Congress LeaderAnkita Dutta To Join A.J.P. Soon:অচিৰেই অসম জাতীয় পৰিষদলৈ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী নেত্ৰী অংকিতা দত্তৰ !

অজাপৰ মুৰব্বী লুৰিনৰ স'তে ৰুদ্ধদ্বাৰ বৈঠক অংকিতাৰ 

ankita join

Congress LeaderAnkita Dutta To Join A.J.P. Soon:

সকলো থিকে থাকে থাকিলে যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী নেত্ৰী অংকিতা দত্তই অচিৰেই যোগদান কৰিব লুৰিনোজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদত ৷ একেদৰে দত্তৰ স’তে যোগদান কৰিব বহু কেইগৰাকী কংগ্ৰেছ নেতা-কৰ্মী ৷

উল্লেখ্য যে, অসম জাতীয় পৰিষদৰ ৰাজ্যজুৰি ‘এক অসম যাত্রা’ কাৰ্যসূচীৰ অংশস্বৰূপে সোমবাৰে সন্ধিয়া ভাগত লুৰিনজ্যোতি গগৈ নেতৃত্বত যাত্ৰা কৰা অজাপৰ দলটো উপস্থিত হয় শিৱসাগৰত ৷

ইয়াৰ পাছতে অংকিতা দত্ত , লুৰিণ জ্যোতি গগৈ আৰু উপ- সভাপতি দুলু আহমেদৰ স’তে এক গোপন বৈঠকত মিলিত হোৱাৰ পাছতে ৰাজনৈতিক বতাহ গৰম হৈ পৰে শিৱসাগৰত ৷

অংকিতা দত্ত সহ বহু কেইগৰাকী কংগ্ৰেছ নেতা-কৰ্মীয়ে শীৰ্ঘেই অজাপত যোগদান কৰিব বুলি বিশেষ চৰ্চা লাভ কৰে ৷

Exit mobile version