Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

এমাহতে ১৫ টকা বাঢ়িল কেৰাচিনত

নীলা কেৰাচিনৰ চোৰাং বেহা ৰমৰমীয়া হৈছে ৰাজ্যত

publisher by publisher
May 6, 2022
in Assam, India, News
Reading Time: 1 min read
0
এমাহতে ১৫ টকা বাঢ়িল কেৰাচিনত
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

TV channel price hike : ১ ফেব্ৰুৱাৰীৰ পৰা ১০ শতাংশৰো অধিক বৃদ্ধি হ’ব টিভিৰ ৰিচাৰ্জৰ মূল্য

Price Hike : ৰাজ্যত মূল্যবৃদ্ধিৰ অঘোষিত প্ৰতিযোগিতা, আলুৰ পিছতেই এইবাৰ কণী

LPG Cylinder Price Hike : পুনৰ সৰ্বসাধাৰণৰ ওপৰত মাধমাৰ!

পেট্ৰ’ল আৰু ডিজেলৰ মূল্য‌ই ধোঁৱা-কোৱা দেখুওৱাৰ মাজতে সন্তৰ্পণে অভূতপূৰ্ব হাৰত দাম বৃদ্ধি হৈছে নীলা কেৰাচিনৰ । এটা মাহত প্ৰতি লিটাৰ কেৰাচিনত ১৫ টকাতকৈও অধিক পৰিমাণত মূল্যবৃদ্ধি হৈছে । অথচ একেবাৰে নিম্ন আয়ৰ লোকৰ সুবিধাৰ্থে ৰেছন কাৰ্ডৰ জৰিয়তে সুলভ মূল্যত কেৰাচিন যোগানৰ সিদ্ধান্ত লৈছিল চৰকাৰে; কিন্তু নিয়ন্ত্ৰণহীন বজাৰ ব্যৱস্থাৰ পৰিণতিত প্ৰতি মাহতে দীঘলীয়া জাঁপ মাৰি বৃদ্ধি হৈছে ইয়াৰ মূল্য ।

ADVERTISEMENT

জিলাভেদে পৰিবহণ ব্যয়ৰ ভিত্তিত প্ৰতিলিটাৰ নীলা কেৰাচিনৰ মূল্য সুলভ মূল্যৰ দোকানত ৯০ টকা পৰ্যন্ত হৈছে । ইয়াৰ ফলত সাধাৰণ লোকৰ বাবে কেৰাচিন ক্ৰয় কৰাটো দুৰূহ হৈ পৰিছে । কিন্তু এটোপাল কেৰাচিন নহ’লে পাকঘৰত জুই নজ্বলা হেতুকে সাধাৰণ পৰিয়ালসমূহে অধিক ব্যয় কৰি হ’লেও ইয়াক সংগ্ৰহ কৰিবলৈ বাধ্য হৈছে । কেন্দ্ৰীয় চৰকাৰে উজ্বলা আঁচনিৰ অধীনত নিম্ন আয়ৰ পৰিয়ালসমূহ বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ দিয়াৰ অভিলাষী প্ৰকল্প ৰূপায়ণ কৰি আহিছে । কিন্তু এই আঁচনিত প্ৰথমবাৰতহে বিনামূলীয়াকৈ গেছৰ চিলিণ্ডাৰ যোগানৰ পাছত পৰৱৰ্তী সময়ত নিজেই গেছ ক্ৰয় কৰিবলগীয়া হয় ।

ইফালে, প্ৰতিটো ঘৰুৱা ৰন্ধন গেছৰ মূল্য‌ও এহেজাৰ টকাৰ ওচৰা-ওচৰি হৈছে । এনে অৱস্থাত একেবাৰে নিম্ন আয়ৰ পৰিয়ালবোৰৰ বাবে মাহত এটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ ক্ৰয় কৰাটো অসম্ভৱ হৈ পৰিছে । যাৰ বাবে পৰিয়ালবোৰে পুনৰ কেৰাচিন জুইৰ মাজলৈ ঘূৰি যাবলৈ বাধ্য হৈছে; কিন্তু কেৰাচিনৰো এনে অভাৱনীয় মূল্যবৃদ্ধিৰ ভৰ বহন কৰাটো তেওঁলোকৰ বাবে সম্ভৱ নহয় । তথাপি কম পৰিমাণত হ’লেও দৈনিক উপাৰ্জনৰ চানকাঢ়ি বহু পৰিয়ালে কেৰাচিন ক্ৰয় কৰিবলগীয়া হৈছে ।

গুৱাহাটীৰ বজাৰত বৰ্তমান সুলভ মূল্যৰ দোকানত প্ৰতিলিটাৰ কেৰাচিনৰ খুচুৰা মূল্য ৮৫ টকা । ইয়াৰ বিপৰীতে পৰিবহণ ব্যয় যোগ হৈ জিলাভেদে সেই মূল্য ৯০ টকালৈ বৃদ্ধি হৈছে । যোৱা মাৰ্চত মুখ্য ডিপ’ত প্ৰতিলিটাৰ কেৰাচিনৰ মূল্য আছিল ৬০.৬৪ টকা । এপ্ৰিলত সেই মূল্য একে কোবে ৭৬.৫০ টকালৈ বৃদ্ধি হয় । মূল ডিপ’ৰ পৰা খুচুৰা এজেণ্টলৈ তেল যোৱাৰ পাছত প্ৰতিলিটাৰ ৮৫ টকালৈ বৃদ্ধি হয় । কোনো কোনো জিলাত খুচুৰা মূল্য ৯০ টকালৈ বৃদ্ধি হয় ।

