Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ফিফা বিশ্বকাপত ভাৰতক নেদেখি কিয় আৱেগিক হৈছিল পিজা ভৰালী!

    ৰূপহীহাট আৰক্ষীৰ জালত হে’ৰইন সহ আটক কংগ্ৰেছ নেতা!

    কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছতে বিশিষ্ট বুদ্ধিজীৱী ড:হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া

    নিজ পত্নীক এৰি বেলেগৰ পত্নীৰ কাষলৈ গৈ ৰাইজৰ ৰোষত যুৱক

    শিক্ষকৰ স্বীকৃতি নাপায় টিউটৰে: অৱশেষত শিক্ষা বিভাগে স্পষ্ট কৰিলে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam State Zoo:অসম ৰাজ্যিক চিৰিয়াখানাত “প্ৰকৃতিৰ আশ্চৰ্য্যভূমি” অনুষ্ঠানত ভাৰতৰ দহখন ৰাজ্যৰ প্ৰকৃতি অনুৰাগীৰ অংশগ্ৰহণ

publisher by publisher
September 14, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Assam State Zoo:অসম ৰাজ্যিক চিৰিয়াখানাত “প্ৰকৃতিৰ আশ্চৰ্য্যভূমি” অনুষ্ঠানত ভাৰতৰ দহখন ৰাজ্যৰ প্ৰকৃতি অনুৰাগীৰ অংশগ্ৰহণ
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

Theft incident in Hengerabari:মহানগৰীৰ হেঙেৰাবাৰীত চোৰৰ চাফাই অভিযান

Pranay Bordoloi:আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো আৰোহণকাৰী প্ৰণয় বৰদলৈক দল- সংগঠনৰ সম্বৰ্ধনা

Heroin seized in Guwahati:সৰিয়হৰ ডুলিতে ভূত !

Assam State Zoo:

“নি:স্বাৰ্থ সেৱাৰ জৰিয়তে আমি শান্তি লাভ কৰিব আৰু সপোনক ডেউকা দিব পাৰোঁ । আমাৰ এহাতে শান্তি আৰু আনহাতে আশা থাকে।” অসম ৰাজ্যিক চিৰিয়াখানা তথা উদ্ভিদ উদ্যানত আয়োজিত “প্ৰকৃতিৰ আশ্চৰ্য্যভূমি” অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰি ৰাষ্ট্ৰসংঘৰ চেম্পিয়ন অৱ আৰ্থ বঁটা বিজয়ী আৰণ্যকৰ ড০ পূৰ্ণিমা দেৱী বৰ্মনে এই মন্তব্য কৰে ।

ADVERTISEMENT

উত্তৰ পূৱৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰান্যকে (www.aaranyak.org) নগৰীয়া জৈৱ বৈচিত্ৰ্যৰ ভূমিকাক প্ৰাধান্য দি অসম ৰাজ্যিক চিৰিয়াখানা তথা উদ্ভিদ উদ্যানত “নেচাৰ্চ ৱাণ্ডাৰলেণ্ড – এ জাৰ্নি অৱ কিউৰিয়ছিটি” শীৰ্ষক এই কাৰ্যসূচীৰ আয়োজন কৰিছিল ।

উইপ্ৰ’ ফাউণ্ডেশ্যন আৰু “লাছা” (লিয়া এছ’চিয়েটছ চাউথ এছিয়া প্ৰাইভেট লিমিটেড)ৰ সহযোগত অলপতে অনুষ্ঠিত এই অনুষ্ঠানত ভাৰতৰ ১০খন বিভিন্ন ৰাজ্যৰ মুঠ ৩০ গৰাকী প্ৰকৃতি অনুৰাগীয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

আৰণ্যকৰ জ্যেষ্ঠ প্ৰবন্ধক জয়ন্ত কুমাৰ পাঠকে অংশগ্ৰহণকাৰীসকলক অনুষ্ঠানটোৰ উদ্দেশ্য আৰু নগৰীয়া জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ব উপলব্ধি কৰাৰ বাবে এনেধৰণৰ পদক্ষেপৰ প্ৰয়োজনীয়তাৰ বিষয়ে ব্যাখ্যা কৰে ।

বন্যপ্ৰাণী জীৱবিজ্ঞানী ড° জয়াদিত্য পুৰকায়স্থই “এক্স-চিটু কনজাৰভেশ্যন” অৰ্থাত প্ৰাকৃতিক আৱাসভূমিৰ বাহিৰত সকলো স্তৰৰ জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণত প্ৰাণী উদ্যান অৰ্থাত চিৰিয়াখানৰ ভূমিকা সম্পৰ্কত অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ কয় যে বিভিন্ন প্ৰজাতিৰ সংৰক্ষণ, বন্যপ্ৰাণী গৱেষণা, আৰু আবদ্ধ এলেকাত প্ৰজননৰ জৰিয়তে বিপন্ন আৰু বিলুপ্ত প্ৰজাতিৰ পুনৰূদ্ধাৰ কৰাৰ ক্ষেত্ৰত প্ৰাণী উদ্যানৰ ধাৰণা আৰু ইয়াৰ ভূমিকাক স্বীকৃতি দিয়াৰ সময় আহি পৰিছে ।আৰণ্যকৰ পৰিৱেশবিদ তন্বী হুছেইনে “এক স্বাস্থ্য আৰু মানৱ কল্যাণ” ধাৰণা সন্দৰ্ভত অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰে।

