যা কৰা অভিযুক্ত ৰামানুজন গোস্বামীৰ হুংকাৰ

September 8, 2026
পেলেষ্টাইনৰ মুকলি আকাশৰ তলত ‘লায়ন কিং’ উপভোগ কৰিলে এদল শিশুৱে
International

পেলেষ্টাইনৰ মুকলি আকাশৰ তলত ‘লায়ন কিং’ উপভোগ কৰিলে এদল শিশুৱে

September 8, 2026
পত্নীক হত্যা কৰি ছিন্নমুণ্ড ভৰাই থ’লে ফ্রীজত-কাটি টুকুৰা টুকুৰ কৰিলে আঙুলি
Assam

পত্নীক হত্যা কৰি ছিন্নমুণ্ড ভৰাই থ’লে ফ্রীজত-কাটি টুকুৰা টুকুৰ কৰিলে আঙুলি

September 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d