Women Govt.Employed Arrested In Nalbari:নলবাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰকৰ অভিযান

কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰকৰ অভিযান, উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ কনিষ্ঠ সহায়ক জুনু কলিতা

arrested women

Women Govt.Employed Arrested In Nalbari:

নলবাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰকৰ অভিযান ৷

উৎকোচ লৈ এইবাৰ দুৰ্নীতি নিবাৰকৰ জালত পৰিল এগৰাকী মহিলা চৰকাৰী কৰ্মচাৰী।

৩০০০ হাজাৰ টকা উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হয় কনিষ্ঠ সহায়িকা জুনু কলিতা।

ইতিমধ্যে আটকাধীন কনিষ্ঠ সহায়িকা গৰাকীক অধিক জেৰাৰ বাবে গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰিছে ৷

Exit mobile version