প্ৰতিমাহে মূল্যৰ এনে বৃদ্ধি অব্যাহত আছে । ফেব্ৰুৱাৰীতকৈ মাৰ্চত প্ৰতিলিটাৰ কেৰাচিনৰ মূল্য সাত টকা বৃদ্ধি হৈছে । ফেব্ৰুৱাৰীত প্ৰতিলিটাৰ ৫৩.৭০ টকা থকাৰ বিপৰীতে মাৰ্চত মূল্য হৈছিল ৬০.৬৪ টকা । কেৰাচিনৰ মূল্য কি হাৰত বৃদ্ধি হৈছে তাৰ অন্যতম উদাহৰণ হ’ল যোৱা ছেপ্টেম্বৰত প্ৰতিলিটাৰ তেলৰ মূল্য মুখ্য ডিপ’বোৰত ৩৯.৯৫ টকা থকাৰ বিপৰীতে এপ্ৰিলত ৭৬.৫০ টকালৈ বৃদ্ধি হয় ।

সুলভ মূল্যৰ দোকানত দামবৃদ্ধিৰ ফলত নীলা কেৰাচিনৰ অবৈধ বজাৰখনতো মূল্যবৃদ্ধি হৈছে । কম-বেছি পৰিমাণে সকলো পৰিয়ালকে কেৰাচিনৰ প্ৰয়োজন হয় । সেয়েহে সুলভ মূল্যৰ সামগ্ৰীৰ সুবিধা লাভ নকৰা পৰিয়ালবোৰে চাহিদা পূৰাবলৈ অভাৱনীয় দৰত কেৰাচিন ক্ৰয় কৰিবলৈ বাধ্য হৈছে । ইয়াৰ সমান্তৰালকৈ কেৰাচিনৰ বৃহৎ চোৰাং বজাৰো ৰমৰমীয়াকৈ চলি আহিছে ।

ৰন্ধন গেছৰ ব্যাপক মূল্যবৃদ্ধিৰ বাবে কেৰাচিনৰ ওপৰত নিৰ্ভৰশীলতা নিম্ন আয়ৰ লোকসকলৰ মাজত বৃদ্ধি হোৱাৰ সন্দৰ্ভত গুৱাহাটী পৌৰ নিগমৰ ৪৩ নম্বৰ ৱাৰ্ডৰ বাসিন্দা কমলী বসুমতাৰীয়ে কয় যে তেওঁলোকৰ দৰে দৈনিক উপাৰ্জনৰ ওপৰত চলা পৰিয়ালবোৰত হাহাকাৰ লাগিছে । এক লিটাৰ কেৰাচিন ৮৫ টকাত ক্ৰয় কৰাটো সহজ কথা নহয় ।

ইপিনে, ৰন্ধন গেছো ক্ৰয় কৰাৰ ক্ষমতা তেওঁলোকৰ এতিয়া আৰু নাই । সকলো মিলি পাকঘৰৰ জুইকুৰা জ্বলোৱাটো অসম্ভৱ হৈ আহিছে । একেদৰে ৬০ নম্বৰ ৱাৰ্ডৰ বাসিন্দা ক্ষুদ্ৰ পাচলি ব্যৱসায়ী নীলিমা বৈশ্য‌ই কয় যে আখলৰ জুইকুৰা জ্বলাবলৈ তেওঁলোকে বহু কষ্ট কৰিবলগীয়া হৈছে । দামৰ প্ৰকোপত চিলিণ্ডাৰো প্ৰয়োজন অনুপাতে কিনিব নোৱাৰে আৰু কেৰাচিন কিনাও কষ্টকৰ হৈছে ।

মহিলাগৰাকীয়ে কয়, ‘আগতে এটা চিলিণ্ডাৰ এমাহ গৈছিল আৰু এতিয়া আঢ়ৈ-তিনিমাহ যায় । কাৰণ বেছি সময় লগা আঞ্জা কেৰাচিন ব্যৱহাৰ কৰি খৰিৰ জুইত ৰান্ধো । নহ’লে আমাৰ চলাটো সম্ভৱ নহয় ।’ প্ৰসংগক্ৰমে বৰপেটা চহৰত কমলা তেল ডিপ’ৰ স্বত্বাধিকাৰী ডেভিদ দাসে কয় যে চলিত মাহতো কেৰাচিনৰ মূল্য বৃদ্ধি পাব বুলি তেওঁলোকে খবৰ লাভ কৰিছে । এনেকৈ দাম বৃদ্ধি হৈ থাকিলে তেওঁলোকৰ বাবেও তেল সংগ্ৰহ কৰাটো সম্ভৱ নহ’ব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: InflationKerosenePrice Hike
publisher

publisher

Related Posts

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী
India

October 12, 2026
যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

‘উচ্চতম ন্যায়ালয় ৰাজনীতিৰ স্থান নহয়’, প্ৰতিবাদক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ
Entertainment

বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

October 12, 2026
‘বিশ্বৰ সমস্যাৰ সমাধানৰ পথ দেখুওৱাৰ সম্ভাৱনা জেন জিৰ মাজতে আছে’, যুৱ প্ৰজন্মক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ
India

‘বিশ্বৰ সমস্যাৰ সমাধানৰ পথ দেখুওৱাৰ সম্ভাৱনা জেন জিৰ মাজতে আছে’, যুৱ প্ৰজন্মক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

October 12, 2026
হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক
International

হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

October 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d