Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

ভৱানীপুৰত নিৰ্বাচনী প্ৰচাৰ চলালে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈয়ে

বাকী আৰু ফাঁকিত চলিছে বিজেপি চৰকাৰ

publisher by publisher
October 24, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
ভৱানীপুৰত নিৰ্বাচনী প্ৰচাৰ চলালে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈয়ে
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

ভৱানীপুৰৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈছে । শাসক বিৰোধী উভৈ দলৰ লগতে মিত্ৰ দলৰ নেতা সকলেও ভৱানীপুৰ সমষ্টিটোত নিজৰ নিজৰ সমৰ্থিত প্ৰাৰ্থীক জয়ী কৰাবলৈ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে ৷ ভৱানীপুৰ সমষ্টিৰ উপ নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থী শৈলেন্দ্ৰ নাথ দাসৰ সমৰ্থনত আজি অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বই নিৰ্বাচনী প্ৰচাৰ চলায় । অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় নেতৃবৃন্দই আজি সমষ্টিটোৰ চমুৱাগাতিত প্ৰথমে নিৰ্বাচনী প্ৰচাৰ চলায়।

ADVERTISEMENT

অসম জাতীয় পৰিষদৰ ভৱানীপুৰ সমষ্টি কমিটীয়ে আয়োজন কৰা নিৰ্বাচনী প্ৰচাৰ সভাখনত অংশগ্ৰহণ কৰি দলৰ কেন্দ্ৰীয় সভাপতি লুৰিনজ্যোতি গগৈয়ে বিজেপিক তীব্ৰ সমালোচনা কৰি কয়, ‘ভৱনীপুৰ সমষ্টি হৈছে বীৰ ছহিদৰ স্থান । অসম আন্দোলনৰ প্ৰথম গৰাকী ছহিদ খৰ্গেশ্বৰ তালুকদাৰ আৰু কা আন্দোলনৰ ছহিদ আব্দুল আলীমৰ এই পবিত্ৰ ভৱানীপুৰত জন্ম হৈছিল। এই স্থানৰ লোকে বিভেদকামী শক্তিক প্ৰশ্ৰয় নিদিয়ে ৷’ স্বাভিমানী ইয়াৰ লোকে বিবেকেৰে সিদ্ধান্ত লৈ দালালক কেনেকৈ খেদিব লাগে ভালদৰে জানে বুলিও তেওঁ মন্তব্য কৰে ।

অসম জাতীয় পৰিষদৰ সভাপতি গগৈয়ে নিৰ্বাচনী সভাসমূহত মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতিৰ কথা উত্থাপন কৰি আৰু কয়, ‘এইখন চৰকাৰ বাকী আৰু ফাঁকিত চলিছে । এইখন চৰকাৰে আজি মূল্য বৃদ্ধিৰ কথা নকয়, বান গৰাখহনীয়াৰ কথা নকয়, চিকিৎসালয়সমূহৰ আন্তঃগাঁথনিৰ কথা নকয় । কিন্তু কয় অমুকত ৩০খন বিচনাযুক্ত মেডিকেল নিৰ্মাণ কৰিব, অৰুনোদইৰ ধন বৃদ্ধি কৰিম, বিনামূলীয়া চাউলৰ বৃদ্ধি কৰা হ’ব ইত্যাদি ইত্যাদি ৷ ৫০ লাখ নিবনুৱাৰ কৰ্মসংস্থাপনৰ কথা নকয় । কয় এক লাখ নিবনুৱাক চাকৰি দিয়াৰ কথা ।’

বাকী ৪৯ লাখ নিবনুৱাৰ অৱস্থা কি হ’ব বুলি প্ৰশ্ন কৰি তেওঁ পুনৰ কয় যে, এক লাখ চাকৰিও নিদিয়ে। বিগত সাধাৰণ নিৰ্বাচনত সোণ দিয়া প্ৰতিশ্ৰুতি হেনো নিৰ্বাচনী বক্তব্য আছিল ৷ এই বেলিও টুপি পিন্ধাইছে । নিৰ্বাচন পাৰ হ’লে ক’ব সেইবোৰ ৰাজনৈতিক বক্তব্য বুলি । নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ লগে লগে অসাংবিধানিক কথা বতৰাবোৰে পৰিৱেশ দূষিত কৰিব ধৰিছে । বিধায়কক ভেন্সাৰ বুলি কি বুজাব বিচাৰিছে ? মুখ্যমন্ত্ৰীয়ে পৈত্ৰিক সম্পত্তিৰে আঁচনিৰ নামত ধন ব্যয় নকৰে‌ । আপোনাৰ মোৰ কৰ কাতলৰ টকাৰে আঁচনিৰ ধন আবন্টন দিয়ে । তাত ৰাইজৰ সম্পূৰ্ণ অধিকাৰ আছে । মাজনী সোনজনী যি আঁচনিৰ প্ৰাপ্য সকলোৱে পাব লাগিব। তাৰ বিনিময়ত ভোট দিব লাগিব বুলি কথা থাকিব নোৱাৰে বুলিও তেওঁ মন্তব্য কৰে‌ ৷

