Fraud Arrested In Basistha :
মহানগৰীৰ বশিষ্ট আৰক্ষীৰ জালত বহি:ৰাজ্যৰ প্ৰৱঞ্চকৰ দল ৷ পৰ্যটনৰ আঁচনি দিয়াৰ নামত গ্ৰাহকক প্ৰৱঞ্চনা কৰিছিল দলটোৱে ৷
ADVERTISEMENT
বশিষ্ঠৰ গ্ৰীণউড হোটেলৰ পৰা আটক কৰা হৈছে ১৯ জনীয়া প্ৰৱঞ্চকৰ দলটো।
ধৃত প্ৰৱঞ্চকৰ দলটোৰ অধিক সংখ্যকেই দিল্লীৰ বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে প্ৰৱঞ্চকৰ দলটোক জেৰা অব্যাহত ৰাখিছে।