Pm Ujjwala Yojana:উজ্বলা আঁচনিৰ হিতাধিকাৰীলৈ ভাল খৱৰ ৷

asian games 2

Pm Ujjwala Yojana:

👉উজ্বলা আঁচনিৰ হিতাধিকাৰীলৈ ভাল খৱৰ ৷

👉পুনৰ হ্ৰাস পালে উজ্বলা আঁচনিৰ চিলিণ্ডাৰৰ দাম ৷

👉পুনৰ উজ্বলা আঁচনিৰ চিলিণ্ডাৰত দাম কমিল ১০০ টকা ৷
👉৬০০ টকাত লাভ কৰিব উজ্বলা আঁচনিৰ চিলিণ্ডাৰ ৷
👉দুবাৰ দুশটকাকৈ হ্ৰাস কৰা হৈছিল উজ্বলা আঁচনিৰ চিলিণ্ডাৰৰ দাম ৷
👉সংবাদমেলত ঘোষণা কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰৰ

Exit mobile version