Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Conflict in State Bjp: ন-পুৰণি বিজেপি নেতাৰ যুঁজক লৈ দিল্লীত বিজেপি বৈঠক

কে'বাজনো জ্যেষ্ঠ পুৰণি নেতাৰে গুৰুত্বপূৰ্ণ বৈঠক দিল্লীৰ নেতৃত্বৰ

publisher by publisher
August 30, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Conflict in State Bjp: ন-পুৰণি বিজেপি নেতাৰ যুঁজক লৈ দিল্লীত বিজেপি বৈঠক
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

Guwahati:কংগ্ৰেছীৰ সংস্থাপনৰ বাবে পাখি কটা গ’ল বিধায়কৰ, দীঘলীয়া হৈছে তালিকা

Congress -:Raijor Dal:যৱনিকা পৰা নাই কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতা ! 

Conflict in State Bjp:

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ থকা অৱস্থাত ৰাজ্যিক বিজেপিত ন-পুৰণি বিজেপিক লৈ সৃষ্টি হোৱা সংঘাতক লৈ অস্বস্তিত পৰিছে দিল্লীৰ নেতৃবৰ্গ ৷

ADVERTISEMENT

আনকি ন- পুৰণি বিজেপি নেতাৰ যুঁজখন তীব্ৰতৰ হৈ উঠাত থৰকাছুটি হেৰুৱাইছে ৰাজ্যিক নেতৃত্ব ৷ আনহাতে শেহতীয়াকৈ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈয়ো অসন্তুষ্টি প্ৰকাশ জ্যেষ্ঠ বিজেপি নেতাৰ ৷

আনহাতে ভূতৰ ওপৰত দানহ পৰাৰ দৰে শেহতীয়াকৈ বিজেপিৰ কিষান মৰ্চাৰ নেত্ৰী ইন্দ্ৰানী তহবিলদাৰ আত্মহত্যা ঘটনাৰ পাছতে চৰকাৰী চাকৰীৰ নিযুক্তিক লৈ ইতিমধ্যে পোহৰলৈ আহিছে ভয়ংকৰ কাণ্ড ৷
ৰাজ্যিক বিজেপিৰ বশিষ্টস্থ বাজপেয়ী ভৱনৰ পৰা চাকৰিৰ এখন ৰমৰমীয়া বেহা সংঘটিত কৰিছিল বিজেপিৰ কে’বা টাও শাখা সংগঠনৰ একাংশ নেতা- পালিনেতাই ৷

এছ আই কেলেংকাৰীত লিপ্ত হৈ পৰৱৰ্তী সময়ত জেলৰ ভাত খোৱা বহিস্কৃত বিজেপি নেতা দ্বিবন ডেকা পুনৰ সাঙোৰ খাইছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিত ৷

ইতিমধ্যে কিষান মৰ্চাৰ নেত্ৰী ইন্দ্ৰানী তহবিলদাৰ আত্মহত্যা ঘটনাৰ তদন্ত কৰিবলৈ গৈ আৰক্ষী বিচুৰ্ত্তি খাবলগীয়া হৈছে ৷কেনেকৈ চাকৰি দিয়াৰ নামত কে’বা গৰাকী বিজেপি নিম্ন পৰ্যায়ৰ নেতৃয়ে চাকৰি প্ৰাৰ্থীৰ পৰা সংগ্ৰহ কৰিছিল বহু লাখ টকা ৷

আৰক্ষীৰ জালত পৰা দ্বিবন ডেকাই শেহতীয়াকৈ জেৰাত সদৰি কৰা অনুসৰি ইতিমধ্যে তৃষ্ণা শৰ্মাসহ বহু কেইজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে এইবাৰ পুঠিখলিহনাৰ সলনি জালত পৰাৰ সম্ভাৱনা আছে ৰৌ- বৰালী। শান্তনু পুজাৰীৰ দৰে জ্যেষ্ঠ নেতাৰ নাম সাঙোৰ খাইছে চাকৰি বজাৰৰ স’তে ৷ এনেবোৰ ঘটনাক্ৰমক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে বহু কেইগৰাকী পুৰণি নেতাই ৷

আনহাতে ন- পুৰণি বিজেপিৰ সংঘাত চলি থকাৰ মাজতে প্ৰাক্তন ৰাজ্যিক সভাপতি তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই- এ কেবিনেট পদ ত্যাগ কৰে ৷

ইয়াৰ পূৰ্বে প্ৰাক্তন ৰাজ্যিক সভাপতি তথা পূব গুৱাহাটীৰ বিধায়ক সিদ্ধার্থ ভট্টাচার্যই মুকলিকৈ ৰাজ্যিক নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৷ একেদৰে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা, মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়েও মুকলিকৈ প্ৰদেশ বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰাৰ মাজতে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই সকলো শালীনতাৰ সীমা চেৰাই ৰাজেন গোঁহাইক ৰাজনীতি ত্যাগ কৰি নাতি- নাতিনীৰ স’তে সময় কটাবলৈ আহবান জনাই।