লগতে হিন্দুসকলৰ সংকট নামি আহিছে বুলি ধৰ্মীয় মেৰুকৰণেৰে বিজেপিয়ে ভোট আদায়ত নামিছে বুলি কৈ এই সন্দৰ্ভত তেওঁ কয় যে, কোনো হিন্দু বা কোনো মুছলমানৰ একো সংকট নামি অহা নাই। সংকট নামি আহিছে জনমুৰি ২৭ হেজাৰ টকাৰ ঋণৰ বোজা জাপি ল’বলৈ ওলোৱা অসমীয়াৰ। জাতিটোৰ এই সংকট দূৰ কৰিবলৈ বিজেপি আৰু এ আই ইউ ডি এফৰ মিতিৰালি ভংগ কৰি দুয়োটা দলক উৎখাত কৰিব লাগিব বুলিও তেওঁ কয় ।

অসম জাতীয় পৰিষদৰ বজালী জিলাৰ সম্পাদক হৰিধন লহকৰে আঁত ধৰা সভাখনত দলৰ কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই অংশ গ্ৰহণ কৰি ভাষণত মহিলাসকলক ভোট দিবলৈ যাওঁতে ছিলিণ্ডাৰটোত সেৱা কৰি যাবলৈ কৈ মূল্য বৃদ্ধিৰ প্ৰসংগ টানি আনে‌ । তেওঁ ভাষণ প্ৰসংগত ভৱানীপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ফণীধৰ তালুকদাৰক সমালোচনা কৰি কয় যে মাটিৰ দালালক গামোচা পিন্ধাই বিদায় দিয়াৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়ে গামোচাৰে বিখ্যাত দালালক আদৰিলে‌ । সেই দালালকে আকৌ ভোট দিবলৈ ৰাইজক আহ্বান কৰাটো কিমান দূৰ্ভাগ্যজনক কথা হ’ব পাৰে চিন্তা কৰক । এতিয়া ১০০ টকাতকৈ অধিক, ২০০ টকাতকৈ অধিক পেট্ৰ’ল, মিঠাতেলৰ দাম বঢ়াই নৰেন্দ্ৰ মোডী, আদানি আম্বানী সুখত থাকিব পাৰে । কিন্তু ভাৰত বৰ্ষৰ জনসাধাৰণৰ দুখ দূৰ্গতিৰ সীমা নোহোৱা হৈছে বুলি কৈ তেওঁ আৰু কয় অসমৰ চাৰি সীমাৰ ভিতৰত অসমীয়া ভাষা উচ্ছেদ কৰাটো বিজেপিৰ ‘কা’ৰ প্ৰতিফলন ৷ আমাৰ ভাষা আমাৰ সংস্কৃতি আমাৰ সম্পত্তি আজি বিজেপিৰ শাসনত মুঠেই সুৰক্ষিত নহয়।

আজিৰ নিৰ্বাচনী প্ৰচাৰৰ অভিযানত অংশ গ্ৰহণ কৰে অসম জাতীয় পৰিষদৰ উপ সভাপতি চামচেৰ সিং, সম্পাদক অম্ৰিত খাটনিয়াৰ, বাণী দাস, প্ৰিন্স ফইজুল হক, অমল ডেকা, ৰাজীৱ ভট্টাচাৰ্য, ফনী পাঠক, মুখপাত্ৰ জীৱাউৰ ৰহমান, সাংগঠনিক সম্পাদক মনোজ শৰ্মা, মহেশ শৰ্মা, গোবিন্দ গায়ন, বাগসা জিলা কমিটীৰ সভাপতি শৈলেন্দ্ৰ দাস, বিত্তীয় সম্পাদক নৃপেন দাসকে ধৰি ভালে সংখ্যক নেতাই । ভৱানীপুৰ সমষ্টিৰ উপ নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থী শৈলেন্দ্ৰ নাথ দাসৰ সমৰ্থনত প্ৰচাৰ চলোৱো অসম জাতীয় পৰিষদৰ নেতা সকলে চমুৱাগাতিৰ পৰা কা আন্দোলনৰ ছহিদ আব্দুল আলীমৰ হলংবাৰীৰ গৃহলৈ আৰু অসম আন্দোলনৰ প্ৰথম ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ উজান বৰবড়ীৰ গৃহলৈ যায় । তাত ছহিদ পৰিয়াল দুটাৰ লগতে স্থানীয় লোকৰ লগতো মত বিনিময় কৰে।

ইয়াৰ পাছতে সৰুপেটাত এখন পথ সভাত অংশগ্ৰহণ কৰে। পাছত ভৱানীপুৰত ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিমূৰ্ত্তিত পুষ্পাঞ্জলি অৰ্পণ কৰি নিৰ্বাচনী প্ৰচাৰ চলায়‌ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Lorin Jyoti GogoiShailendra Nath
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d