Earthquake:ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

৬.১৫ বজাত অনুভূত হয় ৫.৩ প্ৰাৱল্যৰ ভূমিকম্প

earthquake

Earthquake:

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। সন্ধিয়া ৬.১৬ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হয় গুৱাহাটীৰ সহ দাঁতিকাষৰীয়া অঞ্চলসমূহ ৷ একেদৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুভূত হয় ভূমিকম্পৰ ৷

উল্লেখ্য যে,সন্ধিয়া ৰাজ্য জোকাৰি যোৱা ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল চুবুৰীয়া মেঘালয়ৰ উত্তৰ গাৰো হিলছৰ ৰেছুবেলপাৰাৰ পৰা তিনি কিলোমিটাৰ নিলগত । ৰিখটাৰ স্কেলত ভূঁইকঁপৰ প্ৰাৱল্য আছিল ৫.৩।

আনহাতে ভূমিকম্পই জোকাৰি যায় প্ৰতিবেশী ৰাষ্ট্ৰ চীন, বাংলাদেশ,ভূটান আৰু নেপালক ৷ অৱশ্যে ক’তো ক্ষয়ক্ষতি হোৱাৰ খবৰ অহা নাই ৷

Exit mobile version