মন্ত্ৰী জয়ন্তৰ উৰ্ধতালিক সহজভাৱে নলৈ গোঁহাই- এ দিল্লীত সাক্ষাৎ কৰে গৃহমন্ত্ৰী অমিত শ্বাহক ৷ সাংবাদিকৰে হোৱা বাৰ্তালাপত চাৰিবাৰকৈ নগাঁৱৰ সাংসদ পদ শুৱনি কৰা গোঁহাই- এ কয়,গৃহমন্ত্ৰীয়ে জয়ন্তমল্ল কোন বুলি প্ৰশ্ন কৰি তেওঁক চিনি নোপোৱা বুলিহে প্ৰকাশ কৰে ৷ গৃহমন্ত্ৰীৰে তেওঁৰ সাক্ষাৎ ইতিবাচক বুলি মন্তব্য কৰি গোঁহাই-এ দলৰ হৈ কাম কৰি যোৱাৰ কথা সদৰি কৰে ৷

ন- পুৰণি বিজেপিৰ সংঘাতক লৈ শেহতীয়াকৈ দিল্লীৰ কেন্দ্ৰীয় নেতৃবৰ্গই গুৰুত্ব সহকাৰে লৈ দূত হিচাপে গুৱাহাটীলৈ প্ৰেৰণ কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা অসমৰ নিৰ্বাচনৰ দলীয় পর্যবেক্ষক বৈজয়ন্ত পাণ্ডা ৷ দলৰ ৰাষ্ট্ৰীয় উপ-সভাপতি গৰাকীয়ে কইনাধৰা ৰাজ্যিক অতিথি শালাত ইতিমধ্যে মিলিত হয় কেইবাগৰাকী পুৰণি নেতাক ৷একেদৰে মিলিত হয় অসন্তুষ্ট বিধায়কৰে ৷

প্ৰাপ্ত খবৰ অনুসৰি ৰাজ্যিক বিজেপিত শেহতীয়াকৈ গা কৰি উঠা আভান্তৰিন কন্দলক লৈ চিন্তিত হৈ পৰিছে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ৷

নাড্ডাই সংগোপন ৰাজ্যিক বিজেপিৰ সকলো দিশৰ বুজ ল’বলৈ গুৱাহাটীলৈ পঠিয়াই বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা অসমৰ নিৰ্বাচনৰ দলীয় পর্যবেক্ষক বৈজয়ন্ত পাণ্ডাক ৷

মঙলবাৰে বিজেপিৰ বেয়া দিনত সংগঠনক শক্তিশালী ৰূপ দিয়া দুই জ্যেষ্ঠ পুৰণি বিজেপি নেতা ৰাজেন গোঁহাই আৰু পূব গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰে এক গোপন বৈঠকত মিলিত হয়বৈজয়ন্ত পাণ্ডা ৷পাণ্ডাই দুই নেতাৰে প্ৰায় এঘন্টা আলোচনা কৰে ৷

বৈঠকত কোনবোৰ বিষয় স্থান পায় এই সন্দৰ্ভত জানিব পৰা নাই যদিও আচৰিতজনকভাৱে উপস্থিত নাছিল ৰাজ্যিক বিজেপিৰ কোনো এজন নেতা ৷
অতি সংগোপনে অনুষ্ঠিত হয় ৰাজ্যিক বিজেপিৰ দুই প্ৰাক্তন সভাপতিৰে পাণ্ডাৰ বৈঠক ৷

মনকৰিবলগীয়া যে,ৰাজ্যত কংগ্ৰেছ শাসনৰ তিনিটা কাৰ্যকালৰ সময়ছোৱাত নিজৰ দক্ষতাৰে বিজেপিক নতুন ৰূপ লোৱাত অগ্ৰণী ভূমিকা লৈছিল ৰাজেন গোঁহাই আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য ৷

আনকি গোঁহাই- এ কংগ্ৰেছৰ ঘাটি নগাঁও সংসদীয় সমষ্টিৰ পৰা চাৰিবাৰকৈ সাংসদ হোৱোৰ লগতে ৰাজ্য বিধানসভালৈ বিজয় কৰাই আনিছিল কে’বাজনো বিধায়কক ৷ সংকটকালত দলীয় সংগঠনক নতুন মাত্ৰা প্ৰদান কৰিছিল যদিও শেহতীয়াকৈ গোঁহাই,ভট্টাচাৰ্য সহ বহু কেইজন পুৰণি জ্যেষ্ঠ বিজেপি নেতাক দলীয় কাম-কাজৰ পৰা আঁতৰাই ৰাখিছিল ৷

ৰাজ্যিক বিজেপিৰ এনেবোৰ কৰ্মকাণ্ডক লৈ ক্ষোভিত হৈ পৰিছিল বহু কেইজন নেতা- বিধায়ক ৷ উমি উমি জ্বলি থকা জুয়ে ভয়ংকৰ ৰূপ লোৱাৰ মুহূৰ্ততে কেন্দ্ৰীয় নেতৃত্ব উপসম ঘটাবৰ বাবে উঠিপৰি লাগিছে ৷

দিল্লীৰ এটা সূত্ৰই সদৰি কৰা মতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ শেহতীয়া কেতবোৰ কাম-কাজক লৈ অসন্তুষ্ট দিল্লীৰ নেতৃবৰ্গ ৷

এনে প্ৰেক্ষাপটত ৰাজ্যিক বিজেপিৰ অন্তৰ্কন্দল নিৰ্মূল দিল্লীৰ নেতৃবৰ্গৰে কিদৰে কৰে সেইয়া আগন্তুক দিনত হ’ব লক্ষণীয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam State Bjpbaijayant pandaConflictNational vice president
publisher

publisher

Related Posts

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

September 10, 2026
Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ
Assam

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

September 10, 2026
Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d