Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

What’s beauty sleep : জীৱনচৰ্যা’ বিউটি শ্লিপ কি ? সৌন্দৰ্য চৰ্চাত ইয়াৰ প্ৰয়োজনীয়তা কিমান ?

samimsultana by samimsultana
October 21, 2022
in Lifestyle
Reading Time: 1 min read
0
What’s beauty sleep : জীৱনচৰ্যা’ বিউটি শ্লিপ কি ? সৌন্দৰ্য চৰ্চাত ইয়াৰ প্ৰয়োজনীয়তা কিমান ?

Beauty Sleep

1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

এই নিয়মবোৰ মানি চলিলে শীতত আপোনাৰ ছালে জিলিকনি নেহেৰুৱাব

সন্ধিয়াৰ পাছত ফল খাব পাৰি নে?

বৃক্ক সুস্থ কৰি ৰাখিবলৈ কিমান পানী খোৱাটো গুৰুত্বপূৰ্ণ?

What’s beauty sleep :

স্বাস্থ্য ভালে ৰাখিবলৈ পৰ্যাপ্ত টোপনি খুবেই আৱশ্যক । ই কেৱল স্বাস্থ্য ভালে ৰখাই নহয়, পৰ্যাপ্ত টোপনিয়ে ছালৰো উজ্জ্বলতা বৃদ্ধি কৰে । শৰীৰৰ সকলো সঠিক ৰূপে পৰিচালিত কৰিবলৈ এজন মানুহে কমেও সাত ৰ পৰা ন ঘণ্টা পৰ্যন্ত টোপনি যোৱা উচিত । এই পৰ্যাপ্ত টোপনিকেই ‘ বিউটি শ্লিপ’ বুলি কোৱা হয় ।

ADVERTISEMENT

এই পৰ্যাপ্ত টোপনিয়ে শৰীৰত সজীৱতা অনাৰ লগে লগে ছালৰো সজীৱতা অনাত সহায় কৰে । আচলতে শোৱাৰ সময়ত মানুহৰ শৰীৰৰ অংগ সমূহে কাম কৰিবলৈ আৰম্ভ কৰে । টোপনিৰ সময়তে মানুহৰ বিভিন্ন ধৰণৰ হৰম’ন নি:সৰণ হয় । টোপনিৰ বিভিন্ন পৰ্যায়ত আমাৰ শৰীৰৰ কোষসমূহে নিজৰ-নিজৰ কাৰ্যসমূহৰ লগতে ছালৰো মেৰামতিৰ কাম আৰম্ভ কৰে।

ফ্ৰি ৰেডিকেলাছে আমাৰ শৰীৰৰ ছালৰ মাৰাত্মক ক্ষতি কৰে । ইয়াৰ পৰা বাচিবলৈ একমাত্ৰ টোপনিয়েই হৈছে মুখ্য উপায় ।

beauty sleep
wellbeing

ইয়াৰোপৰি টোপনিৰ সময়ত মানুহৰ শৰীৰৰ কাৰ্টিছেল, মেলাটোনিন বাঢ়ি যোৱাত হৰম’নৰ নি:সৰণ হয় আৰু টোপনিৰ প্ৰতিটো সময়ত ই শৰীৰৰ বাবে কাম কৰি যায় । এটা কথা মনত ৰখা দৰকাৰ যে, টোপনিৰ অভাৱে মাৰাত্মক ৰোগকো আমন্ত্ৰণ জনাব পাৰে । বিশেষকৈ টোপনিৰ অভাৱে মানুহৰ স্মৃতিশক্তি দুৰ্বল কৰে । মানসিক অৱসাদে আপোনাক যিকোনো সিদ্ধান্ত লোৱাত সমস্যাৰ সৃষ্টি কৰিব ।

older-person-sleeping

২০২১ চনৰ এটা সমীক্ষাত প্ৰকাশ যে, ৫০ ৰ পৰা ৬০ বছৰৰ ব্যক্তিৰ কমেও ছয় ঘণ্টা শোৱাতো দৰকাৰ । অন্যথা স্মৃতিশক্তি লোপ পোৱাৰ সম্ভাৱনা প্ৰচুৰ । আমি জনা উচিত যে, টোপনিৰ অভাৱে মানুহৰ ওজন বঢ়োৱাৰ লগতে শৰীৰত জটিল ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে ।

গতিকে টোপনি যোৱাৰ এঘণ্টা পূৰ্বে মোবাইল, লেপটপ , টেলিভিছন বন্ধ কৰিব লাগে । যিহেতু এই আসক্তিয়েও মানুহৰ টোপনিত ব্যাঘাত জন্মায় ।
বি:দ্ৰ: ওপৰোক্ত লিখনীটো বিশেষজ্ঞৰ তথ্যৰ ওপৰত আধাৰিত যদিও পৰ্যাপ্ত টোপনিৰ অভাৱ হ’লে নিশ্চয়কৈ চিকিৎসকৰ পৰামৰ্শ লোৱাটো আৱশ্যক । যিহেতু এই লক্ষণ আপোনাৰ বাবে মাৰাত্মক ৰোগৰো কাৰণ হ’ব পাৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Beauty SleepHealth WellbeingLifestyle
samimsultana

samimsultana

Related Posts

সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে
Lifestyle

September 3, 2026
ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?
Lifestyle

ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

August 26, 2026
দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক
Lifestyle

দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

August 22, 2026
পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি
Lifestyle

পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

August 22, 2026
গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?
Lifestyle

গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

August 20, 2026
সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?
Lifestyle

সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

May 7, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d