অসম ৰাজ্যিক চিৰিয়াখানাৰ মুখ্য পশু ৰক্ষক ৰাজনী কান্ত ডেকাই পশু উদ্ধাৰ আৰু পুনৰ সংস্থাপন, আবদ্ধ পৰিৱেশত প্ৰজনন আৰু পশু আচৰণ আদিৰ সম্পৰ্কত তেওঁৰ অভিজ্ঞতাৰ বিষয়ে প্ৰকৃতি অনুৰাগীসকলক অৱগত কৰে। তেওঁ কয়, “মানুহৰ মেজাজ আৰু আচৰণ বুজি পোৱাৰ দৰে মেজাজ আৰু আচৰণ বুজি পোৱাটো সহল নহয় ; মানৱসৃষ্ট কাৰ্য্যকলাপ, হৰ্ণ বজোৱা, ফটকা ফুটোৱা আৰু উচ্চ প্ৰাৱল্যৰ শব্দ সৃষ্টি কৰা অন্যান্য কাৰ্য্যকলাপে জীৱ- জন্তুৰ মানসিক চাপৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে আৰু সিহঁতৰ আচৰণত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে” ।

আৰণ্যকৰ দীপক ভট্টাচাৰ্য আৰু অসম ৰাজ্যিক চিৰিয়াখানাৰ প্ৰণৱ বড়ীয়েও প্ৰকৃতি সংৰক্ষণৰ বাবে কাম কৰাৰ উৎসাহৰ লগতে আনন্দৰে জীয়াই থকাৰ তাৎপৰ্য আৰু জীৱনত উথান-পতন নিৰ্বিশেষে সুখী হোৱাৰ কলা সম্পৰ্কত অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰে।

আৰণ্যকৰ দলৰ লগতে “ৱাণ্ডাৰলেণ্ড মেণ্টৰ” প্ৰাঞ্জল মহানন্দ, জিজ্ঞাস বৰুৱা, প্ৰমোদ চৌধুৰী আৰু সীমান্ত মেধিয়ে অংশগ্ৰহণকাৰীসকলক প্ৰকৃতি ভ্ৰমণ কৰায় । যোৱা ৩ ছেপ্টেম্বৰত অনুষ্ঠিত আৰু আৰণ্যকৰ প্ৰণৱ গোস্বামী আৰু ৱাছিমা বেগমে পৰিচালনা কৰা অনুষ্ঠানটোত ডিম’ৰিয়া মহাবিদ্যালয়ৰ পৰিৱেশ পুনৰুদ্ধাৰ বিভাগৰ প্ৰহেলিকা শইকীয়া, বিশাখা শইকীয়া, হীৰামণি ৰাভা, বীৰছং ফাংচ’ আৰু আৰণ্যকৰ আকাশ কাকতি, নয়ন শৰ্মা আৰু অনিল কুমাৰ দাসে স্বেচ্ছাই সহায় আগবঢ়ায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AaranyakAssam State Zoo cum Botanical GardenGuwahatiWonder Of Nature
publisher

publisher

Related Posts

দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’
Entertainment

দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

September 5, 2026
অচিৰে এক লাখ কৰ্মচাৰীক ছাটাই কৰিব ফক্সৱাগনে
International

অচিৰে এক লাখ কৰ্মচাৰীক ছাটাই কৰিব ফক্সৱাগনে

September 5, 2026
দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান
Assam

দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান

September 5, 2026
ফিফা বিশ্বকাপত ভাৰতক নেদেখি কিয় আৱেগিক হৈছিল পিজা ভৰালী!
News

ফিফা বিশ্বকাপত ভাৰতক নেদেখি কিয় আৱেগিক হৈছিল পিজা ভৰালী!

September 5, 2026
ৰূপহীহাট আৰক্ষীৰ জালত হে’ৰইন সহ আটক কংগ্ৰেছ নেতা!
Assam

ৰূপহীহাট আৰক্ষীৰ জালত হে’ৰইন সহ আটক কংগ্ৰেছ নেতা!

September 5, 2026
কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছতে বিশিষ্ট বুদ্ধিজীৱী ড:হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া
Assam

কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছতে বিশিষ্ট বুদ্ধিজীৱী ড:হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d